Author: Paromita

বিহাৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট সম্প্ৰসাৰণ; নীতিশ কুমাৰৰ পুত্ৰ নিশান্তসহ ৩২ গৰাকীৰ মন্ত্ৰিত্বৰ শপত

বিহাৰত প্ৰথমবাৰৰ বাবে গঠিত হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট আজি আনুষ্ঠানিকভাৱে সম্প্ৰসাৰণ কৰা হয়। বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা এক ভব্য অনুষ্ঠানত জে ডি ইউৰ মুৰব্বী নীতিশ কুমাৰৰ পুত্ৰ নিশান্ত কুমাৰৰ লগতে…

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত পাণ্ডু – মালিগাওঁ আৰু আদাবাৰী অঞ্চলত নিশা বিজেপিৰ বিশাল বিজয় সমদল

জালুকবাৰী বিধানসভা সমষ্টিৰ পৰা একেৰাহে ছয়বাৰকৈ বিজয়ী হৈ বিৰল গৌৰব অৰ্জন কৰা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিজয়ত সমষ্টিটোৰ দলীয় কৰ্মী, কাৰ্যকৰ্তা – সমৰ্থকৰ মাজত ব্যাপক উৎসাহৰ ঢল বোৱা পৰিলক্ষিত…

অগপ বিধায়িনী দলৰ নেতা নিৰ্বাচিত অতুল বৰা; পুনৰ মুখ্যমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা

ৰাজ্যত নতুন চৰকাৰ গঠনৰ তৎপৰতাৰ মাজতে আজি আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ বিধায়িনী দলৰ এক গুৰুত্বপূৰ্ণ বৈঠক। এইবাৰৰ নিৰ্বাচনত ১০ খন আসনত জয়লাভ কৰি দলটোৱে পুনৰ এন…

অসমত নতুন চৰকাৰ গঠনৰ কাউন্টডাউন আৰম্ভ; ১১ মে’ৰ পাছত শপত ল’ব ড৹ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যত নতুন চৰকাৰ গঠনৰ কুচকাৱাজৰ মাজতে আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰাৰ লগতে নতুন চৰকাৰ গঠনৰ…

পদত্যাগ কৰিলে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই

অসম বিধান সভা নিৰ্বাচন-২০২৬ৰ ফলাফলৰ আনুষ্ঠানিক ঘোষণা পাছতে আৰু নতুন চৰকাৰ গঠনৰ বাবে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ।বুধবাৰে লোকভৱনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত নিজৰ লগতে মন্ত্ৰীসভাৰ সদস্যসকলৰ পদত্যাগ পত্ৰ…

অসমত নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ; ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰদান ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

অসমত নতুন চৰকাৰ গঠনৰ প্ৰস্তুতিৰ মাজতে আজি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰে ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁ নিজৰ পদত্যাগ পত্ৰ প্ৰদান কৰাৰ লগতে নতুন চৰকাৰ গঠনৰ…

শিৱসাগৰত আলফা (স্বা) সদস্য গ্ৰেপ্তাৰ; বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ পিষ্টল জব্দ

উজনি অসমৰ জিলাসমূহত নিষিদ্ধ ঘোষিত সংগঠনৰ সঘন তৎপৰতাই এতিয়াও সাধাৰণ ৰাইজৰ মাজত শংকাৰ সৃষ্টি কৰিছে। শিৱসাগৰ আৰক্ষীয়ে আজি ডিমৌৰ পালেঙিত অভিযান চলাই আলফা (স্বা)ৰ এজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰে। ধৃত…

অসম চুক্তি ৰূপায়ণত অগপৰ সমৰ্থন; ৰাজ্যৰ শান্তি আৰু উন্নয়নত এন ডি এৰ ভূমিকাৰ প্ৰশংসা অতুল বৰাৰ

অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে পালন কৰিবলৈ অসম গণ পৰিষদ এতিয়াও দায়বদ্ধ। দলৰ সভাপতি তথা বোকাখাতৰ নৱ-নিৰ্বাচিত বিধায়ক অতুল বৰাই আজি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে…

মণিপুৰত আৰক্ষীৰ বৃহৎ সাফল্য; নিষিদ্ধ ড্ৰাগছসহ ৪ ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ

আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে অব্যাহত থকা ড্ৰাগছৰ অবাধ সৰবৰাহৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হ’ল মণিপুৰ আৰক্ষী। মঙলবাৰে আৰক্ষীয়ে ৰাজ্যখনৰ চুৰচান্দপুৰত অভিযান চলাই চাৰিজন ম্যানমাৰৰ নাগৰিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।…

ইভিএম সুৰক্ষা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ স্পষ্টীকৰণ; মমতা বেনার্জীৰ অভিযোগ খাৰিজ বংগৰ মুখ্য নিৰ্বাচনী বিষয়াৰ

পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা কেন্দ্ৰসমূহত কোনো ধৰণৰ খেলিমেলি বা অনিয়মৰ সুযোগ নাই। বংগৰ সদ্য ঘোষিত বিধানসভা নিৰ্বাচনত ইভিএম টেম্পাৰিঙৰ অভিযোগ প্ৰসংগত মঙলবাৰে এই স্পষ্টীকৰণ প্ৰদান কৰে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া…