Business পতঞ্জলিৰ ঘিঁউ বিতৰ্কঃ ব্রিজভূষণ চৰণ সিঙৰ বিৰুদ্ধে ৫০ কোটি টকাৰ মানহানিৰ গোচৰ বাবা ৰামদেৱৰ September 19, 2026 Paromita ব্যৱসায়িক বিশ্বাসযোগ্যতা আৰু সুনামহানিৰ প্ৰশ্নক লৈ পুনৰ মুখামুখি অৱস্থানত অৱতীৰ্ণ হ’ল যোগগুৰু বাবা ৰামদেৱ আৰু উত্তৰ প্ৰদেশৰ বিজেপিৰ প্ৰাক্তন সাংসদ ব্রিজভূষণ চৰণ সিং। পতঞ্জলিৰ ঘিঁউৰ গুণগত মানক লৈ সন্দেহ প্ৰকাশ…
Business চিকিৎসকসকলৰ সুৰক্ষা আৰু কল্যাণৰ বাবে অ’জন ফাৰ্মাচিউটিকেলছে মুকলি কৰিলে অ’জন শ্বিল্ড পদক্ষেপ September 19, 2026 Business Bureau অ’জন ফাৰ্মাচিউটিকেলছ লিমিটেডে হিংসা, নিৰ্যাতন বা চিকিৎসা-আইনী প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা চিকিৎসকসকলক নিৰাপত্তা, আইনী আৰু আৱেগিক কল্যাণমূলক সহায় আগবঢ়োৱাৰ উদ্দেশ্যে অ’জন শ্বিল্ড নামৰ এক পদক্ষেপ মুকলি কৰিছে। নতুন দিল্লীত অনুষ্ঠিত এক…
Business শ্ৰীংলকালৈ পুনৰ বাহন ৰপ্তানি আৰম্ভ কৰিছে ৰেন’ ইণ্ডিয়াই, বিশ্বজুৰি পদচিহ্ন ১৬খন দেশলৈ বৃদ্ধি September 19, 2026 Business Bureau ৰেন’ ইণ্ডিয়াই শ্ৰীলংকালৈ পুনৰ বাহন ৰপ্তানি আৰম্ভ কৰিছে, এই ৰপ্তানিৰে প্ৰতিষ্ঠানটোৰ আন্তঃৰাষ্ট্ৰীয় ৰপ্তানিৰ পৰিসৰ ১৬খন দেশলৈ বৃদ্ধি পাইছে। চেন্নাইৰ পৰা ১০০খন মেড-ইন-ইণ্ডিয়া বাহন ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। ইয়াত সম্পূৰ্ণ নতুন…
Business এটা মছজিদৰ ওচৰত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণ September 19, 2026 Dipshikha পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ কোহাট জিলাত শুকুৰবাৰে এটা মছজিদৰ ওচৰত সংঘটিত এক ভয়ংকৰ বিস্ফোৰণ। এই বিস্ফোৰণত ১৫ জনকৈ লোক নিহত আৰু ৫০ জনৰো অধিক লোক আহত হৈছে।শুকুৰবাৰৰ নামাজৰ সময়ৰ আশে-পাশে এই…
Business জুবিন বন্দনাত মুখৰিত জুবিন ক্ষেত্ৰ September 19, 2026 Dipshikha জুবিন বন্দনাত মুখৰিত জুবিন ক্ষেত্ৰ । গীত-নৃত্য, চিত্ৰশিল্পৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীলৈ মৰম । শিপিনীয়ে একেৰাতিতে বৈ আনিলে জুবিন গাৰ্গৰ গীত ।আকাশ-বতাহ মুখৰিত হৈ পৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী সৃষ্টিৰাজি…
Business জুবিনৰ কায়িক অনুপস্থিতিৰ September 19, 2026 Dipshikha জুবিনৰ কায়িক অনুপস্থিতিৰ এবছৰ, সামাজিক মাধ্যমত শোক প্ৰকাশ নেটিজেনৰ ৷ পিছে বুকুত এসাগৰ বেদনা লৈয়ে মনোৰঞ্জন জগতৰ তাৰকাসকল সাহস হৈ থিয় দিছে অসমীয়াৰ বাবে ৷নদ-নদী, হাবি-বননি, জীৱ-জন্তু, চৰাই-চিৰিকতি, প্ৰকৃতিসৃষ্ট যেনিয়েই…
Business ১৯ ছেপ্টেম্বৰত আমাৰ মাজৰ পৰা চিৰবিদায় মাগিছিল সংগীতৰ মহানায়কে September 19, 2026 Dipshikha আজিৰ পৰা এবছৰ পূৰ্বে এই বিশেষ দিনটোতে ছিংগাপুৰৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ খবৰটো আহিছিল । চাওঁতে চাওঁতে সংগীতৰ মহানায়কৰ মৃত্যুৰ এবছৰেই হ’ল ।জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ…
Business এভিভা লাইফ ইঞ্চুৰেন্সে সুৰক্ষা পৰ্টফলিঅ’ত যোগ কৰিছে প্রিমিয়াম ঘূৰাই পোৱাৰ বিকল্প September 18, 2026 Business Bureau এভিভা লাইফ ইঞ্চুৰেন্স কোম্পানী ইণ্ডিয়া লিমিটেডে ‘এভিভা স্মার্ট ৰিটার্ন অব্ প্রিমিয়াম টার্ম প্লেন’ মুকলি কৰিছে। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে নিজৰ সুৰক্ষা পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰি এনে এক টার্ম ইঞ্চুৰেন্সৰ প্ৰস্তাৱ আগবঢ়াইছে, য’ত…
Business টাটা এআইএ-ই সম্পদ সৃষ্টি, সুৰক্ষা আৰু অৱসৰকালীন পৰিকল্পনাক একত্ৰিত কৰি মুকলি কৰিছে ‘শুভ এছআইপি’ September 18, 2026 Business Bureau টাটা এআইএ লাইফ ইঞ্চুৰেন্সে টাটা এআইএ শুভ এছআইপি মুকলি কৰিছে, যি হৈছে এক ইউনিট-লিংকড ইঞ্চুৰেন্স প্লেন (ইউএলআইপি)। ই বজাৰ-সংলগ্ন সম্পদ সৃষ্টি, পৰিয়ালৰ সুৰক্ষা আৰু অৱসৰকালীন পৰিকল্পনাক এটা একক দীৰ্ঘম্যাদী বিত্তীয়…
Business নিৰাপত্তা বাহিনীৰ সৈতে চলি থকা সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত September 17, 2026 Dipshikha জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাৰ বনাঞ্চলত নিৰাপত্তা বাহিনীৰ সৈতে চলি থকা সংঘৰ্ষত বৃহস্পতিবাৰে দুটা সন্ত্ৰাসবাদী নিহত হয় ৷ ভাৰতীয় সেনাৰ হোৱাইট নাইট কৰ্পছে বৃহস্পতিবাৰে পুৱা এক্সত এটা পোষ্টত এই তথ্য নিশ্চিত কৰে…