Author: Sonakshi Sarkar

শ্যামকানু মহন্তৰ জামিন আবেদনক লৈ ১৩ মে’ত উচ্চ ন্যায়ালয়ত গুৰুত্বপূর্ণ শুনানি

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত কাৰাৰুদ্ধ হৈ থকা সাংস্কৃতিক উদ্যোক্তা শ্যামকানু মহন্তৰ জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ে। অহা ১৩ মে’ত ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত…

নতুন চৰকাৰ গঠনৰ ক্ষণগণনা, হিমন্ত বিশ্ব শৰ্মাৰ লগতে শপত ল’ব চাৰি জ্যেষ্ঠ নেতা

অসমত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে। আজি অৰ্থাৎ ১২ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া ভব্য শপত গ্ৰহণ অনুষ্ঠানত ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে…

অসমত আজি এনডিএ চৰকাৰৰ নতুন অধ্যায়, শপত গ্ৰহণত অংশ ল’বলৈ গুৱাহাটীত নৰেন্দ্ৰ মোদী

অসমত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ সোমবাৰে নিশা গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায়…

অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম ঘোষণা কৰাৰ পাছতেই পাণ্ডুত বিজেপি কৰ্মী – সমৰ্থকৰ আনন্দ উল্লাহ; ৰাইজৰ মাজত মিঠাই বিতৰণ

অসম প্ৰদেশ বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এনডিএ মিত্ৰজোটৰ বিধায়কৰ বৈঠকত কেন্দ্রীয় পর্যবেক্ষকদ্বয় ক্রমে-কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্রী নায়েব সিং চাইনীয়ে অসমৰ পৰৱৰ্তী…

লা লিগাৰ চেম্পিয়ন এফ চি বার্চিলোনা

এল ক্লাছিকো’ত ৰিয়েল মাদ্রিদক ২-০ গ’লত পৰাস্ত কৰি লা লিগা খিতাপ দখল কৰে এফ চি বার্চিলোনাই৷ এয়া বাৰ্চিলোনাৰ ২৯ সংখ্যক লা লিগা খিতাপ। তিনিজন গুৰুত্বপূৰ্ণ খেলুৱৈ নোহোৱাকৈয়ে খেলখনত প্ৰৱেশ কৰে…

গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ

শৈক্ষিক দিশৰ লগতে ক্ৰীড়াক্ষেত্ৰতো উৎকৰ্ষ সাধনৰ লক্ষ্যৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত তথা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ অসম ভিত্তিত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ হৈছে ।…

শীঘ্ৰে টি-২০ দলৰ সঞ্জু চেমছন হ’ব নতুন অধিনায়ক

টি-২০ ফৰ্মেটত সূৰ্যকুমাৰ যাদৱৰ ঠাইত নতুন অধিনায়কৰ কথা চিন্তা কৰিছে বিচিচিআইয়ে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে সঞ্জু চেমছনক নতুন টি-২০ অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ব পাৰে। ইয়াৰ…

বংগত গেৰুৱা যুগৰ আৰম্ভণি, মুখ্যমন্ত্রী হিচাপে শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ

পশ্চিমবংগৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি শনিবাৰে ৰাজ্যখনৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে। কলকাতাৰ ঐতিহাসিক ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত এক বিশাল সমাৰোহত ৰাজ্যপাল আৰ…

নিশাটোৰ ভিতৰতে সলনি তামিলনাডুৰ ৰাজনীতি! অভিনেতা বিজয়ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণক লৈ অনিশ্চয়তা

ঘনাই সলনি হৈছে তামিলনাডুৰ ৰাজনৈতিক দৃশ্যপট। ৰাজ্যখনত ডিএমকে আৰু এআইএডিএমকেৰ আধিপত্যৰ অৱসান ঘটাই অভিনেতাৰ পৰা ৰাজনীতিক হোৱা বিজয়ে আজি মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ কথা আছিল। কিন্তু এএমএমকে দলৰ সমৰ্থনক লৈ…

বুঢ়াপাহাৰত পোনপ্ৰথমবাৰৰ বাবে পৰ্যটকৰ কেমেৰাত বন্দী ঘঁৰিয়াল; কাজিৰঙাত বিৰল দৃশ্য প্ৰত্যক্ষ কৰি উৎফুল্লিত বন্যপ্ৰেমী

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত এক বিৰল আৰু ৰোমাঞ্চকৰ মুহূৰ্তৰ সাক্ষী হৈ ৰ’ল এদল পৰ্যটক। ৰাষ্ট্ৰীয় উদ্যানখনত ছাফাৰী কৰি থকাৰ সময়তে পৰ্যটকসকলে পোনপ্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰে বিলুপ্তপ্ৰায় প্ৰজাতিৰ এটা ঘঁৰিয়াল।…