Assam কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্রী হ’ব ভি ডি সতীছান May 14, 2026 Sonakshi Sarkar কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্রী হ’ব ভি ডি সতীছান (৬১)। কংগ্ৰেছৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে ৷ পৰৱুৰ সমষ্টিৰ বিধায়ক সতীছান। এদিন পূৰ্বে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছিল যে কংগ্ৰেছ…
Assam ধুমুহা-বৰষুণত উত্তৰ প্ৰদেশত এদিনত ৯৪ জনৰ মৃ*ত্যু May 14, 2026 Sonakshi Sarkar উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজ, অযোধ্যাকে ধৰি ৩০খন বুধবাৰে জিলাত ধুমুহা-বৰষুণ আৰু বজ্ৰপাতৰ ফলত ৯৪ জন লোকৰ মৃত্যু হয়। প্ৰায়াগৰাজত সৰ্বাধিক ১৭ জন আৰু ভাদোহীত ১৬ জন লোকৰ মৃত্যু হৈছে। ঘণ্টাত ৮০…
Business দেৱজিৎ ল’ন শইকীয়াক পুনৰ দায়িত্ব, মহাধিবক্তা পদৰ ম্যাদ বৃদ্ধি অসম চৰকাৰৰ May 14, 2026 Sonakshi Sarkar অসম চৰকাৰৰ মহাধিবক্তা হিচাপে পুনৰ ৫ বছৰৰ বাবে নিযুক্তি প্ৰদান কৰা হৈছে দেৱজিৎ লন শইকীয়াক। বৃহস্পতিবাৰে শপত গ্ৰহণৰ পাছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী…
Business চিবিআইৰ ভুলৰ সুযোগত মুক্তি লাভ দীপাংকৰ বৰ্মনৰ, পুনৰ চৰ্চাত মহাপ্ৰৱঞ্চনা কাণ্ড May 14, 2026 Sonakshi Sarkar চিবিআইৰ গুৰুতৰ ভুলৰ বাবেই জামিন লাভ কৰিবলৈ সক্ষম হ’ল ট্ৰেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড দীপাংকৰ বৰ্মনে। গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মহাপ্ৰৱঞ্চকজনৰ জামিন আৱেদন মঞ্জুৰ কৰে। তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰৰ পূৰ্বে অভিযুক্তক কোনো জাননী…
Business কেৰালাৰ নতুন মুখ্যমন্ত্ৰী কোন? বিধায়িনী দলৰ বৈঠকৰ পূৰ্বে ৰাজনৈতিক উত্তেজনা তুঙ্গত May 14, 2026 Sonakshi Sarkar কেৰালাৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ আসনত কোন বহিব সেই লৈ দিল্লীত তীব্ৰ মন্থন চলিছে কংগ্ৰেছ হাইকামাণ্ডৰ মাজত। দলীয় নেতৃত্ব, কৰ্মী আৰু মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত উৎকণ্ঠা বৃদ্ধি কৰি বৃহস্পতিবাৰে পুৱা ৰাহুল গান্ধীয়ে নিজ…
Business দেশত চেনিৰ যোগান সুৰক্ষিত ৰাখিবলৈ ৰপ্তানিত নিষেধাজ্ঞা, কেন্দ্ৰৰ নতুন ঘোষণা May 14, 2026 Sonakshi Sarkar দেশৰ বজাৰত চেনিৰ পৰ্যাপ্ত নাটনি ৰোধ আৰু খাদ্য সুৰক্ষা নিশ্চিত কৰাৰ লক্ষ্যৰে ৰপ্তানিৰ ওপৰত অহা ৩০ ছেপ্টেম্বৰলৈকে নিষেধাজ্ঞা জাৰি কৰিছে কেন্দ্ৰীয় চৰকাৰে। বুধবাৰে কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক জাননীৰ…
Business অসমৰ ৰাজ্যপালৰ বিশেষ পদক্ষেপ: খৰচ কমাবলৈ কনভয়ত বাহন সংখ্যা হ্ৰাস May 14, 2026 Sonakshi Sarkar দেশৰ ইন্ধন সংৰক্ষণ আৰু মিতব্যয়িতাৰ প্ৰতি লক্ষ্য ৰাখি এক বলিষ্ঠ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শেহতীয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁ নিজৰ চৰকাৰী কনভয়ৰ…
Business ড্ৰাগছ বিৰোধী অভিযানত গোৱালপাৰা আৰক্ষীৰ সফলতা, ৮৬ গ্ৰাম হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ May 14, 2026 Sonakshi Sarkar ৰাজ্যত অব্যাহত থকা নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযানৰ অংশ হিচাপে বুধবাৰৰ সন্ধিয়া গোৱালপাৰাৰ কৃষ্ণাইত ৮৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। এই অভিযানৰ সময়ত ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত দুজন অভিযুক্তক গ্ৰেপ্তাৰ…
Business মানহানিৰ গোচৰক লৈ ক্ৰাইম ব্ৰান্সৰ জেৰাৰ সন্মুখীন কংগ্ৰেছ নেতা পৱন খেড়া May 14, 2026 Sonakshi Sarkar মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে বিদেশী পাছপৰ্ট তথা বিদেশী সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰা কংগ্ৰেছ নেতা পৱন খেৰাৰ বিৰুদ্ধে আৰম্ভ হৈছে আইনী প্ৰক্ৰিয়া। এই অভিযোগৰ তদন্তৰ…
Business ইন্ধনৰ ব্যৱহাৰ হ্ৰাসৰ লক্ষ্যৰে নীতিন গাডকাৰীৰ অভিনৱ পদক্ষেপ; বাছত কৰিব যাত্ৰা May 14, 2026 Sonakshi Sarkar দেশৰ বৰ্ধিত ইন্ধনৰ নাটনি আৰু বিত্তীয় মিতব্যয়িতাৰ প্ৰতি লক্ষ্য ৰাখি এক ব্যতিক্ৰমী সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে। মহাৰাষ্ট্ৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘাইপথ প্ৰকল্প পৰিদৰ্শনৰ বাবে তেওঁ কোনো ব্যক্তিগত বিলাসীবহুল…