Category: Business

যোৰহাটত দুদিনীয়া জিলা আয়ুক্তৰ সন্মিলনৰ সফল সামৰণি

যোৰহাটত দুদিনীয়া জিলা আয়ুক্তৰ সন্মিলনৰ সফল সামৰণি। ১৫টা বিভাগক লৈ ২৭ ঘণ্টাতকৈও অধিক সময় ধৰি বৈঠক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। আলোচনাত ৮৫খনতকৈও অধিক ফাইলত স্বাক্ষৰেৰে জনালে অনুমোদন। লগতে বিশিষ্ট…

৭,৯০০ এমএএইছৰ বেটাৰীৰে ৰেডমি ১৭ ৫জি মুকলি, প্ৰাৰম্ভিক মূল্য ২৩,৯৯৯ টকা

শ্বাওমি ইণ্ডিয়াই নিজৰ নতুন ৰেডমি ১৭ ৫জি স্মাৰ্টফোনটো বিক্ৰীৰ বাবে উপলব্ধ কৰাৰ কথা ঘোষণা কৰিছে। এই ফোনটোক বিশেষকৈ দীৰ্ঘদিনীয়া বেটাৰী লাইফ, ৫জি সংযোগ আৰু এক উন্নত মনোৰঞ্জনৰ অভিজ্ঞতা প্ৰদান কৰিব…

উগ্ৰপন্থীৰ আক্ৰমণত ২ গৰাকী মহিলাসহ ৪ জন লোক নিহত

মণিপুৰৰ টামেংলং আৰু ন’নী জিলাত দেওবাৰে সন্দেহযুক্ত উগ্ৰপন্থীৰ আক্ৰমণত দুগৰাকী মহিলাসহ প্ৰায় চাৰিজন লোক নিহত হয় ৷ মুখ্যমন্ত্রী ৱাই খেমচাঁদ সিঙে এই হত্যাকাণ্ডক লৈ গভীৰ শোক প্রকাশ কৰাৰ লগতে কঠোৰ…

নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান অব্যাহত

হঠাৎ হোৱা বানৰ বাবে নেপালৰ ভিন্ন স্থান ধ্বংসস্তুপত পৰিণত হৈছিল ৷ যাৰ বাবে বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেনাই ৷ জানিব পৰা মতে, নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান বৰ্তমানো…

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু । আৰক্ষীৰ গাড়ীৰ পৰা জঁপিওৱাৰ ফলত ৰামানুজৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা কৰিছিল ৰামানুজে ।GMCHলৈ স্বাস্থ্য পৰীক্ষাৰ বাবে অনাৰ…

মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ

শ্ৰীলংকাক ৭২ ৰাণত পৰাস্ত কৰি অষ্টমবাৰলৈ মহিলা এছিয়া কাপৰ খিতাপ দখল ভাৰতৰ।ডুবাইত দেওবাৰে ডিফেণ্ডিং চেম্পিয়ন শ্ৰীলংকাক ৭২ ৰাণত পৰাস্ত কৰি অভিলেখসংখ্যক অষ্টমবাৰৰ বাবে মহিলা এছিয়া কাপৰ খিতাপ দখল কৰে ।খেলখনত…

গড্ৰেজ প্ৰফেচনেলৰ গুৱাহাটীত মাজেষ্টে সংগ্ৰহ মুকলিৰে অসমৰ চেলুন ব্যৱসায়ৰ সম্প্ৰসাৰণ

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)ৰ পেচাদাৰী হেয়াৰ ব্ৰেণ্ড গড্ৰেজ প্ৰফেচনেল-এ ডাইমেনচনৰ সহযোগত অসমৰ চেলুন কৰ্মী আৰু হেয়াৰ ষ্টাইলিষ্টসকলৰ দক্ষতা বৃদ্ধিৰ এক পদক্ষেপ হিচাপে গুৱাহাটীত নিজৰ শেহতীয়া হেয়াৰ কালাৰ সংগ্ৰহ মাজেষ্টে মুকলি…

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান

ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান। দুলীয়াজানত আৰক্ষীৰ জালত এটা প্ৰৱঞ্চক। ধৃত প্ৰৱঞ্চকটো মধুটিং বৰপথাৰ অঞ্চলৰ ৰাজীৱ কৰ্মকাৰ। আত্মগোপন কৰি থকা অৱস্থাত ৰাজীৱ কৰ্মকাৰক গ্ৰেপ্তাৰ। OILৰ কৰ্মচাৰীৰ আবাসগৃহ আবণ্টনৰ নামত ধন…

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল

আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল। ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে নামিব বাংলাদেশ। দশমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে নামিব হৰমনপ্ৰীত বাহিনী। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব মেচখন। এছিয়া কাপৰ…

ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ বিদেশী ঘোষণা কৰা দুই মহিলাৰ পৰিয়ালক ২ লাখকৈ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ ন্যায়ালয়ৰ ।বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘোষণা কৰাৰ পাছতে পৰিয়ালক অৱগত নকৰাকৈয়ে…