Month: August 2026

পৰীক্ষাৰ স্বচ্ছতা আৰু ছাত্ৰ-ছাত্ৰীৰ অধিকাৰৰ দাবীত আইচা সভানেত্ৰী নেহা বৰাৰ সংগ্ৰাম

জে.এন.ইউ.ৰ ২৯ বছৰীয়া গৱেষক ছাত্ৰী তথা অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েশ্যন (AISA) ৰ ৰাষ্ট্ৰীয় সভানেত্ৰী নেহা বৰাই দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ আৰু পৰীক্ষাৰ স্বচ্ছতাৰ বাবে এক নতুন জোৱাৰ আনিছে। শেহতীয়াকৈ জুলাই ২০২৬…

উজনি অসমৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ বৃদ্ধি; ১৩খন জিলাত এতিয়াও প্ৰভাৱিত ১.৫৫ লাখতকৈ অধিক লোক

বান শাম কাটিলেও এতিয়াও অন্ত পৰা নাই বানে সৃষ্টি কৰা বিভীষিকা! উজনি অসমত সৃষ্টি হোৱা ভয়াবহ বান পৰিস্থিতিৰ মাজতে আৰু এজন লোকৰ মৃত্যু হোৱাত চলিত বৰ্ষৰ বানত নিহতৰ সংখ্যা ৯৮জনলৈ…

পাকিস্তানী চোৰাংচোৱাক ভাৰতৰ গোপন প্ৰতিৰক্ষা তথ্য যোগান; গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কামাণ্ডাৰ

শত্ৰুৰ হাতত ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰৰ অতি গোপন তথ্য তুলি দি জালত পৰিল ভাৰতীয় বায়ুসেনাৰ এজন বিষয়া। ৰাষ্ট্ৰীয় প্ৰতিৰক্ষাৰ সৈতে জড়িত সংবেদনশীল তথ্য ফাদিল কৰাৰ অভিযোগত দিল্লী আৰক্ষীৰ বিশেষ শাখাই এগৰাকী…

১০ ছেপ্টেম্বৰ ভিতৰত ডিজিটেল জৰীপেৰে নিখুঁত বানক্ষতিৰ তথ্য ভাণ্ডাৰ প্ৰস্তুত: অসমৰ মুখ্যমন্ত্ৰী

বানক্ষতিৰ দ্ৰুত, স্বচ্ছ আৰু প্ৰযুক্তিনিৰ্ভৰ মূল্যায়ন নিশ্চিত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাটৰ কনভেনচন চেণ্টাৰত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত অঞ্চলৰ বাবে…

অৰুণাচলৰ মুখ্যমন্ত্ৰী: অধিবক্তাৰ অনুপস্থিতিৰ বাবে চিবিআইক দিয়া নথি-পত্ৰ আদালত দাখিল কৰিব পৰা নগ’ল

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে চিবিআইক সহযোগিতা নকৰাৰ অভিযোগত ৰাজ্যৰ মুখ্য সচিব আৰু গৃহ বিভাগৰ প্ৰধান সচিবক তলব কৰা সৰ্বোচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক “একপক্ষীয় শুনানি”ৰ ফল বুলি কৈছে। খাণ্ডুৱে কয় যে…

“প্ৰতিটো কণ্ঠই গুৰুত্বপূৰ্ণ”: জনগণনা ২০২৭ৰ বাবে অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জুবীন গাৰ্গৰ গীত মুকলি

গুৱাহাটীত আজি অনুষ্ঠিত এক কাৰ্যসূচীত জনগণনা কাৰ্য্যালয়, অসম (DCO) -এ চৰকাৰীভাৱে জনগণনা ২০২৭ৰ থিম ছং মুকলি কৰে। এই অনুষ্ঠানে জনগণনা ২০২৭ৰ জনসজাগতা অভিযানৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি চিহ্নিত কৰে।…

টেটলী গ্ৰীন টি শ্লিম কেয়াৰে পূৰণ কৰিছে কাৰ্যক্ষম সুস্থতা পানীয়ৰ ক্ৰমবৰ্ধমান চাহিদা

স্বাস্থ্য-কেন্দ্ৰিক পানীয়ৰ প্ৰতি গ্ৰাহকৰ বৰ্ধিত অগ্ৰাধিকাৰে কাৰ্যকৰী চাহৰ চাহিদাক তীব্ৰতৰ কৰি তুলিছে। ব্ৰেণ্ডসমূহে এনে কিছুমান সামগ্ৰী বজাৰলৈ আনিছে যিবোৰে কোনো ক্ষিপ্ৰ স্বাস্থ্য সমাধানৰ পৰিৱৰ্তে দৈনন্দিন স্বাস্থ্য-কল্যাণৰ অভ্যাসৰ সৈতে সংগতি ৰাখে।…

মাল্টি এছেট ফাণ্ডৰ অভিযানত বিনিয়োগকাৰীসকলক ৰিটাৰ্নৰ উৰ্ধ্বলৈ গৈ চাবলৈ আহ্বান ডিএছপি মিউচুৱেল ফাণ্ডৰ

ডিএছপি মিউচুৱেল ফাণ্ডে এক দেশজোৰা ডিজিটেল অভিযান আৰম্ভ কৰিছে, যাৰ লক্ষ্য হৈছে বিনিয়োগকাৰীসকলক কেৱল শেহতীয়া ৰিটাৰ্নৰ ওপৰত গুৰুত্ব আৰোপৰ পৰিৱৰ্তে পৰ্টফলিঅ’ৰ বৈচিত্ৰ্যকৰণত ইয়াৰ নিৰ্দিষ্ট ভূমিকাৰ ওপৰত ভিত্তি কৰি মাল্টি এছেট…

বানৰ পিছত পুনৰ আৰম্ভ উজনি অসমৰ ৰে’ল যোগাযোগ; সুৰক্ষাৰ বাবে প্ৰথমে কেৱল ডিজেল ইঞ্জিনেৰে চলিব ৰে’ল

প্ৰায় দুসপ্তাহ ধৰি ব্যাহত হৈ থকা উজনি অসমৰ ৰে’ল যোগাযোগ পুনৰ স্বাভাৱিক কৰাৰ দিশে আগবাঢ়িছে উত্তৰ-পূব সীমান্ত ৰে’লৱে। বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ পিছত সেৱা পুনৰ আৰম্ভ কৰা হৈছে যদিও ৰে’লপথৰ…

ফিফাৰ প্ৰতিযোগিতা বৰ্জন কৰিব ইউৱেফাই

ইউৱেফাই নিশ্চিত কৰিছে যে ফিফাৰ প্ৰতিযোগিতা সমূহত তেওঁলোকৰ বৰ্জন কাৰ্যসূচী অব্যাহত থাকিব। জিয়ানী ইনফান্টিনো ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাৰ সভাপতি হিচাপে বাহাল থকা সত্ত্বে ইউৰোপীয় ফুটবলৰ পৰিচালন সমিতি ইউৱেফাই এই সিদ্ধান্ত…