News অসমৰ ২৯ জন জিলাৰ ২১ লাখৰো অধিক লোক বানপানীত ক্ষতিগ্ৰস্ত July 5, 2024 Piyali Poddar অসমৰ বান পৰিস্থিতি নিৰন্তৰ অৱনতি হৈ আহিছে। যোৱা নিশাৰ পৰা বানপানীত আৰু ছয়জন লোকৰ মৃত্যু হৈছে। ২৯ খন জিলাৰ ২১ লাখৰো অধিক লোক বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। ৰাজ্যখনৰ মুখ্য নদীবোৰ…
News ৰাজ্যত আহাৰমহীয়া বানে লৈছে জটিল ৰূপ, ৩৫ জনৰ মৃত্যু July 3, 2024 news editor ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে আহাৰমহীয়া বানে। বানৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ১,২৭৫ খন গাওঁ প্লাবিত হৈছে। মৃতকৰ সংখ্যাও ৩৫ জনলৈ বৃদ্ধি পাইছে। নেৰানেপেৰা বৰষুণৰ মাজতে ভুটানৰ কুৰিষ্ণু আৰু…
News ১৬-২৪ জুনলৈ বিশ্বৰ ৬০ শতাংশতকৈ অধিক লোক গৰমত প্ৰভাৱিত June 29, 2024 news editor ভাৰতৰ ৬১.৯ কোটি লোককে ধৰি সমগ্ৰ বিশ্বৰ প্ৰায় পাঁচ বিলিয়ন লোকে জুন মাহত ৯ দিনলৈ জলবায়ু পৰিৱৰ্তনৰ ফলত অত্যাধিক গৰম অনুভৱ কৰিছিল। এই তথ্য আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিজ্ঞানীসকলৰ এক স্বতন্ত্ৰ গোট…
Business Latest News ভেলেঙী নৈৰ তীব্ৰ খহনীয়াত জাহ গ’ল ২০ টা পৰিয়াল June 27, 2024 editor বিগত কেইবাদিনত জনিয়াৰ পাতলিকুছিত ভেলেঙী নদীৰ তীব্ৰ খহনীয়াত কুড়িটাকৈ পৰিয়ালৰ ঘৰ-বাড়ী,ভেটি মাটিৰ লগতে কৃষিভূমি জাহ গৈছে। আনকি ইয়াৰ ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে। জানিব পৰা মতে ভেলেঙী আৰু বেঁকী…
News অসমসহ উত্তৰ পূৱত বানপানীৰ সমস্যা সমাধান কৰিবলৈ প্ৰয়োজন ৫০টা ডাঙৰ পুখুৰীৰ: অমিত শ্বাহ June 24, 2024 news editor কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে কয় যে বানপানীৰ মোকাবিলা কৰিবলৈ আৰু কৃষি, জলসিঞ্চন আৰু পৰ্যটনৰ বিকাশৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ গতি সলনি কৰিবলৈ উত্তৰ-পূবত কমেও ৫০ টা ডাঙৰ পুখুৰী খান্দিব…
News ভাৰতক বাংলাদেশৰ এজন বিশ্বস্ত বন্ধু আখ্যাশ্বেখ হাছিনাৰ June 22, 2024 news editor ভাৰত আৰু বাংলাদেশে শনিবাৰে নতুন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ভৱিষ্যত পৰিকল্পনাৰ ওপৰত সন্মত হয় আৰু সমুদ্ৰ অৰ্থব্যৱস্থা প্ৰচাৰৰ বাবে কেইবাখনো চুক্তি স্বাক্ষৰ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ বাংলাদেশী সমকক্ষ শ্বেখ…
News বৰপেটাত পানীৰ তলত খেলপথাৰ June 21, 2024 editor নেৰানেপেৰা বৰষুণৰ ফলত বৰপেটা চহৰৰ খেলপথাৰ জলমগ্ন হৈ পৰিছে। বৰপেটাৰ সকলো ক্ৰীড়াৰ একমাত্ৰ খেলপথাৰ ‘বৰপেটা জিলা ক্ৰীড়া সংস্থাৰ খেলপথাৰ’ আৰু ইয়াৰ সংলগ্ন বিদ্যাপীঠ খেলপথাৰ এতিয়া পানীৰ তলত ।ক্ৰিকেট,ভলীবল, কাৰাটে আদি…
News মেধীপাৰা পাৰঘাটত বনবিভাগৰ অভিযান June 15, 2024 editor ৰংজুলি বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত আৰু শিমলীতোলা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ এলেকাধীন নবাগত শিমলীতোলাৰ মেধিপাৰা জলজলী নদীৰ ঘাট,বজাৰ ঘাটকে ধৰি সংশ্লিষ্ট কাৰ্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত দীৰ্ঘদিনৰে পৰা বন বিভাগৰ চকুত ধুলি…
Latest News কানকাটাত বনৰীয়া হাতীৰ উপদ্ৰৱত অতিষ্ঠ ৰাইজ June 13, 2024 editor ৰংজুলি বনাঞ্চলিক কাৰ্যালয় আৰু শিমলীতোলা আঞ্চলিক বনবিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কানকাটাত নিশা হাতীৰ জাকটোৱে কানকাটা গাওৰ মকিবুল হকৰ ধানৰ ভৰাল ঘৰ ভাঙি লণ্ডভণ্ড কৰি প্ৰায় ১৬ কুইন্টল ধান খাই তহিলং কৰাৰ…
News ব্ৰাজিলত বানপানীৰ ফলত ১৬৯, ম্যানমাৰতগ্ৰীষ্ম প্ৰবাহৰ ফলত ১,৫০০ জন লোকৰ মৃত্যু June 11, 2024 news editor জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতৰ লাখ লাখ লোকে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ সন্মুখীন হৈছে। ইয়াৰ মাজতে জলবায়ু পৰিৱৰ্তনক লৈ এক উদ্বেগজনক প্ৰতিবেদন প্ৰকাশ পাইছে।এই প্ৰতিবেদন অনুসৰি যে যোৱা বছৰ ডিচেম্বৰত ডুবাইত (চিঅ’পি২৮)…