Assam কাজিৰঙাত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ বৃহৎ সফলতাঃ অভিযানত আটক তিনি অভিযুক্ত May 11, 2026 Paromita বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগে অব্যাহত ৰাখিছে তীব্ৰ অভিযান। এই অভিযানকালত বিভাগৰ সজাগ বাহিনীয়ে তিনিজন চোৰাং চিকাৰীক আটক কৰাৰ লগতে…
Assam বাংলাদেশ সীমান্তত বি এছ এফক ভূমি হস্তান্তৰৰ সিদ্ধান্তঃ প্ৰথমখন কেবিনেটতে কেইবাখনো আঁচনিত অনুমোদন বংগৰ প্ৰথম বিজেপি মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ May 11, 2026 Paromita পশ্চিমবংগত নতুন চৰকাৰ গঠন কৰিয়েই এতিয়া সম্পূৰ্ণ একশ্যন মুডত দেখা গৈছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীক। ৰাজ্যখনত বিজেপি চৰকাৰ গঠনৰ পাছত অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকতে সীমান্তৰ ভূমি হস্তান্তৰৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ…
Assam ১২ বছৰীয়া ব্যৰ্থতাৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিছে প্ৰধানমন্ত্ৰীয়েঃ ৰাহুল গান্ধী May 11, 2026 Paromita ১২ বছৰীয়া ব্যৰ্থতাৰ বোজা দেশৰ জনসাধাৰণৰ ওপৰত জাপি দিয়াটো বিজেপি চৰকাৰৰ এক চৰিত্ৰ হৈ পৰিছে। পশ্চিম এছিয়াৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশত দেখা দিয়া অৰ্থনৈতিক সংকটৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক মিতব্যয়ী…
Assam অসম চুক্তিৰ ৰূপায়ণ আৰু অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰক নতুন চৰকাৰে অগ্ৰাধিকাৰ দিব লাগেঃ মুখ্যমন্ত্ৰীলৈ দেৱব্ৰত শইকীয়াৰ পত্ৰ May 11, 2026 Paromita অসম চুক্তিক আখৰে আখৰে পালন কৰাটোৱেই এতিয়া নতুন চৰকাৰখনৰ অন্যতম নৈতিক দায়িত্ব হোৱা উচিত। সোমবাৰে হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এখন পত্ৰত এই দাবী উত্থাপন কৰে কংগ্ৰেছ নেতা তথা বিধানসভাৰ…
Assam খানাপাৰাত নতুন চৰকাৰৰ শপত গ্ৰহণৰ প্ৰস্তুতি সম্পন্ন; আজি নিশা গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী May 11, 2026 Paromita অসমত নতুনকৈ গঠন হ’বলগীয়া বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ শপত গ্ৰহণ সমাৰোহৰ বাবে এতিয়া উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। কাইলৈ অৰ্থাৎ ১২ মে’ত অনুষ্ঠিত হ’বলগীয়া…
Assam দিল্লীৰ নেহৰু প্লেচত উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতীক দুৰ্ব্যৱহাৰ আৰু আক্ৰমণ; গোচৰ ৰুজু May 11, 2026 Paromita দেশৰ ৰাজধানী চহৰ দিল্লীত পুনৰ বৰ্ণবৈষম্যমূলক আচৰণ আৰু আক্ৰমণৰ বলি হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দুই যুৱতী। দেওবাৰে পুৱা দক্ষিণ দিল্লীৰ নেহৰু প্লেচ অঞ্চলত দুই যুৱতীক অশ্লীল গালি-গালাজ কৰাৰ লগতে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ…
Assam শপত গ্ৰহণ অনুষ্ঠানৰ বাবে যানবাহন চলাচলত বিশেষ নিৰ্দেশনা May 9, 2026 Paromita ১২ মে’ তাৰিখে নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানৰ বাবে যানবাহন চলাচলত বিশেষ নিৰ্দেশনা । সেইদিনা গধুৰ বাহন আৰু ধীৰ চলিত বাবে পুৱা ৯ বজাৰ পৰা ২ বজালৈকে বন্ধ থাকিব কইনাধাৰা…
Assam শপত গ্ৰহণ অনুষ্ঠানত উপস্হিত থাকিব ২০খন ৰাজ্যৰ মুখ্যমন্ত্রী May 9, 2026 Paromita নতুন চৰকাৰৰ শপতগ্রহণক লৈ ব্যাপক তৎপৰতা । প্রায় এক লাখ লোকৰ উপস্থিতিত অহা ১২ মে’ত দিনৰ ১১ বজাত শপতগ্ৰহণ কৰিব নতুন চৰকাৰে। খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া…
Assam দুৰ্নীতিগ্ৰস্ত লোকক ক্ষমতাৰ বাঘজৰী গতাই দিয়াটো বিজেপিৰ পুৰণি পৰম্পৰাঃ শিৱসেনা নেতা সঞ্জয় ৰাউত May 9, 2026 Paromita বংগত ইতিহাস ৰচনা কৰি আজি প্ৰথমবাৰৰ বাবে গঠন হ’ল বিজেপি চৰকাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ২১ প্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰীৰ উপস্থিতিত আজি পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে শুভেন্দু অধিকাৰীয়ে। বংগৰ এই…
Assam শুভেন্দু অধিকাৰী জনসাধাৰণৰ আবেগ বুজি পোৱা এজন জনপ্ৰিয় নেতাঃ অভিনন্দন বাৰ্তাত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ May 9, 2026 Paromita পশ্চিমবংগৰ প্ৰথমগৰাকী বিজেপি মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰা শুভেন্দু অধিকাৰী হ’ল জনসাধাৰণৰ সৈতে গভীৰভাৱে জড়িত আৰু তেওঁলোকৰ আশা-আকাংক্ষা বুজি পোৱা এজন প্ৰকৃত নেতা। শনিবাৰে কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত ঐতিহাসিক…