Political বিৰোধীৰ নেতা কোনো ৰবৰ ষ্টাম্প নহয়: ৰাহুল গান্ধী May 13, 2026 Sonakshi Sarkar প্ৰধানমন্ত্ৰীৰ বাসগৃহত মঙলবাৰে নিশা অনুষ্ঠিত এক বৈঠকত লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো ( চি বি আই) ৰ নতুন সঞ্চালক বাছনি প্ৰক্ৰিয়াক লৈ মতানৈক্য প্ৰকাশ কৰে। এই…
Business দায়িত্ব গ্ৰহণৰ পিছতেই সক্ৰিয় নতুন অসম চৰকাৰ, আজি প্ৰথম কেবিনেট সভা May 13, 2026 Sonakshi Sarkar অসমৰ সামগ্ৰিক বিকাশ আৰু সুৰক্ষাৰ লক্ষ্যৰে নৱগঠিত চৰকাৰে আজিৰে পৰাই আৰম্ভ কৰিব প্ৰশাসনিক কাম-কাজ। ৰাজ্যৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন চৰকাৰৰ…
Business নীট-ইউজি ২০২৬ বাতিলৰ বিৰুদ্ধে কেজৰিৱাল সৰৱ, পেপাৰ লিক মাফিয়াক ‘দেশৰ শত্ৰু’ আখ্যা May 13, 2026 Sonakshi Sarkar মেডিকেল প্ৰৱেশ পৰীক্ষা নীট-ইউজি ২০২৬ বাতিল হোৱাক লৈ আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে। এই পেপাৰ লিকৰ আঁৰত শীৰ্ষ পৰ্যায়ৰ বৃহৎ ষড়যন্ত্ৰ…
Business মুলায়ম সিং যাদৱৰ পৰিয়াললৈ দুখবৰ, দ্বিতীয় পুত্ৰ প্ৰতীক যাদৱৰ আকস্মিক মৃত্যু May 13, 2026 Sonakshi Sarkar সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ ভাতৃ প্ৰতীক যাদৱৰ বুধবাৰে পুৱা লক্ষ্ণৌত ৰহস্যজনকভাৱে মৃত্যু ঘটে। উত্তৰ প্ৰদেশৰ বিজেপি নেত্ৰী অপৰ্ণা যাদৱৰ স্বামী প্ৰতীকক পুৱা প্ৰায় ৫:৩০ বজাত লক্ষ্ণৌৰ চিভিল হাস্পতাললৈ নিয়া…
Business চিলিণ্ডাৰ বিস্ফোৰণে কঁপাই তুলিলে বোকাজান, শিশুৰ মর্মান্তিক মৃত্যু May 13, 2026 Sonakshi Sarkar বোকাজানত মঙলবাৰে এক শোকাৱহ চিলিণ্ডাৰ বিস্ফোৰণে কাঢ়ি নিয়ে এটি নাবালকৰ জীৱন। কাৰাগাঁও আৰক্ষী চকীৰ অন্তৰ্গত বালিজান অঞ্চলৰ এটা ভঙাচিঙা সামগ্ৰীৰ গুদামত এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়। হঠাৎ হোৱা এই বিস্ফোৰণৰ…
Business সুজাতা গুৰুং চৌধুৰীৰ বিস্ফোৰক অভিযোগ: মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মানহানিৰ আইনী পদক্ষেপৰ সংকেত May 13, 2026 Sonakshi Sarkar গুৱাহাট নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা মন্তব্যৰ জৰিয়তে মানহানি আৰু চৰিত্ৰ হনন কৰাৰ গুৰুতৰ অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ এক মুকলি চিঠি প্ৰেৰণ কৰিছে সুজাতা গুৰুং চৌধুৰীয়ে। শেহতীয়া…
Assam একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ হিমন্ত বিশ্ব শৰ্মাৰ May 12, 2026 Sonakshi Sarkar অসমৰ ৰাজনীতিত আজি সংযোজন হৈছে এক ঐতিহাসিক অধ্যায়। বিজেপিৰ জ্যেষ্ঠ তথা উত্তৰ-পূৰ্বাঞ্চলৰ এগৰাকী বলিষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বিজেপি নেতৃত্বাধীন চৰকাৰখনে…
Assam ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত ২২ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন May 12, 2026 Sonakshi Sarkar বিগত বছৰৰ দৰে এইবেলিও ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদ, অসমৰ উদ্যোগত ৯ মে’ৰ দিনা গুৱাহাটীৰ চানমাৰিৰ পেন্সনাৰ ভৱনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ২২ সংখ্যক বিশ্ব পক্ষী দিৱস উদযাপন কৰা হয়। পুৱা পতাকা…
Business গুৱাহাটীত শুভেন্দু অধিকাৰী: অসমৰ পথ অনুসৰি বংগতেও অনুপ্ৰৱেশ ৰোধৰ হুংকাৰ May 12, 2026 Sonakshi Sarkar ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ মঙলবাৰে গুৱাহাটীত উপস্থিত হয় পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী। বিমানবন্দৰত উপস্থিত হৈ তেওঁ নতুন চৰকাৰখনৰ বাবে অসমবাসীক অভিনন্দন জনোৱাৰ…
Business পশ্চিমবংগ নিৰ্বাচন ফলাফলক কেন্দ্ৰ কৰি তৃণমূলৰ আইনী পদক্ষেপ, উচ্চতম ন্যায়ালয়ত আবেদন দাখিলৰ নিৰ্দেশ May 12, 2026 Sonakshi Sarkar পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ফলাফলত ব্যাপক ভোটাৰ কৰ্তনে প্ৰত্যক্ষ প্ৰভাৱ পেলোৱা বুলি দাবী কৰিছে তৃণমূল কংগ্ৰেছে। নিৰ্বাচন আয়োগৰ ‘বিশেষ নিবিড় সংশোধন’ বা এছআইআৰ প্ৰক্ৰিয়াৰ বিসংগতিৰ অভিযোগ তুলি সোমবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ…