Assam ছোনম ৱাংচুকৰ চিকিৎসাক লৈ উচ্চ ন্যায়ালয়ত আপীল; একক বিচাৰপতিৰ নিৰ্দেশক প্ৰত্যাহ্বান পত্নী গীতাঞ্জলীৰ July 20, 2026 Paromita ছফদৰজং চিকিৎসালয়ত চলি থকা ছোনম ৱাংচুকৰ চিকিৎসাকেন্দ্ৰিক আইনী প্ৰক্ৰিয়াই লাভ কৰিছে নতুন মোৰ। একক বিচাৰপতিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ ডিভিজন বেঞ্চত আপীল দাখিল কৰিছে অনশনৰত সমাজকৰ্মী ছোনম ৱাংচুকৰ…
Assam Latest দিল্লীসহ দেশৰ বিভিন্ন মহানগৰত আৰু অধিক অসম ভৱন স্থাপনৰ ঘোষণা হিমন্তৰ July 20, 2026 Tarali অসমৰ লোকে ৰাষ্ট্ৰীয় ৰাজধানীত অহাৰ বাবে অচিৰেই নতুন দিল্লীত সাতখনকৈ নিৰ্দিষ্ট স্থান পাব। “বৰ্তমান থকা অসম হাউচৰ লগতে চেণ্ট্ৰেল দিল্লী আৰু দ্বাৰকাত তিনিখন নতুন কমপ্লেক্স নিৰ্মাণ হৈ আছে, তাৰে এখনত…
Assam ১৯ জুলাইত ৰাজ্যব্যাপী মমবাতি প্ৰজ্বলন কাৰ্যসূচী ঘোষণা কৰিলে আছুৱে, সোনাম ৱাংচুকৰ আন্দোলনক সমৰ্থন July 19, 2026 Tarali পৰিৱেশ কৰ্মী সোনাম ৱাংচুকৰ শিক্ষা সংস্কাৰ বাবে গণতান্ত্ৰিক, অহিংস প্ৰতিবাদৰ প্ৰতি সংহতি প্ৰকাশ কৰি অল আছাম ষ্টুডেণ্টছ ইউনিয়ন (AASU) ই আগন্তুক দেওবাৰ, ১৯ জুলাই ত ৰাজ্যব্যাপী মমবাতি প্ৰজ্বলন কাৰ্যসূচী ঘোষণা…
Assam ‘জুঁইফুল’ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত, অসম-নাগালেণ্ড সীমান্তৰ কাহিনীয়ে পালে স্বীকৃতি July 18, 2026 Tarali জাদুমণি দত্তৰ দ্বাৰা পৰিচালিত ‘জুঁইফুল’ য়ে ৭২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া পূৰ্ণদৈৰ্ঘ্য ছবিৰ বঁটা লাভ কৰিছে। ‘জুঁইফুল’ হৈছে অসম-নাগালেণ্ড সীমান্তৰ সংঘাতপূৰ্ণ অঞ্চলৰ দুগৰাকী মাতৃৰ কাহিনী। নৰাগাঁৱৰ গাঁওবাসীৰ দৈনন্দিন জীৱন…
Assam পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰঃ মুখ্যমন্ত্ৰী July 18, 2026 Paromita বিগত পাঁচ বছৰত ৮৫ শতাংশ হ্ৰাস পাইছে ৰাজ্যত ৰুজু হোৱা অপৰাধমূলক গোচৰৰ সংখ্যা। শনিবাৰে এই পৰিসংখ্যা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, অপৰাধবিৰোধী অভিযান একেই তৎপৰতাৰে অব্যাহত থাকিব…
Assam ডিব্ৰুগড়ত বৃহৎ মাদকবিৰোধী অভিযান; ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪.০৬ লাখ টকা জব্দ, এজন গ্ৰেপ্তাৰ July 18, 2026 Paromita মাদক সৰবৰাহৰ বিৰুদ্ধে অব্যাহত অভিযানৰ মাজতে এইবাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া অঞ্চলত চলোৱা এক অভিযানত ১.৩৫ কিলোগ্ৰাম হেৰ’ইন, ১৪ লাখ ৬ হাজাৰ টকা…
Assam নামছাইত নিশাৰ গুলীচালনা! ৰহস্যজনকভাৱে গুলীবিদ্ধ যুৱতী, তদন্ত আৰম্ভ July 18, 2026 Paromita দুই পক্ষৰ মাজত সৃষ্টি হোৱা সংঘাতৰ মাজতে ৰহস্যজনকভাৱে গুলীবিদ্ধ হ’ল এগৰাকী যুৱতী। অৰুণাচল প্ৰদেশৰ নামছাই জিলাৰ লালপাহাৰ অঞ্চলত শুকুৰবাৰে গভীৰ নিশা সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।…
Assam প্ৰতিবাদ দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰিঃ সোণম ৱাংচুকক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা মমতা বেনাৰ্জীৰ July 18, 2026 Paromita গণতান্ত্ৰিক মতভেদক দমন কৰি জনবিশ্বাস অৰ্জন কৰিব নোৱাৰি। – সোণম ৱাংচুকক অনশনস্থলীৰ পৰা আঁতৰাই নিয়াক লৈ এইদৰে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। সামাজিক মাধ্যম…
Assam ‘ডাক্তৰ’ শব্দটো নামৰ আগৰ পৰা আঁতৰাই দিয়ক; ধৰ্ষণৰ বলি শিশুক চিকিৎসা নকৰা হাস্পতালক তীব্ৰ ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ July 18, 2026 Paromita দৰিদ্ৰ পৰিয়ালৰ সন্তান বুলিয়েই চাৰি বছৰীয়া ধৰ্ষণৰ বলি শিশুটিক চিকিৎসাৰ পৰা বঞ্চিত কৰা হৈছিল। – গাজিয়াবাদৰ দুখন ব্যক্তিগত হাস্পতালক তীব্ৰ ভৰ্ৎসনা কৰি এই মন্তব্য কৰে উচ্চতম ন্যায়ালয়ে। একে সময়তে, চিকিৎসকৰ…
Assam ‘থ্ৰী ইডিয়টছ’ৰ ৰেঞ্চ’ সোণম ৱাংচুক নহয়! অনশন ভংগৰ আহ্বান আমিৰ খানৰ July 17, 2026 Paromita বিগত ২০ দিন ধৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত অনশন অব্যাহত ৰাখিছে বিশিষ্ট পৰিৱেশকৰ্মী আৰু শিক্ষাবিদ সোণম ৱাংচুকে। তেওঁৰ স্বাস্থ্য ক্ৰমাৎ অৱনতি ঘটাৰ সময়তে এইবাৰ অনশন ভংগ কৰাৰ আহ্বান…