Business প্ৰাণৰ শিল্পীবিহীন এটা বৰ্ষ September 17, 2026 Dipshikha প্ৰাণৰ শিল্পীবিহীন এটা বৰ্ষ । সোণাপুৰৰ জুবিন ক্ষেত্ৰত তিনিদিনীয়াকৈ ‘জুবিন দিৱস’ৰ ব্যাপক প্ৰস্তুতি ।প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা আৰু অশ্ৰুসিক্ত নয়নেৰে সুঁৱৰিবলৈ এতিয়া সমগ্ৰ ৰাজ্যবাসী সাজু হৈছে ।১৭ ছেপ্টেম্বৰৰ পৰা সোণাপুৰৰ জুবিনক্ষেত্ৰত…
Business হাতত উজনিৰ প্ৰলয়ৰ ফটোগ্ৰাফ লৈ অনশনত বহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ September 17, 2026 Dipshikha হাতত উজনিৰ প্ৰলয়ৰ ফটোগ্ৰাফ লৈ অনশনত বহিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ। উজনি অসমত হোৱা বান বিভীষিকাময় জলপ্ৰলয়ত ক্ষতিগ্ৰস্ত লোকসকলক উচিত সাহায্য প্ৰদানৰ ব্যৰ্থতা আৰু অনিয়মৰ বিৰুদ্ধে প্ৰথমে দিছপুৰৰ জনতা ভৱনৰ…
Business প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন September 17, 2026 Dipshikha আজি ১৭ ছেপ্তেম্বৰ, বৃহস্পতিবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ওপজা দিন।প্ৰধানমন্ত্ৰী মোডীৰ পিতৃ দামোদৰ দাস মূলচান্দ মোডী আৰু মাতৃ হীৰাবেন মোডীৰ ছটা সন্তানৰ ভিতৰত তেওঁ আছিল তৃতীয় সন্তান। পৰিয়ালটো আৰ্থিকভাৱে স্বচ্ছল নাছিল।…
Business ৰেডমি নোট ১৭ প্ৰ’ চিৰিজৰ জৰিয়তে মধ্যমীয়া দামৰ স্মাৰ্টফোন বজাৰত বজাৰ দখলৰ লক্ষ্য September 16, 2026 Business Bureau শ্বাওমি ইণ্ডিয়াই মধ্যমীয়া দামৰ স্মাৰ্টফোন শাখাত অধিক বেটাৰীৰ কাৰ্যক্ষমতা, দীৰ্ঘস্থায়িত্ব, ইমেজিং আৰু প্ৰদৰ্শন বিচৰা গ্ৰাহকসকলক উদ্দেশ্যি ৰেডমি নোট ১৭ প্ৰ’ চিৰিজ মুকলি কৰিছে, দেশৰ বজাৰত উপলব্ধ হৈছে ৰেডমি নোট ১৭…
Business সমগ্ৰ অসমৰ ১,০০০টা পৰিয়াললৈ বান সাহায্য এছবিআই জেনেৰেল ইঞ্চুৰেন্সৰ September 16, 2026 Business Bureau ছবিআই জেনেৰেল ইঞ্চুৰেন্সে দ্য অক্ষয় পাত্ৰ ফাউণ্ডেচন আৰু অয়াং ট্ৰাষ্টৰ সহযোগত বান সাহায্য আৰু উদ্ধাৰ অভিযান হাতত লৈছে। এই পদক্ষেপৰ অধীনত বানপীড়িত পৰিয়ালসমূহক গৰম আহাৰ আৰু অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী যোগান…
Business কটন বিশ্ববিদ্যালয়ৰ দলৰ সাফল্য, বিত্তীয় সাক্ষৰতা কুইজত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত শীৰ্ষস্থান দখল কটনৰ September 15, 2026 Business Bureau ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় ব’ৰ্ড (ছেবি) আৰু ৰাষ্ট্ৰীয় প্ৰতিভূতি বজাৰ প্ৰতিষ্ঠান (এনাইএছএম)ৰ যৌথ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় বিত্তীয় সাক্ষৰতা কুইজ (এনএফএলকিউ) ২০২৬-ৰ উত্তৰ-পূব আঞ্চলিক পৰ্যায়ৰ প্ৰতিযোগিতাখনি যোৱা ১৩ ছেপ্টেম্বৰত গুৱাহাটীৰ কটন…
Business ক্ৰমাই ১২,০০০ টকাপৰ্যন্ত এক্সচেঞ্জ বোনাছৰ সৈতে মুকলি কৰিছে আইফোন ১৮ প্ৰ’ৰ প্ৰি-বুকিং September 15, 2026 Business Bureau টাটা গ্ৰুপৰ অম্নি-চেনেল ইলেক্ট্ৰনিক্স ৰিটেইলাৰ ক্ৰমাই এপলৰ আইফোন ১৮ প্ৰ’ আৰু আইফোন ১৮ প্ৰ’ মেক্সৰ প্ৰি-বুকিং আৰম্ভ কৰিছে, য’ত গ্ৰাহকসকলক ১২,০০০ টকাপৰ্যন্ত এক্সচেঞ্জ বোনাছ প্ৰদান কৰিছে। দেশৰ ২০০তকৈও অধিক চহৰৰ…
Business ৰে’ল নেটৱৰ্ক এতিয়া ১০০% বৈদ্যুতিকৃত হৈ পৰিছে September 15, 2026 Dipshikha অসমৰ ব্ৰডগজ ৰে’ল নেটৱৰ্ক এতিয়া ১০০% বৈদ্যুতিকৃত হৈ পৰিছে ৷ ১৬৯ কিলোমিটাৰ দৈৰ্ঘৰ দুৰ্গম পাহাৰীয়া লামডিং-বদৰপুৰ অংশৰ বৈদ্যুতিকৰণ সম্পূৰ্ণ হোৱাৰ লগে লগে অসমে এই ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰে ।কেন্দ্ৰীয়…
Business গোলাঘাটত মুখ্যমন্ত্রী তদাৰকী কোষৰ অভিযান September 15, 2026 Dipshikha গোলাঘাটত মুখ্যমন্ত্রী তদাৰকী কোষৰ অভিযান। ACS বিষয়া দেৱেশ্বৰ বৰাৰ ওলাইছে গোলাঘাট লিংক। গোলাঘাট নগৰৰ ১১নং ৱাৰ্ডৰ চন্দন নগৰত চলিছে অভিযান।এটা নিৰ্মীয়মাণ পাঁচ মহলীয়া অট্টালিকাত চলিছে অভিযান।দেবেশ্বৰ বৰাৰ পত্নীৰ নামত আছে…
Business নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অৰুণাচলী লোকসকলৰ September 15, 2026 Dipshikha অৰুণাচল প্ৰদেশত এন এইচ পি চিয়ে নিৰ্মান কৰিব খোজা প্ৰস্তাৱিত ১১ হেজাৰ মেগাৱাটৰ বহুমুখী নদীবান্ধৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰিছে অৰুণাচলী লোকসকলে ৷ প্ৰস্তাৱিত প্ৰকল্প থলীৰ সমীপৰ আপাৰ চিয়াং জিলাৰ…