আজিৰ পৰা এবছৰ পূৰ্বে এই বিশেষ দিনটোতে ছিংগাপুৰৰ পৰা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনকভাৱে মৃত্যু হোৱাৰ খবৰটো আহিছিল । চাওঁতে চাওঁতে সংগীতৰ মহানায়কৰ মৃত্যুৰ এবছৰেই হ’ল ।জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে অপেক্ষা কৰি থাকোতেই সোণাপুৰত এই বিশেষ দিনটোত উপস্থিত হৈছে হাজাৰ হাজাৰ লোক । ‘জুবিন দিৱস’ৰ তৃতীয় দিনটোত সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে এক অভূতপূৰ্ব আৱেগিক পৰিবেশ । পুৱাৰে পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা অগনন গুণমুগ্ধই জুবিন ক্ষেত্ৰত উপস্থিত হৈ প্ৰাণৰ শিল্পী, ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ শেষ শয়নস্থলীত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । Share this:FacebookX Related Post navigation এভিভা লাইফ ইঞ্চুৰেন্সে সুৰক্ষা পৰ্টফলিঅ’ত যোগ কৰিছে প্রিমিয়াম ঘূৰাই পোৱাৰ বিকল্প জুবিনৰ কায়িক অনুপস্থিতিৰ