Month: August 2026

পৰিকল্পনাৰ অগ্ৰাধিকাৰসমূহ বিকশিত হোৱাৰ লগে লগে অৱসৰকালীন উপাৰ্জনে লাভ কৰিছে প্ৰধান গুৰুত্ব

দেশত অৱসৰকালীন পৰিকল্পনা কেৱল এটা বৃহৎ অৱসৰকালীন পুঁজি গঠন কৰাৰ পৰম্পৰাগত গুৰুত্বৰ পৰা আঁতৰি আহিব লাগে আৰু ইয়াৰ পৰিৱৰ্তে এক সুস্থিৰ তথা বহনক্ষম উপাৰ্জনৰ উৎস সৃষ্টিত অগ্ৰাধিকাৰ দিব লাগে, যিয়ে…

বানৰ তথ্য ৫-৬ ঘণ্টাৰ ভিতৰতে পায়, তেন্তে আগজাননী ক’ত? – বান সতৰ্কীকৰণক লৈ গৌৰৱ গগৈৰ প্ৰশ্ন

বানৰ আগতীয়া সতৰ্কীকৰণৰ বাবে উপগ্ৰহভিত্তিক তথ্য লাভৰ ব্যৱস্থা থকাৰ পাছতো বানাক্ৰান্ত জিলাসমূহে সময়মতে সতৰ্কবাণী কিয় নাপায়, সেই লৈ প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে। লোকসভাত ৫ আগষ্টত গগৈয়ে উত্থাপন…

১০ আগষ্টৰ পৰা পুনৰ আৰম্ভ পাঠদান; বানত ক্ষতিগ্ৰস্ত বিদ্যালয়ৰ বাবে বিকল্প ব্যৱস্থা অসম চৰকাৰৰ

দীৰ্ঘদিনীয়া বান পৰিস্থিতিৰ বাবে ব্যাহত হোৱা পাঠদান পুনৰ স্বাভাৱিক কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে অসম চৰকাৰে। শিৱসাগৰ, চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাসমূহৰ বিদ্যালয়ত ১০ আগষ্টৰ পৰা নিয়মীয়া শ্ৰেণী পাঠদান পুনৰ আৰম্ভ কৰাৰ…

“যদি মই মোৰ মানুহখিনিৰ বাবে ভিক্ষাও খুজিবলগীয়া হয়, তেন্তে ভিক্ষাও খুজিম”

লণ্ডনৰ অক্সফৰ্ড ষ্ট্ৰীটত বাজি উঠিল ভূপেন্দ্ৰ সংগীত ! বানপীড়িতক সহায় কৰিবলৈ গৈ কিয় ট্ৰোল হ’ল মেঘৰঞ্জনী মেধি ?বানৰ ভয়াৱহ পৰিস্থিতিৰ পিছতে উজনি-নামনি-মধ্য অসমৰ পৰা সোঁত ববলৈ আৰম্ভ কৰিছে বানাক্ৰান্তৰ কাষলৈ…

বানৰ সংহাৰ অব্যাহত

অসমত বানৰ সংহাৰ অব্যাহত আছে ৷ বুধবাৰে পুনৰ ৰাজ্যত ৬ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ যাৰ ফলত এইবাৰৰ বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি পাইছে ।…

১০ আগষ্টৰ পৰা বানাক্ৰান্ত জিলাকেইখনৰ শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব

১০ আগষ্টৰ পৰা শিৱসাগৰ- চৰাইদেউকে ধৰি বানাক্ৰান্ত জিলাকেইখনৰ বিদ্যালয় তথা শিক্ষানুষ্ঠানসমূহৰ নিয়মীয়া পাঠদান আৰম্ভ হ’ব।এই কথা জনালে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে। জানিবলৈ দিয়া মতে, যদিও বহু শিক্ষানুষ্ঠানত পাঠদান নিয়মীয়াকৈ…

বৰ্তমান সময়ত ৰাজনীতি নহয়

বৰ্তমান সময়ত ৰাজনীতি নহয়, মানৱতাৰ সেৱাহে সকলোৰে মূল লক্ষ্য হোৱা উচিত । মানুহ বিপদত আছে । এতিয়া কেৱল উদ্ধাৰ আৰু সহায়ৰ কথা ভাবিব লাগে । এনে সময়তো যদি কোনোবাই হিন্দু-মুছলিমৰ…

পোল্ট্ৰি ফাৰ্মসমূহ হৈ পৰিছে মাৰাত্মক বেক্টেৰিয়াৰ কেন্দ্ৰবিন্দু

অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ এক শেহতীয়া গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে যে উদ্যোগিক পোল্ট্ৰি ফাৰ্মিং অৰ্থাৎ ব্যৱসায়িকভাৱে হাঁহ-কুকুৰা পালনৰ অনিয়ন্ত্ৰিত বৃদ্ধিৰ বাবে ‘কেম্পিল’বেক্টৰ’ নামৰ অতি ভয়ানক বেক্টেৰিয়াৰ সংক্ৰমণ ১০০ গুণতকৈও অধিক বৃদ্ধি পাইছে।…

ভি-এ স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে বহুকেইটা প্ৰিমিয়াম মিউজিক উপযোগিতাৰে আগবঢ়াইছে নতুন প্ৰিপেইড প্লেন

ভোডাফোন আইডিয়া-ই স্পটিফাইৰ সৈতে অংশীদাৰিত্বৰে কেইটামান নিৰ্বাচিত প্ৰিপেইড ৰিচাৰ্জ প্লেনৰ সৈতে স্পটিফাই প্ৰিমিয়ামক এক সন্মিলিত সুবিধা ৰূপে অন্তৰ্ভুক্ত কৰিছে, যাৰ লক্ষ্য হৈছে নিজৰ মনোৰঞ্জনৰ পৰিসৰ শক্তিশালী কৰা আৰু ভাৰতৰ ক্ৰমবৰ্ধমান…