Author: Paromita

মুখ্যমন্ত্ৰীৰ পদ এৰিবলৈ ৰাজী নহয় মমতা! নিৰ্বাচন ফলাফলক লৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ

পশ্চিমবংগ বিধানসভা নিৰ্বাচনত গেৰুৱা বাহিনীৰ অভূতপূৰ্ব উত্থানৰ পাছতো পৰাজয় স্বীকাৰ কৰিবলৈ মান্তি হোৱা নাই তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনার্জী। সোমবাৰে ঘোষিত ফলাফলত বিজেপিয়ে ২০৭ খন আসন লাভ কৰি ৰাজ্যখনত ১৫…

ষ্ট্ৰং ৰূমত বিজেপি কৰ্মীৰ প্ৰৱেশ! নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ গৌৰৱ গগৈৰ বিস্ফোৰক অভিযোগ

বিজেপিয়ে নিজৰ কামৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনত জিকিব নোৱাৰে। সেয়ে তেওঁলোকে চুৰি কৰি নিজক বচাব বিচাৰিছে। নিৰ্বাচনী ফলাফল ঘোষণাৰ পূৰ্বেই এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট…

মঠঘৰীয়াৰ শোকাৱহ দুৰ্ঘটনাঃ অভিযুক্ত চালক ছামিম আহমেদক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

মহানগৰীৰ মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ অভিযুক্ত চালক ছামিম আহমেদক শনিবাৰে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আদালতে। চাৰিদিনীয়া আৰক্ষী জিম্মাৰ ম্যাদ অন্ত পৰাৰ পাছত নুনমাটি আৰক্ষীয়ে অভিযুক্তটোক আজি কামৰূপ…

উচ্চতম ন্যায়ালয়ৰ ৰায়ত মুখ ঠেকেচা খালে অসমৰ মুখ্যমন্ত্ৰীয়েঃ আগতীয়া জামিন লাভ কৰি মন্তব্য পৱন খেৰাৰ

ৰাজনৈতিক প্ৰতিশোধৰ বাবে ব্যক্তিগত স্বাধীনতা বলি দিব নোৱাৰি। উচ্চতম ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লাভ কৰি এইদৰে চৰকাৰক তীব্ৰ কটাক্ষ কৰে কংগ্ৰেছ নেতা পৱন খেৰাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ…

লাখিমপুৰত জালত এ পি এছ চি টপাৰ; ঘোচ লৈ হাতে-লোটে ধৰা পৰিল বন বিষয়া শিৱাশীষ শাণ্ডিল্য

দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি চলা তীব্ৰ অভিযানৰ মাজতে এইবাৰ লাখিমপুৰত গ্ৰেপ্তাৰ হ’ল এ পি এছ চি টপাৰ তথা বন বিষয়া শিৱাশীষ শাণ্ডিল্য। এ পি এছ চি পৰীক্ষাত শীৰ্ষ স্থান দখল কৰি…

অসমত চৰকাৰ গঠন কৰিব বিৰোধীয়েঃ এগজিট পলৰ সম্ভাৱনা নস্যাৎ কৰি দাবী লুৰীণজ্যোতিৰ

অসমত এইবাৰ উৎখাত হ’ব বিজেপি। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণালৈ মাত্ৰ কেইটামান ঘণ্টা বাকী থকা সময়ত এই দাবী কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা খোৱাং সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে। শেহতীয়াকৈ…

বিজেপি চৰকাৰৰ দমনমূলক নীতিৰ তীব্ৰ সমালোচনা সোনম ৱাংচুকৰ; আলোচনা ব্যৰ্থ হ’লে পুনৰ আন্দোলনৰ হুংকাৰ

দেশৰ প্ৰগতি কেতিয়াও ভয়ৰ পৰিৱেশত হ’ব নোৱাৰে, চৰকাৰে মানুহৰ মন জয় কৰিব লাগিব। – এই মন্তব্য কৰে জলবায়ু কৰ্মী সোনম ৱাংচুকে। কাৰাগাৰৰ পৰা মুক্তি লাভ কৰাৰ পাছত শনিবাৰে লেহত সংবাদ…

মানহানিৰ গোচৰত পৱন খেৰাক সকাহ; অসম আৰক্ষীৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

অসম আৰক্ষীয়ে ৰুজু কৰা এক বিতৰ্কিত গোচৰত অৱশেষত উচ্চতম ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰিবলৈ সক্ষম হ’ল কংগ্ৰেছ নেতা পৱন খেৰা। মঙলবাৰে এক গুৰুত্বপূৰ্ণ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতে গুৱাহাটী…

জাল আদালতৰ নথিৰে ১৬ কয়দীৰ পলায়ন; আৰক্ষীৰ জালত মাষ্টাৰমাইণ্ডসহ ১৩ জন

আদালতৰ ভুৱা চহী আৰু নথিপত্ৰৰে আইনৰ সুৰুঙা বিচাৰি কাৰাগাৰৰ পৰা পলায়ন ১৬ জনতকৈ অধিক কয়দীৰ। মিজোৰামৰ লুংলেই কাৰাগাৰত বন্দী হৈ থকা এই অপৰাধীৰ দলটোৱে যোৱা চাৰি মাহ ধৰি অতি পৰিকল্পিতভাৱে…

নিৰ্বাচনী ফলাফলৰ পূৰ্বেই বিপৰ্যয়! একে কোবে ৯৩৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য

নিৰ্বাচন শেষ হোৱাৰ লগে লগেই পুনৰ মূল্যবৃদ্ধিৰ জুইয়ে দহিবলৈ আৰম্ভ কৰিছে সাধাৰণ জনতাক। ৪ মে’ৰ ভোটগণনাৰ পূৰ্বেই এইবাৰ একে কোবে ৯৩৩ টকা বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য। বিশ্ব বজাৰত অপৰিশোধিত…