Assam ৰাম মন্দিৰৰ চান্দা চুৰিৰ গোচৰ; ছলিচিটৰ জেনেৰেলৰ অনুপস্থিতিত স্থগিত সৰ্বোচ্চ আদালতৰ শুনানি August 10, 2026 Paromita দেশজুৰি চৰ্চা লাভ কৰা অযোধ্যাৰ ৰাম মন্দিৰৰ দান-দক্ষিণা চুৰিৰ গোচৰৰ তদন্তক লৈ উচ্চতম ন্যায়ালয়ত চলি থকা আইনী প্ৰক্ৰিয়াই সোমবাৰে নতুন মোৰ লয়। গোচৰটোৰ শুনানিৰ সময়ত উত্তৰ প্ৰদেশ চৰকাৰৰ হৈ পক্ষ…
Assam শতজনলৈ বৃদ্ধি পালে অসমৰ বলিয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা; সাতখন জিলাত এতিয়াও ১.৩৭ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত August 10, 2026 Paromita শতজনলৈ বৃদ্ধি পালে অসমৰ বলিয়া বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা! উজনি অসমত সৃষ্টি হোৱা বান প্ৰলয়ৰ পিছত এতিয়া প্ৰতিদিনেই উদ্ধাৰ হৈ আছে ইটোৰ পিছত সিটো মৃতদেহ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা…
Business ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে August 10, 2026 Dipshikha ৰাজ্যৰ বান পৰিস্থিতি ভয়াৱহ হৈয়েই আছে ৷ বিগত ২৪ ঘন্টাত পুনৰ দুজন লোকৰ মৃত্যুৰ ফলত বানত মৃত্যু হোৱা লোকৰ সংখ্যা ১০০জনলৈ বৃদ্ধি পাইছে ।অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই দেওবাৰে নিশা…
Assam ডিমৰীয়া লক্ষীগোগত তিৱা জনজাতি লোকৰ সজাগতা সভা August 10, 2026 Sonakshi Sarkar ক্ষেত্ৰীৰ পৰা প্ৰায় ৩.৫ কিলোমিটাৰ দূৰত অৱস্থিত লক্ষীগোগ এল. পি স্কুলত দেওবাৰে বিশ্ব জনজাতি দিৱস পালন কৰা হয়। এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিৱা ৰাজ দৰবাৰৰ সভাপতি জুৰসিং…
Latest News আইজলত বিশ্ব আদিবাসী দিৱস উদযাপন, ‘জো’ জনগোষ্ঠীৰ ঐক্যৰ আহ্বান August 9, 2026 Tarali বিশ্ব আদিবাসী দিৱসশনিবাৰে আইজলৰ ভানাপা হলত “Indigenous Peoples and AI: Defending Rights, Shaping Futures” অৰ্থাৎ “ আদিবাসী জনগোষ্ঠী আৰু AI: অধিকাৰ সুৰক্ষা, ভৱিষ্যৎ নিৰ্মাণ” বিষয়বস্তুৰে উদযাপন কৰা হয়।জো পুনৰেকত্ৰীকৰণ সংস্থা…
Assam মেৰামতি কামৰ বাবে NFR য়ে অগপতল, শিলচৰ, ছাইৰাংগামী কেইবাখনো ৰেলৰ সময় সলনি আৰু বাতিল কৰিলে August 9, 2026 Tarali নিউ হাৰংগাজাও ষ্টেচনৰ ওচৰত ৰেলপথৰ Line-1 আৰু Line-2 ছেটল হোৱাৰ বাবে চলি থকা মেৰামতি কামৰ বাবে উত্তৰ-পূৰ্ব সীমান্ত ৰেলৱে (NFR) য়ে কেইবাখনো ৰেলৰ চলাচল বাতিল আৰু পুনৰ্নিৰ্ধাৰণ কৰিছে।লামডিং-বদৰপুৰ পাহাৰীয়া খণ্ডত…
Assam Sports ক’ৰিয়া মাষ্টাৰ্ছ সুপাৰ ৩০০ খিতাপেৰে ইতিহাস সৃষ্টি কৰিলে ভাৰতৰ অশ্মিতা চলিহাই August 9, 2026 Tarali অসমৰ বেডমিণ্টন খেলুৱৈ অশ্মিতা চলিহাই দেওবাৰে ক’ৰিয়া মাষ্টাৰ্ছৰ ফাইনেলত চীনৰ চতুৰ্থ বাছনিপ্ৰাপ্ত হান কিয়ান শ্বিক এখন গেমত পৰাজয়ৰ পিছত ঘূৰি আহি পৰাস্ত কৰি ইতিহাস ৰচনা কৰে। এই প্ৰতিযোগিতাখন জয় কৰা…
Assam এচিএফ: সৰু-সুৰা ত্ৰুটিৰ বাবে এনজিঅ’ৰ সম্পত্তি বাজেয়াপ্ত কৰিলে অসম আৰু উত্তৰ-পূৰ্বৰ দৰিদ্ৰই ক্ষতিগ্ৰস্ত হ’ব August 9, 2026 Tarali অসম খ্ৰীষ্টিয়ান ফ’ৰামে ২০২৬ চনৰ ২৫ মাৰ্চত লোকসভাত উত্থাপন কৰা আৰু বাৰিষা অধিৱেশনত পুনৰ উত্থাপন কৰাৰ সম্ভাৱনা থকা প্ৰস্তাৱিত বিদেশী বিত্তীয় সাহায্য (নিয়ন্ত্ৰণ) সংশোধনী বিধেয়ক, ২০২৬ ৰ ওপৰত গভীৰ উদ্বেগ…
Business ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণ August 9, 2026 Dipshikha ছৌদি আৰৱৰ আল জুবাইলস্থিত ছৌদি আৰামকোৰ বেৰী গেছ প্লান্টত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই আক্ৰমণ ফলত গেছ প্লান্টটোত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। য়েমেনৰ হুথী বিদ্ৰোহীয়ে এই আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন…
Business কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি August 9, 2026 Dipshikha কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া আপুনি উঠিব নোৱাৰিব ছেলফি। কিয়নো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নিষিদ্ধ হ’ব মোবাইল ফোন। এতিয়াৰে পৰা ৰাষ্ট্ৰীয় উদ্যানত মোবাইল ফোন লৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো পৰ্যটকে।উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ…