আজি মহিলা এছিয়া কাপৰ প্ৰথমখন ছেমিফাইনেল। ছেমিফাইনেলত ভাৰতৰ বিৰুদ্ধে নামিব বাংলাদেশ। দশমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ লক্ষ্যৰে নামিব হৰমনপ্ৰীত বাহিনী। ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব মেচখন। এছিয়া কাপৰ ফাইনেল মেচখন অনুষ্ঠিত হ’ব ১৩ ছেপ্টেম্বৰত। Share this:FacebookX Related Post navigation ৰাজ্য চৰকাৰলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৰাজ্যত অব্যাহত ঠগ-প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান