Author: Paromita

মণিপুৰৰ হিংসা প্ৰতিৰোধ কৰিবলৈ চি আৰ পি এফক গুলী চালনাৰ পূৰ্ণ স্বাধীনতা প্ৰদান সঞ্চালক প্ৰধানৰ; কোব্ৰা বাহিনী নিয়োগৰ সিদ্ধান্ত

জাতিগত হিংসাক লৈ দীৰ্ঘদিন ধৰি উত্তেজনা অব্যাহত থকা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সুৰক্ষা বাহিনীক এক গুৰুত্বপূৰ্ণ তথা কঠোৰ নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অৰ্থাৎ চিআৰপিএফৰ সঞ্চালক…

অসমীয়াৰ বিৰুদ্ধে অনা অসমীয়াৰ যুদ্ধংদেহী ৰূপ

উদণ্ড লোকৰ হাতৰ পৰা সাৰি নগ’ল সাংবাদিক আৰু আৰক্ষী ।সোণৰ অসমত পুনৰ এবাৰ অনা-অসমীয়াই দপদপনি দেখুৱাই দিলে অসমীয়া গ’ বেক ধ্বনি ৷ ইয়াকে লৈ দেওবাৰে গুৱাহাটী মহানগৰীৰ আৰ্য নগৰত উত্তপ্ত…

জুবিন গাৰ্গ হত্যা গোচৰ! আজি চাৰি অভিযুক্তৰ জামিন আবেদনৰ চূড়ান্ত ৰায়দান কৰিব আদালতে

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আকস্মিক মৃত্যুক লৈ চলি থকা গোচৰৰ চাৰি অভিযুক্তৰ জামিন আবেদনৰ ওপৰত আজি চূড়ান্ত ৰায়দান কৰিব বিশেষ ফাষ্ট ট্ৰেক আদালতে। বিগত ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত…

ভাৰতৰ জন্মৰ হাৰক লৈ ডাঙৰ মন্তব্য ইলন মাস্কৰ; প্ৰথমবাৰৰ বাবে প্ৰতিষ্ঠাপন স্তৰতকৈ হ্ৰাস সন্তান জন্মৰ গতি

দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে সন্তান জন্মৰ গতিত অহা এক অভূতপূৰ্ব হ্ৰাসে জোকাৰি গৈছে সমগ্ৰ ভাৰতবৰ্ষ।জনসংখ্যা সুস্থিৰ ৰখাৰ বাবে প্ৰয়োজনীয় প্ৰতিষ্ঠাপন স্তৰতকৈও দেশৰ জন্মৰ হাৰ তললৈ নামি যোৱাৰ এক চাঞ্চল্যলকৰ তথ্য…

জম্মু-কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত শ্বহীদ অসম সন্তান লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীৰ

দেশৰ হকে সীমান্তত কৰ্তব্য পালন কৰি থকাৰ সময়তে শ্বহীদ হ’ল অসম মাতৃৰ সন্তান বীৰেশ্বৰ গোস্বামী। জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদী বিৰোধী এক অভিযানৰ নেতৃত্ব দি থকা অৱস্থাতে দ খাৱৈত পৰি প্ৰাণ…

হৃদয়বিদাৰক! তিস্তাৰ বুকুত গাড়ীসহ উদ্ধাৰ ছিকিমৰ নিৰুদ্দিষ্ট পৰিয়ালৰ মৃতদেহ

অৱশেষত সঁচা প্ৰমাণিত হ’ল সেই ভংয়কৰ আশংকা। বিগত দুটা দিন ধাৰাবাহিক তালাচীৰ অন্তত অৱশেষত তিস্তাৰ বুকুতেই উদ্ধাৰ হ’ল গেংটকৰ নিৰুদ্দিষ্ট পৰিয়ালটোৰ মৃতদেহ। দেওবাৰে পুৱা কৰনেচন ব্ৰীজৰ সমীপৰ নদীৰ বুকৰ পৰা…

ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি! মধ্যপ্ৰদেশৰ চিকিৎসা খণ্ডত বৃহৎ কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে ২ হাজাৰ চিকিৎসকৰ নথি পৰীক্ষাৰ নিৰ্দেশ

আপুনিও যদি নিজৰ অথবা পৰিয়ালৰ কাৰোবাৰ স্বাস্থ্যৰ কথা চিন্তা কৰি চিকিৎসকৰ কাষ চপাৰ কথা ভাবিছে, আৰু ভাবিছে কোনগৰাকী চিকিৎসক ভাল হ’ব, তেন্তে এতিয়া আপোনাৰ সাৱধান হোৱাৰ সময়। দেশত ভয়ংকৰভাৱে বৃদ্ধি…

বাতৰি কাকতত ‘বড়া পাও’ বা তেলজাতীয় খাদ্য পৰিৱেশনৰ ওপৰত নিষেধাজ্ঞা; মুম্বাইত খাদ্য সুৰক্ষা প্ৰাধিকৰণৰ তীব্ৰ অভিযান

আপুনিও যদি গৰম গৰম চিঙৰা বা পথৰ কাষৰ সোৱাদযুক্ত ‘বড়া পাও’ বাতৰি কাকতৰ টুকুৰাত মেৰিয়াই খোৱাৰ অভ্যাস কৰিছে, তেন্তে এতিয়াই সাৱধান হোৱাৰ সময় আহি পৰিছে। আপোনাৰ এই প্ৰিয় অভ্যাসে অলক্ষিতে…

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতৰ বিৰুদ্ধে যিকোনো নিষেধাজ্ঞাৰ ভাবুকি বুমেৰাংহে হ’বঃ পুটিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ নেতৃত্বত নিষেধাজ্ঞা আৰোপৰ ভাবুকিয়ে ওলোটাইহে ক্ষতি কৰিব। এই মন্তব্য প্ৰকাশ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। শুকুৰবাৰে অনুষ্ঠিত চেইণ্ট পিটাৰ্চবাৰ্গ আন্তঃৰাষ্ট্ৰীয় অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক সন্মিলনত এক প্ৰশ্নৰ…

টি-২০ ক্ৰিকেট দলৰ নতুন অধিনায়ক হিচাপে শ্ৰেয়াছ আয়াৰক দায়িত্ব অৰ্পণ বিচিচিআইৰ

ভাৰতীয় পুৰুষ টি-২০ ক্ৰিকেট দলৰ নতুন অধিনায়ক হিচাপেদায়িত্ব অৰ্পণ কৰা হৈছে তাৰকা বেটাৰ শ্ৰেয়াছ আয়াৰক। ক্ৰিকেটৰ এই চুটি ফৰ্মেটত এক নতুন যুগৰ সূচনা কৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) শনিবাৰে…