Category: Assam

অসমত ভয়াবহ বান পৰিস্থিতি: এদিনতে ২১ জনৰ মৃ*ত্যু, সৰ্বমুঠ মৃ*ত্যু ৩১ লৈ বৃদ্ধি

​অসমত বান পৰিস্থিতি অত্যন্ত জটিল হৈ পৰিছে। ২১ জুলাইৰ দিনটোত ৰাজ্যখনৰ বিভিন্ন স্থানত বানৰ কবলত পৰি ২১ জন লোকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ লগে লগে চলিত বানত সৰ্বমুঠ মৃতকৰ সংখ্যা ৩১…

ৰাজা ৰঘুবংশী হত্যা গোচৰ! সোণম ৰঘুবংশীক আত্মসমৰ্পণৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

ৰাজা ৰঘুবংশী হত্যা গোচৰত জামিন লাভ কৰাৰ পিছতো আইনী সংকট আঁতৰা নাই সোণম ৰঘুবংশীৰ। মেঘালয় চৰকাৰে জামিন বাতিলৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ পিছতে এইবাৰ সোণমক সাময়িকভাৱে আত্মসমৰ্পণ কৰাৰ পৰামৰ্শ…

নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত পিষ্টলসহ আটক বিহাৰৰ এজন লোক

ৰে’ল ষ্টেচনসমূহত অব্যাহত থকা নিৰাপত্তা ব্যৱস্থাৰ মাজতে নিউ বঙাইগাঁও ৰে’ল ষ্টেচনত জব্দ হ’ল এটা পিষ্টল আৰু পাঁচজাঁই সজীৱ গুলী। অস্ত্ৰসহ বিহাৰৰ এজন লোকক জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে ৰে’ল আৰক্ষীয়ে।…

এনআৰচিৰ পৰা বাদ পৰা লোকৰ আপীল প্ৰক্ৰিয়া কেতিয়া? কেন্দ্ৰ-অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

অসমৰ চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰা লোকসকলৰ আপীল প্ৰক্ৰিয়া এতিয়াও আৰম্ভ নোহোৱাক কেন্দ্ৰ কৰি উচ্চতম ন্যায়ালয়ত পুনৰ উত্থাপিত হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্ন। এইবাৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৰাজ্যিক এনআৰচি সমন্বয়কৰ…

একে পৰিয়ালৰ চাৰি সদস্য সন্ধানহীন; বানৰ সোঁতে উটুৱাই নিলে মাতৃ-কন্যাক, উদ্ধাৰত নামি নিৰুদ্দেশ দুই পুত্ৰ

উজনি অসমৰ বিস্তীৰ্ণ অঞ্চলত অব্যাহত বান পৰিস্থিতিয়ে কঢ়িয়াই আনিলে আন এক শোকাৱহ ঘটনা। চৰাইদেউ জিলাত বানপানীৰ প্ৰবল সোঁতত উটি গৈ সন্ধানহীন হৈ পৰিছে একেটা পৰিয়ালৰ চাৰিজন সদস্য। ঘটনাৰ পিছত সময়মতে…

উজনি অসমৰ বানাক্ৰান্ত অঞ্চলত সেনাৰ ‘জল ৰাহত’ অভিযান; ২০০ৰো অধিক লোকক উদ্ধাৰ

ৰাজ্যত অব্যাহত আছে বানৰ সংহাৰী ৰূপ। বিশেষকৈ উজনি অসমত ধাৰাসাৰ বৰষুণ আৰু নদ-নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত কেইবাখনো জিলাৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে। বিস্তীৰ্ণ অঞ্চলত আবদ্ধ হৈ পৰিছে…

ধুবুৰীত আন্তঃৰাষ্ট্ৰীয় অনলাইন জুৱা চক্ৰ উৎখাত; গ্ৰেপ্তাৰ চাৰিজন

ৰাজ্যত অব্যাহত থকা জুৱাৰ অবৈধ বেহাৰ মাজতে এইবাৰ ধুবুৰীত অনলাইন জুৱাৰ বেহা চলাই জালত পৰিল চাৰি জুৱাৰী। ধুবুৰী চহৰৰ এখন হোটেলত চলি থকা আন্তঃৰাষ্ট্ৰীয় অনলাইন জুৱা আৰু অনলাইন খেলৰ চক্ৰ…

চৰকাৰৰ সৈতে আলোচনাৰ পথ মুকলি; ২১ দিনৰ অন্তত অনশন ভংগ আইছাৰ তিনি নেতাৰ

বিগত প্ৰায় এমাহ ধৰি নতুন দিল্লীৰ যন্তৰ মন্তৰত চলি অহা প্ৰতিবাদৰ অন্তত অৱশেষত আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে মোদী চৰকাৰে। শিক্ষা ব্যৱস্থাত সংস্কাৰ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে সাব্যস্ত…

অসমত বান পৰিস্থিতিৰ অৱনতি; মৃতকৰ সংখ্যা ৫লৈ বৃদ্ধি, ৫৭ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ মাজতে ৰাজ্যত সৃষ্টি হৈছে অধিক সংকটজনক পৰিস্থিতি। এজন লোকৰ মৃত্যু হোৱাৰ পিছতে এইবাৰৰ বানত মৃতকৰ সংখ্যা ৫জনলৈ বৃদ্ধি পাইছে। আনহাতে সাতখন জিলাত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৫৭…

ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত জৰুৰী পৰিস্থিতি; ডিজিপিৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য, উপস্থিত খোদ মুখ্যমন্ত্ৰী

ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ কাৰ্যালয়ত সোমবাৰে পুৱা সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতিৰ। কাৰ্যালায়ৰ ভিতৰত আৰক্ষী সঞ্চালকপ্ৰধান অনুৰাগ ধনকৰৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় এই পৰিস্থিতিৰ। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে ততাতৈয়াকৈ…