Author: Sonakshi Sarkar

লখিমপুৰ বন বিভাগত দুৰ্নীতিৰ সম্ৰাজ্য! ৰেঞ্জাৰৰ গ্ৰপ্তাৰৰ পাছতে পোহৰলৈ ৫ কোটি টকীয়া ছিণ্ডিকেটৰ তথ্য

বন বিষয়া শিৱাশীষ শাণ্ডিল্যৰ গ্ৰেপ্তাৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ লখিমপুৰ বন বিভাগৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ ধন দাবীৰ অভিযোগ। এজন বৈধ কুৱেৰী অনুজ্ঞাপত্ৰ ধাৰীয়ে বন বিভাগৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া শোষণ আৰু…

দিছপুৰত গেৰুৱা ধুমুহাঃ অসমত বিজেপিৰ অগ্ৰগতি, বেংগলত কঁপিছে মমতাৰ ভেটি

অসমসহ দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বহু প্ৰত্যাশিত ভোট গণনা আজি পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। প্ৰাৰম্ভিক ধাৰা অনুসৰি, অসমত ভাৰতীয় জনতা পাৰ্টিয়ে একক আধিপত্য বিস্তাৰ কৰি হেট্ৰিকৰ দিশে…

ৰবীন্দ্ৰ নাথ ঠাকুৰৰ জন্ম জয়ন্তীত মাছখোৱাত শব্দঘৰৰ উদ্যোগত তিনিদিনীয়াকৈ ‘আলোকশিখা জ্বলুক প্ৰাণে’ শীৰ্ষক অনুষ্ঠান আৰম্ভ

২০২৩ বৰ্ষত প্ৰতিষ্ঠা হোৱা মাল্টি ডিচিপ্লিনেৰী আৰ্ট চেন্টাৰ ‘শব্দঘৰে বিগত বৰ্ষৰ দৰে এইবেলিও কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৫ সংখ্যক জয়ন্তীৰ লগত সংগতি ৰাখি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প চৌহদত পহিলা মে’ৰ…

পুৰুষৰ টেষ্ট-মহিলাৰ এদিনীয়া ৰেংকিঙৰ শীৰ্ষত অষ্ট্ৰেলিয়া

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে শুকুৰবাৰে বাৰ্ষিক ৰেংকিং আপডেট প্ৰকাশ কৰে, য’ত অষ্ট্ৰেলিয়াই পুৰুষৰ টেষ্ট আৰু মহিলাৰ এদিনীয়া দুয়োটা ফৰ্মেটতে শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে। পুৰুষৰ টেষ্ট ৰেংকিঙত অষ্ট্ৰেলিয়া ১৩১ পইণ্টেৰে প্ৰথম স্থানত থকাৰ…

নিৰ্বাচন আয়োগে গণনা কৰ্মী বাছনি কৰিব পাৰে: তৃণমূল কংগ্ৰেছৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত ভোট গণনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মী নিয়োগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই তৃণমূল কংগ্ৰেছৰ আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে আবেদনখনৰ ওপৰত আৰু…

মহিলা বিশ্বকাপ ২০২৫ জয় কৰাৰ পিছতো এদিনীয়া ৰেংকিঙৰ তৃতীয় স্থানত ভাৰত

অষ্ট্ৰেলিয়াই আইচিচি মহিলা এদিনীয়া দল ৰেংকিঙৰ শীৰ্ষত নিজৰ আধিপত্য বজাই ৰখাৰ বিপৰীতে ভাৰতে আইচিচি মহিলা বিশ্বকাপ ২০২৫ জয় কৰাৰ পিছতো তৃতীয় স্থান দখল কৰে। আইচিচিয়ে বাৰ্ষিক আপডেট কৰিছে। দুটা পইণ্টৰ…

কৰ্ণাটকৰ তুমকুৰত এইচ৫এন১ ভাইৰাছৰ প্ৰকোপঃ ৪৪টা ময়ুৰৰ মৃত্যুৰ পাছত সতৰ্ক জিলা প্ৰশাসন

কৰ্ণাটকৰ তুমকুৰ জিলাত এইচ৫এন১ ভাইৰাছৰ সংক্ৰমণে সৃষ্টি কৰে তীব্ৰ আতংকৰ। এই ভাইৰাছৰ ফলত জিলাখনত ৪৪টাকৈ ময়ুৰৰ মৃত্যু হোৱাৰ তথ্য শনিবাৰে সদৰী কৰে জিলা উপায়ুক্ত শুভ কল্যাণে। এই দুৰ্ভাগ্যজনক ঘটনাৰ পাছতে…

মণিপুৰত নিৰাপত্তাৰক্ষীৰ তীব্ৰ অভিযানঃ ২৩টা বাংকাৰ ধ্বংসৰ লগতে বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

অশান্তজৰ্জৰ মণিপুৰত অব্যাহত থকা তীব্ৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে ২৩টাকৈ অবৈধ বাংকাৰ ধ্বংস কৰিবলৈ সক্ষম হ’ল নিৰাপত্তাৰক্ষী। উখ্ৰুল আৰু টেংনৌপাল জিলাত পৃথককৈ চলোৱা এই বিশেষ অভিযানত বাহিনীয়ে বাংকাৰসমূহ ধ্বংস কৰাৰ উপৰি…

পৰ্বতৰ শিখৰত সেনাৰ সহযাত্ৰী প’ৰ্টাৰসকললৈ বিশেষ সন্মান; মেঞ্চুকা উপত্যকাত মে’ দিৱস উদযাপন

দেশৰ সুৰক্ষা কৱচ শক্তিশালী কৰাৰ ক্ষেত্ৰত অতি দুৰ্গম পৰ্বতৰ শিখৰত অহৰহ সেৱা আগবঢ়াই অহা প’ৰ্টাৰসকলক ১ মে’ত ভাৰতীয় সেনাই বিশেষ সন্মান যাচে। অৰুণাচল প্ৰদেশৰ অতি উচ্চতাৰ ফৰৱাৰ্ড লোকেশ্যন মেঞ্চুকা উপত্যকাত…

শ্বিলঙৰ ছেইণ্ট এন্থনীজ কলেজ আছাম ষ্টুডেণ্টছ এছ’চিয়েশ্যনৰ উদ্যোগত ৰঙালী বিহু উদযাপন

বহাগ বিহু মানেই যেন অসমীয়াৰ প্ৰাণ। অসমীয়া নতুন বছৰ বহাগ বা ৰঙালী বিহু বুলিয়েই অসমীয়াৰ গা সাতখন – আঠখন লাগে। আনকি দেশৰ আন আন ৰাজ্য আৰু বিদেশত থকা অসমীয়া লোকসকলেও…