Month: August 2026

“ভৱিষ্যত সাজু ভাৰত”ৰ বাবে উচ্চ শিক্ষাৰ ৰূপান্তৰ: পাছিঘাটত উপাচাৰ্যসকলৰ বৈঠক

ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয় (আৰআৰইউ), পাছিঘাট কেম্পাছে EDLD আৰু নৰদিল্লীৰ ভাৰতীয় বিশ্ববিদ্যালয় সংঘ (AIU) ৰ সহযোগত “উত্তৰ-পূৰ্বাঞ্চলৰ উপাচাৰ্যসকলৰ গোলমেজ আলোচনা ২০২৬” ৰ উদ্বোধনী অধিৱেশন আয়োজন কৰে। “উচ্চ শিক্ষাৰ ৰূপান্তৰ: উদ্ভাৱন, সহযোগিতা…

​আইচিচি এদিনীয়া বিশ্বকাপ ২০২৭-লৈ আফগানিস্তানৰ অৰ্হতা অৰ্জন

বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাৱত অনুষ্ঠিত আইচিচি এদিনীয়া শৃংখলাৰ তৃতীয় তথা চূড়ান্ত মেচখনত আয়াৰলেণ্ডক ৩ উইকেটত পৰাস্ত কৰি আফগানিস্তান ক্ৰিকেট দলে ২০২৭ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপৰ বাবে পোনপটীয়া অৰ্হতা অৰ্জন…

এছবিআইৰ অভিলেখসংখ্যক লাভ আৰু শক্তিশালী বেলেন্স শ্বীটে প্ৰতিফলিত কৰিছে বেংকিং খণ্ডৰ উন্নত ভৱিষ্যতক

ষ্টেট বেংক অৱ ইণ্ডিয়াই শুকুৰবাৰে ২০২৭ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুন ত্ৰৈমাসিকত ২১,১২১ কোটি টকাৰ সৰ্বোচ্চ ত্ৰৈমাসিক লাভ অৰ্জনৰ খতিয়ান দাঙি ধৰিছে। অধিক পৰিচালনা লাভ, শক্তিশালী ঋণ বৃদ্ধি আৰু কম ঋণ ব্যয়ৰ…

এমএছএমইৰ ডিজিটেল প্ৰয়োগ প্ৰক্ৰিয়াক আগুৱাই নিয়াৰ বাবে গুৱাহাটীৰ ১২ গৰাকী কৰ বিশেষজ্ঞক সন্মানিত কৰে টেলী চল্যুচনছে

এমএছএমই উদ্যোগসমূহৰ মাজত প্ৰযুক্তি গ্ৰহণ-ব্যৱহাৰৰ প্ৰক্ৰিয়া দ্ৰুততৰ কৰা আৰু একাউণ্টিং তথা কৰ অনুপালন পদ্ধতিৰ উন্নয়ন সাধনত আগবঢ়োৱা অৱদানৰ বাবে টেলী চল্যুচনছে গুৱাহাটীৰ ১২ গৰাকী কৰ আৰু একাউণ্টিং পেচাদাৰীক সন্মানিত কৰে।…

খালিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত সংহত বাসস্থান পুনৰুদ্ধাৰৰ পৰীক্ষামূলক আঁচনি আৰম্ভ

প্ৰধান গৱেষণা-চালিত জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে সংহত বাসস্থান পুনৰুদ্ধাৰ কাৰ্যসূচী হাতত লৈছে। ইয়াৰ ভিতৰত আক্ৰমণাত্মক বিদেশী উদ্ভিদ (IAP) আঁতৰোৱা আৰু দেশীয় বীজৰ গুটি প্ৰয়োগ কৰি প্ৰাকৃতিক বনাঞ্চল পুনৰ্জননক সহায়…

কাইলেনজাং গাঁৱত তিনিটা ঘৰ জ্বলি ছাই, এনএছচিএন-আইএমৰ কেডাৰ জড়িত থকাৰ সন্দেহ

সোমবাৰে দুপৰীয়াৰ ভাগত মণিপুৰৰ কাংপোকপি জিলাৰ কাইলেনজাং কুকি গাঁৱত তিনিটা বাসগৃহত জুই লগাই দিয়াৰ খবৰ পোৱা গৈছে। সন্দেহযুক্ত এনএছচিএন-আইএমৰ কেডাৰসকলে অঞ্চলটোত প্ৰৱেশ কৰি গুলীচালনা কৰাৰ পিছত এই অগ্নিকাণ্ডৰ ঘটনা ঘটে…

এফচিআৰএ সংশোধনী: উত্তৰ-পূৰ্বৰ উদ্বেগৰ মাজতে জেপিচিৰ পৰীক্ষণ বিচাৰিছে মিজ’ৰাম চৰকাৰ আৰু গীৰ্জা সংস্থাসমূহে

প্ৰস্তাৱিত বিদেশী অৱদান (নিয়ন্ত্ৰণ) আইন, অৰ্থাৎ এফচিআৰএ সংশোধনী বিল চূড়ান্ত কৰাৰ আগতে সকলো পক্ষৰ সৈতে বহল পৰিসৰত আলোচনাৰ বাবে কেন্দ্ৰক এখন যুটীয়া সংসদীয় সমিতি, জেপিচিলৈ প্ৰেৰণ কৰিবলৈ মিজ’ৰাম চৰকাৰে অনুৰোধ…

খেলুৱৈৰ মাজত মোডী

গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত ৩৯টা পদক লাভ ভাৰতীয় খেলুৱৈৰ। খেলুৱৈসকলক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰীৰ। ক্ৰীড়াৰ ক্ষেত্ৰত আৰু আগুৱাই যাবলৈ আগবঢ়ায় বহুমূলীয়া পৰামৰ্শ।খেলুৱৈসকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁলোকৰ মনোবল…

উজনি অসমত ভয়াৱহ বান পৰিস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰিছে

উজনি অসমত ভয়াৱহ বান পৰিস্থিতিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰা সময়তে অভাৱনীয়ভাৱে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য । বানপানীৰ পিছতে চাউল, চেনি, মিঠাতেলৰ অত্যধিক মূল্যবৃদ্ধিয়ে ৰাইজক মাধমাৰ সোধাইছে । বিশেষকৈ…

অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা

অসম-অৰুণাচল সীমান্তত পুনৰ গুলীচালনাৰ ঘটনা ৷ অৰুণাচলী দুৰ্বৃত্তই অসমৰ ব্যক্তিলৈ লক্ষ্য কৰি গুলীচালনাৰ অভিযোগ উঠিছে ৷ শনিবাৰে গোগামুখ ৰাজহ চক্ৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাঙৰ বদতিত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনাটো…