Assam ভেনিজুৱেলাত অব্যাহত ভূমিকম্পৰ বিভীষিকা! মৃতকৰ সংখ্যা ১,৪৫০লৈ বৃদ্ধি June 29, 2026 Paromita ৰুষ্ট প্ৰকৃতিৰ বিভীষিকাই ধ্বংসস্তূপলৈ পৰিণত কৰিছে দক্ষিণ আমেৰিকাৰ দেশ ভেনিজুৱেলাৰ বিস্তীৰ্ণ অঞ্চল। বুধবাৰে সংঘটিত দুটা প্ৰবল ভূমিকম্পই মুহূৰ্ততে বিপৰ্যস্ত কৰি তোলে জনজীৱন। দুৰ্যোগৰ চাৰিদিন পাৰ হোৱাৰ পাছতো অব্যাহত আছে উদ্ধাৰ…
Assam আফগানিস্তাত এয়াৰ ষ্ট্ৰাইক পাকিস্তানৰ! কমেও ২৯ জন নিহত June 29, 2026 Paromita মধ্যপ্ৰাচ্যৰ যুদ্ধ উত্তেজনাৰ মাজতে এইবাৰ দক্ষিণ এছিয়াত বৃদ্ধি পালে সামৰিক উত্তেজনা। কৰাচীস্থিত পাকিস্তান ৰেঞ্জাৰ্ছৰ মুখ্য কাৰ্যালয়ত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ২৪ ঘণ্টা নৌহওতেই আফগানিস্তানৰ পূৰ্বাঞ্চলত বিমান আক্ৰমণ চলায় পাকিস্তানে। ইছলামাবাদৰ দাবী…
Assam সুৰাপানক লৈ পত্নীৰে কাজিয়া! হিতাহিত হেৰুৱাই দুই সন্তানক নৃশংস হত্যা পাষণ্ড পিতৃৰ June 27, 2026 Paromita পত্নীৰ সৈতে হোৱা পাৰিবাৰিক বিবাদে নিমিষতে কাঢ়ি নিলে দুটা নিষ্পাপ শিশুৰ প্ৰাণ। সুৰাসক্ত অৱস্থাত খঙৰ বশৱৰ্তী হৈ নিজৰেই দুই সন্তানক কাঠৰ টুকুৰাৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে এগৰাকী পিতৃৰ বিৰুদ্ধে।…
Assam বাংলাদেশী নাগৰিকৰ পুশ্ববেকক কেন্দ্ৰ কৰি উত্তপ্ত শ্ৰীভূমি সীমান্ত! সন্মুখ সমৰত বিএছএফ-বিজিবি June 27, 2026 Paromita বাংলাদেশী নাগৰিকক পুশ্ববেক কৰাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে শ্ৰীভূমি জিলাৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্ত। সীমান্তৱৰ্তী নিলামবজাৰৰ বিলবাৰী অঞ্চলত উদ্ভৱ হোৱা এই পৰিস্থিতিৰ পিছতে অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰিছে কৰ্তৃপক্ষই। বিশেষ…
Assam ছোৱাইন ফ্লুত আক্ৰান্ত হৈ মৃত্যু কণমানিৰ! নলবাৰীত শোকৰ ছাঁ June 27, 2026 Paromita ৰাজ্যজুৰি অব্যাহত আছে মাৰাত্মক চোৱাইন ফ্লু ভাইৰাছৰ তীব্ৰ আতংক। অসমৰ ভিন্ন প্ৰান্তত এই ভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ পোহৰলৈ অহাৰ মাজতে এইবাৰ নলবাৰী জিলাত এই ব্যাধিৰ বলি হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল…
Assam তিনিচুকীয়াত নিৰীহ লোকক হত্যাৰ পৰিকল্পনা; দুজন আলফা (স্বাধীন) সদস্য গ্ৰেপ্তাৰ June 27, 2026 Paromita তিনিচুকীয়া চহৰত নিৰীহ লোকক লক্ষ্য কৰি সন্ত্ৰাস সৃষ্টি কৰাৰ এক ভয়ংকৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ সক্ষম হ’ল অসম আৰক্ষী। গোপন সূত্ৰৰ ভিত্তিত চলোৱা এক অভিযানত নিষিদ্ধ ঘোষিত আলফা (স্বাধীন)ৰ দুজন সশস্ত্ৰ…
Assam নতুন জীৱনৰ দিশে বিৰিণা; কৃত্ৰিম ভৰি সংস্থাপনে পূৰণ কৰিলে সপোন June 27, 2026 Paromita অৱশেষত নতুন জীৱন লাভ কৰিলে বিৰিণাই। শিৱসাগৰ জিলাৰ ডিমৌৰ বিশেষভাৱে সক্ষম কিশোৰী বিৰিণা চাউৰাই অৱশেষত লাভ কৰিলে কৃত্ৰিম ভৰি। ইয়াৰ ফলত এতিয়াৰে পৰা আন বহুজনৰ দৰেই দুই ভৰিৰে খোজ কাঢ়িব…
Assam কাবেৰী নদীত ফটো তুলিবলৈ নামি একেটা পৰিয়ালৰ চাৰিগৰাকী মহিলাসহ পাঁচজনৰ সলিল সমাধি June 27, 2026 Paromita দেৱীৰ ওচৰত পূজা আগবঢ়াই ঘৰলৈ উভতি যোৱাৰ কথা আছিল। সেই উদ্দেশ্যেই একেলগে মন্দিৰলৈ গৈছিল পৰিয়ালটোৰ সদস্যসকল। কিন্তু পূজাৰ পিছত কাবেৰী নদীৰ পাৰত কটোৱা কেইটামান মুহূৰ্তই সলনি কৰি দিলে সকলো। নদীৰ…
Assam পুনে হত্যাকাণ্ডৰ বহু চাঞ্চল্যকৰ তথ্য! চেতন-ছিয়াৰ প্ৰেমৰ সম্পৰ্কৰ কথা জানিও ধনৰ বাবেই উপেক্ষা কৰিছিল পৰিয়ালে June 27, 2026 Paromita প্ৰেমৰ সম্পৰ্ক এটা লুকুৱাই ৰাখি পৰিয়ালৰ সিদ্ধান্তমতে আন এজন যুৱকৰ সৈতে বিয়াৰ প্ৰস্তুতি চলিছিল ছিয়াৰ। সেই দ্বন্দ্বৰ মাজতেই সংঘটিত হৈছিল কেতন আগৰৱাল হত্যাকাণ্ড। এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই ভয়ংকৰ…
Assam ভুৱা চিকিৎসকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান; গ্ৰেপ্তাৰ দুজন June 27, 2026 Paromita চিকিৎসাৰ নামত চলি থকা ভুৱা প্ৰৱঞ্চনাৰ বিৰুদ্ধে কঠোৰ হৈছে কাছাৰ আৰক্ষী। বিগত কিছুদিন ধৰি জিলাজুৰি অব্যাহত থকা বিশেষ অভিযানৰ অংশ হিচাপে শুকুৰবাৰে পুনৰ দুজন কথিত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।…