Author: Tarali

যুৱ সংগম ষষ্ঠ পৰ্যায়ৰ অধীনত মেঘালয়ৰ ছাত্ৰ প্ৰতিনিধি দলৰ সৈতে তেলেংগানাৰ ৰাজ্যপালৰ মত-বিনিময়

আজি এক চৰকাৰী প্ৰেছ বিজ্ঞপ্তিত জনোৱা অনুসৰি, তেলেংগানাৰ ৰাজ্যপাল শিৱ প্ৰতাপ শুক্লাই হায়দৰাবাদৰ লোক ভৱনত মেঘালয়ৰ ছাত্ৰ প্ৰতিনিধি দল এটাৰ সৈতে মত-বিনিময় কৰে। ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান শ্বিলঙৰ নেতৃত্বত অহা ছাত্ৰ…

ভিছা সমস্যা, দক্ষিণ আফ্ৰিকাৰ মেক্সিকো যাত্ৰা স্থগিত

বিশ্বকাপৰ প্ৰাক্ মুহূৰ্তত সংকটত দক্ষিণ আফ্ৰিকা ফুটবল দল। ভিছা জটিলতাৰ বাবে বিশ্বকাপলৈ যাবলগীয়া দলটোৰ যাত্ৰা অনিৰ্দিষ্টকাললৈ স্থগিত কৰা হৈছে। দলটোৱে আজি চাৰ্টাৰ্ড ফ্লাইটেৰে মেক্সিকোৰ পাচুকাত প্ৰশিক্ষণ শিবিৰত যোগ দিবলৈ ৰাওনা…

SULPICৰ NHPCলৈ সাতদিনীয়া আল্টিমেটাম, সোৱণশিৰি নিম্ন প্ৰকল্পস্থলীত অনিৰ্দিষ্টকালীন বন্ধৰ ভাবুকি

২,০০০ মেগাৱাটৰ সোৱণশিৰি নিম্ন জলবিদ্যুৎ প্ৰকল্পৰ দ্বাৰা ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক প্ৰতিনিধিত্ব কৰা সোৱণশিৰি নিম্ন প্ৰকল্প ৰূপায়ণ সমিতি (SULPIC)এ NHPCক সাতদিনীয়া আল্টিমেটাম দিছে আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ নহ’লে ৯ জুনৰ পৰা প্ৰকল্পস্থলীত…

বৈভৱে দখল কৰিলে আইপিএল অৰেঞ্জ কেপ খিতাপ

দেওবাৰে সামৰণি পৰা আইপিএলৰ অৰেঞ্জ কেপ খিতাপ দখল কৰিলে ৰাজস্থান ৰয়েলছৰ বিস্ফোৰক অপেনাৰ বৈভৱ সূৰ্যবংশীয়ে। চলিত আইপিএল ছিজনত মুঠ ৭৭৬ ৰান সংগ্ৰহ কৰি সৰ্বাধিক ৰান সংগ্ৰাহক হিচাপে তেওঁ আইপিএলৰ অৰেঞ্জ…

‘বিকশিত অসম’ৰ বাবে উপ-ৰাষ্ট্ৰপতিৰ দিকদৰ্শন বিচাৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে, ৰাজ্যৰ উন্নয়নৰ কাহিনী অৱগত কৰালে

সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি ‘বিকশিত অসম’ গঢ়াৰ যাত্ৰাত তেওঁৰ নিৰন্তৰ দিকদৰ্শন বিচাৰি ৰাজ্যখনৰ উন্নয়নৰ গতিপথ সম্পৰ্কে অৱগত কৰায়।ভিপি এনক্লেভত অনুষ্ঠিত বৈঠকৰ সবিশেষ X-ত…

আই পি এছ বিষয়া মুকেশ সিঙে মণিপুৰৰ ডি জি পি হিচাপে দায়িত্ব গ্ৰহণ

আই পি এছ বিষয়া মুকেশ সিঙে সোমবাৰে মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধান (ডি জি পি) হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে। অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-কেন্দ্ৰীয় শাসিত অঞ্চল (এ জি এম ইউ টি) কেডাৰৰ ১৯৯৬ বেচৰ…

ৰাষ্ট্ৰীয় পেৰা এথলীট চিৰাগ ত্যাগীৰ ৰহস্যজনক মৃত্যু; এজনক আটক

ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদীয়মান পেৰা এথলীট চিৰাগ ত্যাগীৰ সন্ধানহীন হোৱাৰ পিছতে অৱশেষত ৰহস্যজনকভাৱে উদ্ধাৰ হ’ল তেওঁৰ মৃতদেহ। দিল্লীৰ হোষ্টেলৰ পৰা মোৰাদনগৰৰ নিজ গাঁৱলৈ বুলি ওলাই অহাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা…

গৰমৰ বন্ধত ফুৰিবলৈ গৈ নিঃশেষ দুটাকৈ পৰিয়াল, গাড়ীসহ দ খাৱৈত বাগৰি ৮ জনৰ মৃত্যু

গৰমৰ বন্ধত ফুৰিবলৈ গৈ একেলগে মৃত্যুক সাৱটিবলগীয়া হ’ল দুখন ৰাজ্যৰ দুটাকৈ পৰিয়াল। হিমাচল প্ৰদেশৰ চাম্বা জিলাৰ অত্যন্ত দুৰ্গম আৰু বৰফেৰে আবৃত সাচ পাছ অভিমুখে গৈ থকাৰ সময়তে এখন নিয়ন্ত্ৰণহীন বাহন…

মুকেশ সিং ইম্ফলত উপস্থিত, ১ জুনত মণিপুৰৰ নতুন DGP হিচাপে দায়িত্ব গ্ৰহণ কৰিব

মণিপুৰত কুকি আৰু নগা গোটৰ মাজত বৰ্ধিত উত্তেজনা, সন্ধানহীন আৰু অপহৃত বুলি অভিযোগ উঠা লোকৰ অমীমাংসিত গোচৰ, ট্ৰাকচালকৰ ধৰ্মঘট, আৰু মূল ৰাষ্ট্ৰীয় ঘাইপথত হোৱা বিঘিনিকে ধৰি বৰ্ধিত নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ মাজতে…

হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিলে, অসম এনডিএ ৩.০ চৰকাৰৰ বাবে মাৰ্গদৰ্শন বিচাৰিলে

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী বাসভৱনত সৌজন্যমূলক সাক্ষাৎ কৰে। একেৰাহে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰীৰ সৈতে শৰ্মাৰ এয়া প্ৰথম…