Month: July 2026

এক কোটি টকাৰ উৎকোচৰ অভিযোগত হাৰিয়ানাৰ আইপিএছ বিষয়া গ্ৰেপ্তাৰ

এক কোটি টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এগৰাকী আইপিএছ বিষয়া। শেহতীয়াকৈ চিবিআইয়ে অভিযান চলাই ঘোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে হাৰিয়ানা কেডাৰৰ ২০১২ বৰ্ষৰ আইপিএছ বিষয়া দীপক গেহলাৱটক। পুডুচেৰীৰ প্ৰায় ৫,০০০…

প্ৰৱঞ্চনাৰ অভিযোগত ওড়িশাত অসমৰ মহিলা গ্ৰেপ্তাৰ

নিজকে উচ্চপদস্থ চৰকাৰী বিষয়া বুলি ভুৱা পৰিচয় দি দেশৰ বিভিন্ন প্ৰান্তত প্ৰৱঞ্চনা চলোৱাৰ অভিযোগত অসমৰ এগৰাকী মহিলাক পুনৰ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ব্যৱসায়ীকে ধৰি একাধিক লোকক লক্ষ্য কৰি ধন আত্মসাৎ কৰাৰ…

ভেনিজুৱেলা সংকট: বিশ্বৰ প্ৰথম প্ৰতিক্ৰিয়াশীল হিচাপে “বসুধৈৱ কুটুম্বকম”ৰ বাৰ্তা প্ৰেৰণ কৰিছে ভাৰতে

ভেনিজুৱেলাৰ উত্তৰ প্ৰান্তত হোৱা বিধ্বংসী ভূমিকম্পৰ পাছত দেশখনত সাহায্য আৰু চিকিৎসা সামগ্ৰী যোগান ধৰিবলৈ ভাৰতে অপাৰেচন অমিষ্টাদ আৰম্ভ কৰিছে। এই মানৱীয় অভিযানৰ অংশ হিচাপে ভাৰতীয় বায়ুসেনাৰ দুখন চি-১৭ বিমানেৰে এটা…

অৰুণাচলত বান বিভীষিকা! দুৰ্যোগগ্ৰস্তলৈ সাত মাহৰ দৰমহা প্ৰদান ডিৰাঙৰ বিধায়কৰ

অৰুণাচল প্ৰদেশত শেহতীয়া বানপানী আৰু ভূমিস্খলনে সৃষ্টি কৰা দুৰ্যোগৰ মাজতে দুৰ্যোগপীড়িত পৰিয়ালসমূহৰ সহায়ত আগবাঢ়ি আহিছে ৰাজ্যখনৰ ডিৰাং সমষ্টিৰ বিধায়ক ফুৰ্পা টছেৰিঙে। কীয়ি পান্যোৰ জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে নিজৰ সাত…

নলবাৰী লাভ মাৰ্ডাৰ! চিকিৎসাধীন অৱস্থাত মৃত্যু কিশোৰী মৃদুমুদ্ৰাৰ

অৱশেষত মৃদুমুদ্ৰাও গ’লগৈ! একপক্ষীয় প্ৰেম, প্ৰত্যাখ্যান আৰু আক্ৰোশৰ ভয়ংকৰ পৰিণতিত সংঘটিত নৃশংস আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল নলবাৰীৰ ১৭ বছৰীয়া মৃদুমুদ্ৰা ডেকা। কিন্তু জীৱন-মৃত্যুৰ সেই যুঁজত…

এআই+ স্মাৰ্টফোনৰ শেহতীয়াকৈ মুকলি কৰা নভা ২ নিঅ’ আৰু নভা ২ প্ৰ’-ৰ পৰৱৰ্তী বিক্ৰীৰ কথা ঘোষণা

২৬ জুনত ফ্লিপকাৰ্টত প্ৰথমবাৰ মুকলিৰ পিছতেই আটাইবোৰ ফোন সম্পূৰ্ণৰূপে বিক্ৰী হৈ যোৱাৰ পিছত এআই+ স্মাৰ্টফোনে নিজৰ শেহতীয়াকৈ মুকলি কৰা নভা ২ নিঅ’ আৰু নভা ২ প্ৰ’-ৰ পৰৱৰ্তী বিক্ৰীৰ কথা ঘোষণা…

অৱসৰৰ প্ৰস্তুতি এতিয়াও অতি নিম্ন পৰ্যায়ত, দীৰ্ঘায়ুৰ বাবে বৃদ্ধি পাইছে বিত্তীয় উদ্বেগ : অধ্যয়ন

এক্সিছ মেক্স লাইফ ইঞ্চুৰেন্স আৰু কাণ্টাৰ-ৰ যৌথ সহযোগত চলোৱা ইণ্ডিয়া ৰিটায়াৰমেণ্ট ইণ্ডেক্স ষ্টাডীৰ পঞ্চম সংস্কৰণ (আইআৰআইএছ ৫.০) অনুসৰি, ভাৰতত ক্ৰমান্বয়ে বৰ্ধিত গড় আয়ুসে অৱসৰকালীন প্ৰস্তুতিৰ এক বৃহৎ নাটনি বা ব্যৱধান…

উচ্চ ন্যায়ালয়ৰ আদেশ বাহাল: মণিপুৰত পঞ্চায়ত ভোট ২০২৬ চনৰ ১৬ অক্টোবৰলৈ

উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে মণিপুৰত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়সীমা ২০২৬ চনৰ ১৬ অক্টোবৰলৈ বৃদ্ধি কৰা মণিপুৰ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা এখন আবেদন খাৰিজ কৰে। ন্যায়াধীশ এন. কোটিশ্বৰ সিং আৰু…

বন মহোৎসৱত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সেউজ ঘোষণা: ১ কোটি গছপুলি, জন্মদিনত এজোপা গছ

অসমৰ বন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই বৃহস্পতিবাৰে ৭৭ সংখ্যক বন মহোৎসৱ উপলক্ষে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যত আয়োজিত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে স্থানীয় বাসিন্দা, বন বিভাগৰ বিষয়া আৰু অন্যান্য অংশগ্ৰহণকাৰীৰ সৈতে ৭৭টা…

দিল্লীৰ নতুন ইভি পলিচীক আদৰণি টিভিএছ মটৰৰ, পুনৰ দোহাৰিলে বহনক্ষমতাৰ প্ৰতিশ্ৰুতি

টিভিএছ মটৰ কোম্পানীয়ে দিল্লী চৰকাৰৰ নতুন বৈদ্যুতিক বাহন (ইভি) নীতিক আদৰণি জনাইছে। টিভিএছ মটৰে ইয়াক এক সক্ৰিয় আৰু দূৰদৰ্শী পদক্ষেপ বুলি অভিহিত কৰিছে, যিয়ে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত স্বচ্ছ গতিশীলতা সেৱাৰ…