Author: Sonakshi Sarkar

“পূৰ্বাঞ্চলৰ ৰাজনীতিত নতুন যুগৰ আৰম্ভণি” — বংগত বিজেপি চৰকাৰক লৈ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য

পশ্চিমবংগত বিজেপি চৰকাৰৰ শপত গ্ৰহণ সমাৰোহক সমগ্ৰ পূব আৰু উত্তৰ-পূব ভাৰতৰ বাবে এক ঐতিহাসিক ‘বিজয় দিৱস’ হিচাপে অভিহিত কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে কলকাতাত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত…

পশ্চিমবংগত ইতিহাস সৃষ্টি, প্ৰথম বিজেপি মুখ্যমন্ত্রী ৰূপে শুভেন্দু অধিকাৰীৰ জয়যাত্ৰা

পশ্চিমবংগত এক ঐতিহাসিক ৰাজনৈতিক পৰিৱৰ্তনৰ সূচনা কৰি ৰাজ্যখনৰ বিজেপি বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হ’ল শুভেন্দু অধিকাৰী। শুকুৰবাৰে কলকাতাত অনুষ্ঠিত দলৰ এক গুৰুত্বপূৰ্ণ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই…

প্ৰতিৰক্ষা বাহিনীৰ শীৰ্ষত সালসলনিঃ লেঃ জেনেৰেল ৰাজা সুব্ৰমণিক দেশৰ প্ৰতিৰক্ষা মুৰব্বী হিচাপে নিযুক্তি

দেশৰ সামৰিক বাহিনীৰ সৰ্বোচ্চ পদবী তথা চিফ অফ ডিফেন্স ষ্টাফ হিচাপে লেফটেনেণ্ট জেনেৰেল এন এছ ৰাজা সুব্ৰমণিক নিযুক্তি প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই গুৰুত্বপূৰ্ণ নিযুক্তিৰ কথা ঘোষণা…

ভাৰতত সম্প্ৰচাৰ নহয় ফিফা বিশ্বকাপ

ভাৰতত ফুটবল অনুৰাগীৰ বাবে আহিছে এক বেয়া খবৰ। ২০২৬ চনৰ ফিফা বিশ্বকাপত ভাৰতত সম্প্ৰচাৰ সন্দৰ্ভত এতিয়াও কোনো দৃঢ় চুক্তি হোৱা নাই। কাৰণ ফিফা আৰু জিঅ’হটষ্টাৰৰ মাজত হোৱা চুক্তি চূড়ান্ত হোৱা…

অহা ১২ মে’ত অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ; খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত চলিছে ব্যাপক প্ৰস্তুতি

অহা ১২ মে’ত অনুষ্ঠিত হ’ব অসমৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান। বুধবাৰে নিশা এই কথা সদৰি কৰে অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন…

তামিলনাডুত নতুন ইতিহাস ৰচনা; প্ৰথমবাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী আঠমহীয়া অন্তঃসত্ত্বা পল্লৱী

তামিলনাডুৰ ৰাজনৈতিক যুঁজত আঠমহীয়া অন্তঃসত্ত্বা অৱস্থাতে বিজয় সাৱ্যস্ত কৰি এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এম আৰ পল্লৱী। অভিনেতা বিজয়ৰ নেতৃত্বাধীন টিভিকে দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি থিৰু ভি কা নগৰ সমষ্টিত…

চৰকাৰ পৰিৱৰ্তনৰ পাছতেই পুনৰ মুক্তিৰ বাবে সাজু ‘দ্য বেংগল ফাইলছ’, শুকুৰবাৰে পশ্চিমবংগত মুক্তিলাভ

পশ্চিমবংগত বিজেপিৰ বিজয়ৰ পাছতেই অহা শুকুৰবাৰে মুক্তি লাভ কৰিব বিবেক অগ্নিহোত্ৰীৰ বহু চৰ্চিত বোলছবি ‘দ্য বেংগল ফাইলছ’। যোৱা বৰ্ষৰ ছেপ্টেম্বৰ মাহত ছবিখন দেশজুৰি মুক্তি পাইছিল যদিও ৰাজ্যখনত ই তীব্ৰ ৰাজনৈতিক…

অসমক বিজেপিৰ ‘ৰাজনৈতিক পৰীক্ষাগাৰ’ হিচাপে ব্যৱহাৰৰ অভিযোগ গৌৰৱ গগৈৰ; কংগ্ৰেছক শক্তিশালী কৰাৰ নতুন পৰিকল্পনা ঘোষণা

অসমত শেহতীয়া নিৰ্বাচনী বিপৰ্যয়ৰ পাছত এতিয়া দলীয় সংগঠনক পুনৰ সজীৱ কৰাৰ বাবে কঁকালত টঙালি বান্ধিছে কংগ্ৰেছ দলে। দলটোৰ জ্যেষ্ঠ নেতা তথা সাংসদ গৌৰৱ গগৈয়ে আজি ৰাজ্যত কংগ্ৰেছৰ এক ডাঙৰ সাংগঠনিক…

পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসা! উত্তৰ ২৪ পৰগণা জিলাত গুলীয়াই হত্যা শুভেন্দু অধিকাৰীৰ ঘনিষ্ঠ সহযোগী চন্দ্ৰনাথ ৰথক

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই পুনৰ আৰম্ভ হৈছে ভয়ংকৰ ৰাজনৈতিক হিংসা। উত্তৰ ২৪ পৰগণা জিলাত যোৱা নিশা বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীৰ অতি ঘনিষ্ঠ সহযোগী চন্দ্ৰনাথ ৰথক অচিনাক্ত দুৰ্বৃত্তই…

২০২৫-২৬ বৰ্ষত ২৮৯২টা স্থানত ইডিৰ অভিযান

প্ৰৱৰ্তন সঞ্চালকালয় (ই ডি) এ ২০২৫-২৬ বৰ্ষত ইতিহাসত সৰ্বাধিক অভিযান চলায়। কেন্দ্ৰীয় সংস্থাটোৱে মুঠ ২৮৯২টা অভিযান চলাইছিল, যিটো পূৰ্বৰ বছৰত চলোৱা ১৪৯১টা অভিযানৰ প্ৰায় দুগুণ। ইডিৰ বাৰ্ষিক প্ৰতিবেদন ২০২৫-২৬ অনুসৰি…