Category: Assam

মহাসংযোগ! ১৯ বছৰ পূৰ্বে ফটোশ্বুটত গা ধুৱাই দিয়া সেই কণমানিৰ বিৰুদ্ধেই বিশ্বকাপ ফাইনেলত অৱতীৰ্ণ হ’ব মহাতাৰকা মেছি

ফিফা বিশ্বকাপৰ ফাইনেল মানেই বিশ্ব ফুটবলৰ শ্ৰেষ্ঠত্বৰ যুঁজ। কিন্তু এইবাৰৰ ফাইনেলত ক্ৰীড়াপ্ৰেমীয়ে প্ৰত্যক্ষ কৰিব এক ব্যতিক্ৰমী মুহূৰ্ত। যিটো কণমানিক ১৯ বছৰ পূৰ্বে কোলাত তুলি গা ধুৱাই দিছিল লিয়নেল মেছিয়ে, সেই…

ফেচবুকৰ প্ৰেমিকাক বিচাৰি কাঁটাতাঁৰ পাৰ হৈ পাকিস্তানত উপস্থিত বাদল! এতিয়া বন্দী কাৰাগাৰত

ফেচবুকত আৰম্ভ হৈছিল প্ৰেম। সেই প্ৰেমিকাক লগ পাবলৈ সকলো বাধা নেওচি ভিছা নোহোৱাকৈ সীমান্ত পাৰ হৈ পাকিস্তানত উপস্থিত হৈছিল এজন ভাৰতীয় যুৱক। কিন্তু প্ৰেমৰ সেই যাত্ৰাই শেষত ঠাই পালে কাৰাগাৰত।…

ম্যানমাৰ উপকূলত নাও দুৰ্ঘটনাত ৫০০ তকৈও অধিক ৰোহিংগীয়া লোকৰ মৃ*ত্যু

ম্যানমাৰৰ উপকূলত সংঘটিত দুখন ডাঙৰ নাও দুৰ্ঘটনাত ৫০০ তকৈও অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থা আৰু আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থাই যুটীয়াভাৱে এই উদ্বেগজনক তথ্য সদৰী কৰিছে।…

ক্ষতিগ্ৰস্ত বেহালী বনাঞ্চলত বনীকৰণ আৰম্ভ কৰিবলৈ ইক’লজিকেল টাস্ক ফ’ৰ্চক নিৰ্দেশ

অসমৰ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বৃহস্পতিবাৰে আন্তঃৰাজ্যিক দুষ্কৃতিকাৰীৰ দ্বাৰা বৃহৎ পৰিমাণে বনভূমি ধ্বংসৰ বাতৰিৰ পিছত বেহালী সংৰক্ষিত বনাঞ্চলৰ ব্যাপক স্থল পৰিদৰ্শন কৰে। জ্যেষ্ঠ বন বিভাগৰ বিষয়া, অসম আৰক্ষী আৰু অসামৰিক…

দিব্ৰুগড়ত জগন্নাথ ৰথ যাত্ৰা মহোৎসৱত অংশ ল’লে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই

অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দিব্ৰুগড়ত শ্ৰী শ্ৰী জগন্নাথ সাংস্কৃতিক ট্ৰাষ্টৰ উদ্যোগত অনুষ্ঠিত হোৱা জগন্নাথ ৰথ যাত্ৰা মহোৎসৱত অংশগ্ৰহণ কৰে আৰু এই পবিত্ৰ উপলক্ষে ভক্তসকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন…

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ অভিযোগ; আজমেৰত আটক বাংলাদেশী যুৱতী

অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে দেশজুৰি অভিযান অব্যাহত থকাৰ সময়তে ৰাজস্থানৰ আজমেৰত এইবাৰ জালত পৰিল আন এগৰাকী বাংলাদেশী যুৱতী। অবৈধভাৱে ভাৰত-বাংলাদেশ সীমান্ত অতিক্ৰম কৰি দেশত প্ৰৱেশ কৰাৰ অভিযোগত যুৱতীগৰাকীক জিম্মাত লোৱাৰ…

সোণম ৱাংচুকৰ স্বাস্থ্যক লৈ উচ্চ ন্যায়ালয়ৰ উদ্বেগ; প্ৰতিদিনে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় চিকিৎসাৰ নিৰ্দেশ

অধিক সংকটজনক হৈ উঠিছে বিশিষ্ট পৰিৱেশকৰ্মী তথা শিক্ষাবিদ সোণম ৱাংচুকৰ স্বাস্থ্য। বিগত ১৯ দিন ধৰি তেওঁ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰে অব্যাহত ৰখা অনশন ধৰ্মঘটৰ প্ৰভাৱ…

আকৌ মূল্যবৃদ্ধিৰ মাধমাৰ! চাউল, পিয়াঁজ, মিঠাতেল, চেনিসহ অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি

পুনৰ জনতাৰ ওপৰত পৰিল মূল্যবৃদ্ধিৰ মাধমাৰ। এইবাৰ একে সময়তে বৃদ্ধি পালে চাউল, খোৱা তেল, চেনি আৰু পিয়াঁজকে ধৰি কেইবাটাও অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। ৰাজ্যৰ বিভিন্ন বজাৰত নতুন দৰত বিক্ৰী আৰম্ভ হোৱাৰ…

টায়াৰ বিস্ফোৰণৰ পিছত ঘৰত সোমাল চিমেণ্টভৰ্তি ট্ৰাক; একেটা পৰিয়ালৰ তিনিজনৰ মৃত্যু

টোপনিৰ সময়তে সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাই মুহূৰ্ততে প্ৰাণ কাঢ়ি নিলে একেটা পৰিয়ালৰ তিনিজন সদস্যৰ। নিজ ঘৰত শুই থকা সময়তে এখন চিমেণ্টভৰ্তি ট্ৰাকে দেৱাল ভাঙি ভিতৰত প্ৰৱেশ কৰাত নিদ্ৰাৰত অৱস্থাতে ট্ৰাকৰ…

ছাত্ৰীৰ যৌন নিৰ্যাতনৰ অভিযোগৰ পিছত ছীল ব্যক্তিগত মাদ্ৰাছা; ১৪৮ ছাত্ৰীক স্বগৃহলৈ প্ৰেৰণ

যৌন নিৰ্যাতনৰ অভিযোগক কেন্দ্ৰ কৰি উত্তাল হৈ উঠা বঙাইগাঁৱৰ ব্যক্তিগত এখন মাদ্ৰাছাৰ বিৰুদ্ধে এইবাৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে জিলা প্ৰশাসনে। এগৰাকী নাবালিকা ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত প্ৰতিবাদ…