Author: Sonakshi Sarkar

ন্যায় বিচাৰি হতাশা, দলবদ্ধ ধৰ্ষণৰ বলি বায়েকৰ পিছতে আত্মহত্যা ভনীয়েকৰ; যোধপুৰত উত্তাল পৰিস্থিতি

দলবদ্ধ ধৰ্ষণৰ বলি হোৱা বায়েকে দীৰ্ঘদিন ধৰি ন্যায় নোপোৱাৰ ক্ষোভতে অৱশেষত আত্মহত্যা কৰিলে ভনীয়েকেও। ৰাজস্থানৰ গ্ৰাম্য যোধপুৰত সংঘটিত এই মৰ্মান্তিক ঘটনাই সমগ্ৰ জিলাখনতে বৰ্তমান চৰম উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰিছে। আৰক্ষীৰ…

ভূমি উদ্ধাৰৰ ডাঙৰ লক্ষ্য চৰকাৰৰ: ১২৫০ বৰ্গ কিলোমিটাৰ এলেকা চিহ্নিত, নতুন চাৰ্ভে সন্দৰ্ভত আপত্তি এআইইউডিএফৰ

ৰাজ্যৰ ১২৫০ বৰ্গ কিলোমিটাৰতকৈও অধিক বেদখলীকৃত ভূমি উদ্ধাৰ কৰাৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ অসম চৰকাৰ। দেওবাৰে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। কেইবাখনো জিলাত বৰ্তমান চৰকাৰী আৰু বনাঞ্চলৰ…

এয়াৰ শ্ব’ চলাকালীন আকাশত মুখামুখি সংঘৰ্ষ নৌসেনাৰ দুই যুদ্ধবিমানৰ, কথমপি ৰক্ষা পৰিল ৪ গৰাকী

আমেৰিকাৰ ইডাহ’ৰ এক এয়াৰ শ্ব’ত প্ৰদৰ্শনৰ সময়তে দেওবাৰে আমেৰিকান নৌসেনাৰ দুখন অত্যাধুনিক যুদ্ধবিমানৰ মাজত সংঘটিত হয় এক ভয়ংকৰ সংঘৰ্ষ। পশ্চিম ইডাহ’ৰ মাউণ্টেইন হোম এয়াৰ ফৰ্চ বেচত অনুষ্ঠিত এই বিমান প্ৰদৰ্শনীত…

গুৱাহাটী বিশ্ববিদ্যালয়ত স্বেচ্ছা ৰক্তদান শিবিৰ অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ এন এছ এছ ইউনিটৰ উদ্যোগত, গুৱাহাটী বিশ্ববিদ্যালয় বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান আৰু ডাঃ ভুবনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ সহযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান ভৱনত এক স্বেচ্ছা…

দুৰাৰোগ্য ৰোগকো হৰুৱাই সাফল্য, এইচএছ মেধা তালিকাত উজলিল আদ্ৰিজা

প্ৰাণঘাতী ব্যাধিৰ সৈতে চলোৱা সুদীৰ্ঘ সংগ্ৰামেও স্তব্ধ কৰিব নোৱাৰিলে এগৰাকী কিশোৰীৰ শৈক্ষিক যাত্ৰা। পশ্চিমবংগৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত এক বিৰল কৃতিত্ব অৰ্জন কৰি এতিয়া সকলোৰে বাবে অনুপ্ৰেৰণা হৈ পৰিছে আদ্ৰিজা গান।…

তৰমুজ খোৱাৰ পিছতেই অসুস্থ ৯জন, উত্তৰ প্ৰদেশত খাদ্য বিষক্ৰিয়াক লৈ হুৱাদুৱা

সংক্ৰামক ৰোগৰ বতৰ চলি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ গৰখপুৰৰ এখন গাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। নিশাৰ আহাৰ গ্ৰহণৰ পাছত এটা পৰিয়ালৰ ৯ গৰাকী সদস্য গুৰুতৰভাৱে অসুস্থ হৈ পৰাত সমগ্ৰ…

পাঁচখন দেশ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰীৰ বৃহৎ কূটনৈতিক সফৰ আৰম্ভ

ইউৰোপ আৰু উপসাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ ভূ-ৰাজনৈতিক তথা অৰ্থনৈতিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ এক বিশেষ লক্ষ্য হাতত লৈছে কেন্দ্ৰীয় চৰকাৰে। এই পৰিকল্পনাৰ অংশ হিচাপেই শুকুৰবাৰে পাঁচখন দেশৰ ভ্ৰমণসূচীৰে বিদেশলৈ ৰাওনা…

পুনৰ ইন্ধনৰ মূল্যবৃদ্ধি, পেট্ৰ’ল-ডিজেলত লিটাৰপ্ৰতি ৩ টকাকৈ বৃদ্ধি

নিৰ্বাচনৰ পাছতে দেশৰ জনতাৰ মূৰত পৰিল মূল্যবৃদ্ধিৰ মাধমাৰ। অসম, পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এপষেক নৌহওঁতেই বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য। বিশ্ব বজাৰত অপৰিশোধিত তেলৰ মূল্যবৃদ্ধিয়ে সৃষ্টি…

আই পি এলত নৱম শতক সম্পূৰ্ণ কোহলীৰ

আই পি এল ২০২৬ৰ ৫৭ সংখ্যক মেচত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে চমৎকাৰ প্রদর্শন কৰি কলকাতা নাইট ৰাইডাৰ্ছ (কে কে আৰ)ক ৬ উইকেটত পৰাস্ত কৰে৷ বিৰাট কোহলীয়ে অপৰাজিত থাকি…

মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত অসমীয়া সমাজৰ পৰম্পৰাগতভাবে গৰু বিহু পালন

চুবুৰীয়া ৰাজ্য মেঘালযৰ ৰি-ভয় জিলাৰ সদৰ নংপো চহৰৰ পৰা মাত্ৰ ছয় কিলোমিটাৰ নিলগত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ মনোমোহা স্থানত আছে দহখনকৈ অসমীয়াভাষী গাঁও। প্ৰচাৰকে ধৰি ৰাজনৈতিক – অৰাজনৈতিক আদি দিশৰ বাবে…