Author: Paromita

বংগত বিজেপিৰ জয় ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলিঃ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ

পশ্চিমবংগত বিজেপিৰ এই ঐতিহাসিক বিজয় ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক ড° শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতি এক প্ৰকৃত শ্ৰদ্ধাঞ্জলি। বংগৰ নিৰ্বাচনত বিজেপিৰ এই অভূতপূৰ্ব জয়ক লৈ শনিবাৰে নাগপুৰত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য…

১২ মে’ত শপত গ্ৰহণ কৰিব নতুন চৰকাৰে

১২ মে’ত শপত ল’ব ৰাজ্যৰ নতুন চৰকাৰে। খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সিদিনা দিনৰ ১১ বজাত অনুষ্ঠিত হ’ব । প্ৰায় এক লাখ লোকৰ উপস্থিতিত হ’বলগীয়া শপতগ্রহণ অনুষ্ঠানত অংশগ্রহণ কৰিব…

গুৱাহাটীত যাত্ৰা আৰম্ভ এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকৰ

চুলি আৰু ছালৰ আধুনিক চিকিৎসাৰ যাত্ৰাত এক নতুন মাইলৰ খুঁটি স্থাপন কৰি গুৱাহাটীত নিজৰ নতুন শাখা মুকলি কৰিলে এডভান্সড গ্ৰ’হেয়াৰ এণ্ড গ্ল’স্কিন ক্লিনিকে। এই নতুন কেন্দ্ৰ মুকলিৰ জৰিয়তে ভাৰত তথা…

পাঞ্জাবত ই ডিৰ অভিযানক লৈ উত্তপ্ত ৰাজনীতি; আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি আমন আৰোৰাক লৈ বিতৰ্ক

পাঞ্জাবত এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট চমুকৈ ই ডি-য়ে চলোৱা এক তীব্ৰ অভিযানৰ পাছতে এতিয়া বিমোৰত পৰিছে শাসকীয় আম আদমি পাৰ্টি। মহালীত দুটা ৰিয়েল এষ্টেট গোষ্ঠীৰ সৈতে জড়িত ১২ টা স্থানত চলোৱা এই…

টিচিএছৰ নাছিক গোটত যৌন নিৰ্যাতনৰ অভিযোগ! ২৫ দিনৰ পাছত গ্ৰেপ্তাৰ নিদা খান

বিগত ২৫ দিন ধৰি অব্যাহত থকা নাটকীয় অন্তৰ্ধানৰ অন্তত অৱশেষত আৰক্ষীৰ জালত পৰিল নাছিকৰ টি চি এছ কাণ্ডৰ অন্যতম অভিযুক্ত নিদা খান। বৃহস্পতিবাৰে নিশা ছত্ৰপতি সম্ভাজী নগৰৰ এটা আৱাসৰ পৰা…

দিল্লীৰ ঐতিহাসিক মন্দিৰ আৰু সামৰিক শিবিৰত কূটাঘাতৰ ভয়ংকৰ ষড়যন্ত্ৰ! আৰক্ষীৰ জালত আইএছআইৰ ৯ জনীয়া মডিউল

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ এবছৰ পাছতেই দেশৰ কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত কূটাঘাতৰ এক ভয়ংকৰ ব্লুপ্ৰিণ্ট প্ৰস্তুত কৰিছিল পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ এক বিশেষ অভিযানত পোহৰলৈ আহে…

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ; আৰক্ষীৰ জালত কুখ্যাত সৰবৰাহকাৰী পোনাকণ দাস

তিনিচুকীয়া জিলা কাৰাগাৰৰ সমীপৰ ককৰাতলীত আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা এক অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা। বিশেষ এক গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত প্ৰায় ২০০ কেজিৰো অধিক নিচাজাতীয় সামগ্ৰীখিনি…

মানৱ অংগৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা; মাৰ্ঘেৰিটাৰ পৰা আটক ৪ দালাল

মানৱ অংগৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক বিশেষ অভিযানত ডিব্ৰুগড় আৰু তিনিচুকীয়া আৰক্ষীয়ে যৌথভাৱে উৎখাত কৰে এটা বৃহৎ চক্ৰ। এই অভিযানত মাৰ্ঘেৰিটাৰ পৰা আটক কৰা হয় চাৰিজনীয়া এটা দালালৰ দলক।…

জাতিভেদ আঁতৰিলেহে বন্ধ হ’ব জাতিভিত্তিক ৰাজনীতিঃ আৰএছএছৰ মুৰব্বী মোহন ভাগৱত

দেশৰ উন্নয়নৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ নীতি আৰু অভিন্ন দেৱানী বিধিৰ কাৰ্যকৰীকৰণত প্ৰয়োজন হ’ব জনসাধাৰণৰ সহযোগিতা। বৃহস্পতিবাৰে মহীশূৰত অনুষ্ঠিত এক বক্তৃতানুষ্ঠানত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে।…

কেদাৰনাথ যাত্ৰাত অঘটন! উশাহ লোৱাত কষ্ট পাই মৃত্যু অসমৰ যুৱতীৰ, ডিচেম্বৰত ঠিক হৈছিল বিয়াৰ তাৰিখ

উত্তৰাখণ্ডৰ কেদাৰনাথলৈ তীৰ্থভ্ৰমণলৈ যোৱাৰ সময়তে অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল মৰিগাঁও জিলাৰ এগৰাকী যুৱতীয়ে। মৰিগাঁওৰ দলংঘাট নিবাসী পাপৰি ডেকা নামৰ যুৱতীগৰাকীয়ে যোৱা ৪ মে’ত মন্দিৰৰ মাত্ৰ ৫০০ মিটাৰ দূৰত্বত মৃত্যুৰ কোলাত…