Author: Sonakshi Sarkar

অসমৰ ৰাজনীতিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰথম খোজতে ভাল প্ৰদৰ্শন

ঝাৰখণ্ড মুক্তি মৰ্চাৰ অসম বিধানসভা নিৰ্বাচনত প্ৰৱেশৰ পিছতে ৰাজনৈতিক মহলত পুনৰ চৰ্চা আৰম্ভ হৈছে। সীমিত সম্পদ আৰু সীমিত সময়ৰ মাজতো দলটোৱে কেইবাখনো আসনত যথেষ্ট সমৰ্থন লাভ কৰিছে। এই প্ৰদৰ্শনক জেএমএমৰ…

অসম বিধানসভা নিৰ্বাচনত গেৰুৱা মিত্ৰজোঁটৰ ঐতিহাসিক বিজয়; সত্য প্ৰমাণিত হ’ল মুখ্যমন্ত্ৰীৰ ভৱিষ্যদ্বাণী

আখৰে আখৰে ফলিয়ালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদ্বাণী। ৯ এপ্ৰিলত সম্পন্ন হোৱা ভোটগ্ৰহণৰ সময়ত কাগজত লিখি থোৱা ফলাফলেই অৱশেষত সত্য প্ৰমাণিত হ’ল ৪ মে’ৰ ফলাফলত। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ…

বিৰোধীলৈ ৰূপজ্যোতি কুৰ্মীৰ মুকলি প্ৰত্যাহ্বান; মৰিয়নীত ২০২৯ চনৰ বাবেও দিলে হুংকাৰ

মৰিয়নী বিধানসভা সমষ্টিত ধাৰাবাহিক বিজয়ৰ ধাৰা অব্যাহত ৰাখি বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ২০২৯ চনৰ নিৰ্বাচনৰ বাবে বিৰোধীলৈ এক তীব্ৰ প্ৰত্যাহ্বান জনায়। সোমবাৰে নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত নিজৰ বিজয় নিশ্চিত কৰি…

বিজেপিৰ জয়ৰ পাছতে বেদখলকাৰীৰ বিৰুদ্ধে কড়া পদক্ষেপৰ কথা মুখ্যমন্ত্ৰীৰ

অসম বিধানসভা নিৰ্বাচনত গেৰুৱা বাহিনীৰ বিশাল বিজয়ৰ পাছতে বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত গুৱাহাটীস্থিত দলীয় কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি…

প্ৰতিকূল বতৰৰ বাবে পবিতৰাত হাতী ছাফাৰী সাময়িকভাৱে বন্ধ

পবিতৰা অভয়াৰণ্যত আজিৰে পৰা বন্ধ হ’ব হাতী ছাফাৰী। ২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে আজিৰে পৰা অৰ্থাৎ ৫ মে’ৰ পৰা কাৰ্যকৰী হোৱাকৈ হাতী ছাফাৰী সাময়িকভাৱে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বন বিভাগে।…

হেভিৱেটসকল পিছ পৰিল, অখিলৰ উল্লেখযোগ্য জয়

পুনৰ গেৰুৱা হ’ল অসম। এইবাৰ পূৰ্বতকৈও অধিক শক্তিশালীভাৱে নিজৰ আধিপত্য প্ৰদৰ্শন কৰি বিশাল বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ’ল বিজেপি মিত্ৰজোঁট। সোমবাৰে ঘোষিত হোৱা অসম বিধানসভা নিৰ্বাচনত শাসকপক্ষৰ বহু হেভিৱেট প্ৰাৰ্থীৰ…

মিশ্ৰিত ফলাফল আঞ্চলিক দলৰ, মিত্ৰজোঁটত অগপ-বিপিএফৰ দৃঢ় অৱস্থান

সদ্যঘোষিত অসম বিধানসভা নিৰ্বাচনত পুনৰ সীমিত হৈ থকা পৰিলক্ষিত হ’ল আঞ্চলিক দলৰ ফলাফল। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ সহযোগী দল অসম গণ পৰিষদ আৰু বিপিএফে নিজৰ প্ৰভাৱ অক্ষুণ্ণ ৰখাৰ বিপৰীতে ৰাইজৰ দলে…

বিয়াৰ পাৰ্টীৰ পৰা ওভতাৰ সময়তে দুৰ্ঘটনাঃ চিলাপথাৰত তিনিজনৰ মৃত্যু

ধেমাজি জিলাৰ চিলাপথাৰত কালি মাজনিশা এক শোকাবহ পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিলে তিনিগৰাকী লোকৰ। কুলাজান পুৰাণ তিনিআলিত নিশা প্ৰায় ১ বজাত এখন বিবাহ যাত্ৰীৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এজোপা…

তামিলনাডুৰ নিৰ্বাচনঃ বিজয়ৰ টি ভি কে দলৰ পৰাজয়ৰ আশংকাত আত্মহননৰ চেষ্টা অনুৰাগীৰ

আজি অনুষ্ঠিত হৈছে অসমসহ ৫ ৰাজ্যৰ নিৰ্বাচনৰ ভোটগণনা। অসম, পশ্চিমবংগ, কেৰালা, পুডুচেৰী আৰু তামিলনাডুত অব্যাহত থকা ভোটগণনাৰ মাজতে তামিলনাডুত সংঘটিত হয় এক ভয়ংকৰ কাণ্ড। এইবাৰ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা…

দিছপুৰত গেৰুৱা বতাহ, ২৪ আসনত বিজেপিৰ দপদপীয়া আগবঢ়া

অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰাৰম্ভিক ধাৰাত ভাৰতীয় জনতা পাৰ্টিয়ে এক বৃহৎ অগ্ৰগতি লাভ কৰি দিছপুৰৰ ক্ষমতা পুনৰ দখলৰ দিশে খোজ পেলাইছে। বৰ্তমানৰ শেহতীয়া তথ্য অনুসৰি, গেৰুৱা দলটোৱে ৰাজ্যৰ ২৪…