Month: July 2026

বিধানসভাত উত্থাপন হ’ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক; গুৱাহাটী ছেটেলাইট চিটি উন্নয়ন প্ৰাধিকৰণ গঠনৰ প্ৰস্তাৱ

প্ৰশাসনিক সংস্কাৰ আৰু আন্তঃগাঁথনি উন্নয়নৰ নতুন অধ্যায় আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। সোমবাৰৰ পৰা আৰম্ভ হোৱা বিধানসভা অধিৱেশনত পৰ্যটন, ভূমি আৰু গুৱাহাটী মহানগৰৰ উন্নয়নৰ সৈতে জড়িত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপনৰ প্ৰস্তুতি…

যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতিৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থাৰ দাবী; দলীয় নেতৃত্বলৈ পত্ৰ কংগ্ৰেছ বিধায়কৰ

দলীয় বৈঠকত সংঘটিত এক ঘটনাক কেন্দ্ৰ কৰি কংগ্ৰেছৰ ভিতৰচৰাত সংঘটিত হৈছে এক নতুন বিতৰ্কৰ। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেইৰ আনম মজুমদাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাই ভাৰতীয় যুৱ…

জুন ২০২৬ ত ১৫% জিএছটি বৃদ্ধিৰে ৰাষ্ট্ৰীয় গড় অতিক্ৰম কৰিলে অসমে

যোৱা বছৰ একে সময়ৰ তুলনাত জুন মাহত অসমে ১৫ শতাংশ জিএছটি সংগ্ৰহ বৃদ্ধি প্ৰত্যক্ষ কৰিছে বুলি শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনায়। জুন মাহত জিএছটি সংগ্ৰহ ১,৪৩৭ কোটি টকালৈ বৃদ্ধি পাইছে,…

২০২৬ চনৰ ১৩-২০ জুলাইত পাছিঘাটত অনুষ্ঠিত হ’ব “কৃষি ৪.০” প্ৰশিক্ষণৰ চতুৰ্থ বেচ

চেণ্ট্ৰেল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি (ইম্ফল)ৰ অধীনস্থ পাছিঘাট কৃষি মহাবিদ্যালয়ৰ 5G প্ৰশিক্ষণ আৰু উদ্ভাৱন প্ৰয়োগশালাত শনিবাৰে “কৃষি ৪.০ প্ৰযুক্তি: ভৱিষ্যতৰ খেতিৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ কৃষি দক্ষতা গঢ়ি তোলা” বিষয়ক দক্ষতা উন্নয়ন প্ৰশিক্ষণ…

“সাহস আৰু অনুগত্যৰ জীৱন”: পেট্ৰল হাতী জয়মালাক কাজিৰঙাই শ্ৰদ্ধাঞ্জলি জনালে

আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিজৰ কিংবদন্তি মহিলা পেট্ৰল হাতী জয়মালাক অশ্ৰুসিক্ত বিদায় জনালে।“আজি কাজিৰঙাই নিজৰ অন্যতম সাহসী ৰক্ষকৰ প্ৰতি মূৰ নত কৰিছে। জয়মালা কেৱল এটা পেট্ৰল হাতী নাছিল, তাই আছিল…

ইউএপিএৰ অধীনত ২৩ জনক সন্ত্ৰাসবাদী ঘোষণা কেন্দ্ৰৰ; তালিকাত পাকিস্তানভিত্তিক একাধিক কুখ্যাত সন্ত্ৰাসবাদী

পাকিস্তানত বহি ভাৰতবিৰোধী সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা ২৩ জনক সন্ত্ৰাসবাদী ঘোষণা কৰিলে কেন্দ্ৰই। অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ…

৮ বছৰ পুৰণি গোচৰত দোষী সাব্যস্ত বিজেপি বিধায়ক! চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি

উৎসৱ উদযাপনৰ সময়ত গুলীচালনাৰ এক পুৰণি গোচৰত দোষী সাব্যস্ত হ’ল বিজেপিৰ এজন বিধায়ক। এই গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি বিজেপি বিধায়ক ৰাজু কুমাৰ সিঙক চাৰি বছৰৰ কাৰাদণ্ডৰ শাস্তি বিহে আদালতে।…

নিজৰ চাৰ্ভিছ অস্ত্ৰেৰে গুলীয়াই আত্মহনন আৰক্ষী জোৱানৰ, তামুলপুৰত চাঞ্চল্য

এগৰাকী আৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যুৱে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তামুলপুৰত। শুকুৰবাৰে নিশা ২৪ সংখ্যক অসম আৰক্ষী বেটেলিয়নৰ হাবিলদাৰ ঘনকান্ত মালাকাৰ গুলীবিদ্ধ হৈ মৃত অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি…

ৰাজা ৰাঘুৱানশী হত্যাকাণ্ডঃ উচ্চতম ন্যায়ালয়ে পত্নীৰ জামিনত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰাৰ পিছত পৰিয়ালে পুনৰ CBI তদন্তৰ দাবী জনালে

ইন্দোৰ ব্যৱসায়ী ৰাজা ৰাঘুৱানশীৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে পৰিয়ালে পুনৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো CBIৰ জৰিয়তে তদন্তৰ দাবী জনাইছে। তেওঁলোকে অভিযোগ কৰিছে যে মেঘালয় আৰক্ষীৰ তদন্তত থকা ত্ৰুটিৰ বাবেই মূল অভিযুক্ত, অৰ্থাৎ…

অৰুণাচলৰ বিজ্ঞানীয়ে স্থানীয় ডেকাং/ডিকা গছৰ পৰা প্ৰাকৃতিক হেণ্ডৱাছ আৱিষ্কাৰ কৰিলে

আৰুণাচল প্ৰদেশে দেখুৱাইছে যে জৈৱ বৈচিত্ৰ্য আৰু জনজাতীয় জ্ঞানে কেনেকৈ বহনক্ষম উদ্ভাৱনৰ পথ মুকলি কৰিব পাৰে। পূৱ চিয়াং জিলাৰ পাছিঘাটস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ সহকাৰী অধ্যাপক ড° টেমিন পয়ুম…