Author: Paromita

কেৰালামৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ভি ডি সতীশনৰ নাম ঘোষণা; দিল্লীৰ পৰা আহিল কংগ্ৰেছ হাইকামাণ্ডৰ চূড়ান্ত নিৰ্দেশ

বহু জল্পনা-কল্পনাৰ অন্তত ঘোষণা হ’ল কেৰালামৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। আজি কংগ্ৰেছ নেতৃত্বই দিল্লীৰ পৰাই ঘোষণা কৰে কেৰালামৰ মুখ্যমন্ত্ৰীৰ নাম। সেই অনুসৰি কেৰালামৰ জ্যেষ্ঠ নেতা ভি ডি সতীশনক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা…

হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নতুন কেবিনেটৰ দপ্তৰ বিতৰণ; অতুল বৰাৰ হাতত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ গুৰুত্বপূৰ্ণ দায়িত্ব

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন দ্বিতীয়টো কাৰ্যকালৰ নতুন মন্ত্ৰীসভাৰ দপ্তৰসমূহ বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে আবণ্টন কৰে চৰকাৰে। বুধবাৰে শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ মাজত বিভাগসমূহ বিতৰণ কৰি ৰাজভৱনৰ পৰা এক চৰকাৰী জাননী…

অসম কেবিনেটৰ সিদ্ধান্ত; ইউচিচি বিধেয়কত অনুমোদন, আগন্তুক ৫ বছৰত ২ লাখ চৰকাৰী চাকৰিৰ সংকল্প

অসমৰ নৱগঠিত চৰকাৰে বুধবাৰে অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকতে অনুমোদন জনায় অভিন্ন দেৱানী বিধি (UCC) বিধেয়কত। ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আগন্তুক পাঁচ বছৰত দুই লাখ চৰকাৰী চাকৰি প্ৰদানৰ এক অভিলাষী লক্ষ্যও…

কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; আগন্তুক ছমাহৰ বাবে মন্ত্ৰী-বিষয়াৰ বিদেশ ভ্ৰমণত নিষেধাজ্ঞা

অসমৰ নৱগঠিত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে আগন্তুক ছমাহৰ বাবে মন্ত্ৰী আৰু চৰকাৰী বিষয়াৰ বিদেশ ভ্ৰমণৰ ওপৰত জাৰি কৰিছে এক কঠোৰ নিষেধাজ্ঞা। বুধবাৰে অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকৰ পাছত সংবাদ…

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা; চৰকাৰী ব্যয় কৰ্তনৰ বাবে কেবিনেটত কেইবাটাও বিশেষ সিদ্ধান্ত

অসমৰ নৱগঠিত চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে বুধবাৰে লোৱা হয় চৰকাৰী ব্যয় কৰ্তনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। গুৱাহাটীত অনুষ্ঠিত এই বৈঠকৰ পাছতে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন…

উন্মুক্ত নলাৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ; ২৫ মে’ৰ ভিতৰত অগ্ৰগতিৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ চৰকাৰক

ৰাজ্যৰ নগৰীয়া আন্তঃগাঁথনিত থকা উন্মুক্ত নলাসমূহক জনসাধাৰণৰ জীৱনৰ প্ৰতি এক গুৰুতৰ ভাবুকি হিচাপে গণ্য কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজ্যৰ চহৰ তথা নগৰসমূহৰ বিপজ্জনক নিষ্কাশন ব্যৱস্থাক লৈ উদ্বেগ প্ৰকাশ কৰি সোমবাৰে…

জনপ্ৰিয় কবি জোনমণি দাসৰ অকাল বিয়োগ! শোকস্তব্ধ অসমৰ সাহিত্য জগত

শব্দৰ সূতাৰে কবিতাৰ মালা গাঁথি জীৱন আৰু প্ৰকৃতিক ভাল পাবলৈ শিকোৱা মানুহজন আৰু নাই! জটিল ৰোগৰ সৈতে যুঁজি যুঁজি মঙলবাৰে ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অসমীয়া কবি…

আজি অসমৰ বাবে এটা মহৎ দিনঃ হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণত অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। আজিৰ এই দিনটোক ‘অসমৰ বাবে এক মহৎ দিন’ বুলি…

আচল চিনেমা এতিয়াহে আৰম্ভ হ’বঃ মুখ্যমন্ত্ৰীৰ শপত লৈয়েই হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ শাসনত বিজেপিৰ একছত্ৰী আধিপত্য পুনৰ সাব্যস্ত কৰি মঙলবাৰে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল ড° হিমন্ত বিশ্ব শৰ্মা। উত্তৰ-পূৰ্বাঞ্চলত গেৰুৱা দলৰ অভ্যুদ্বয়ৰ মূল কাণ্ডাৰী হিচাপে পৰিচিত শৰ্মাই এন ডি…

দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি মঙলবাৰে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ড° হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক ভব্য…