Category: Business

২৮ এপ্ৰিলত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল

উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিনক লৈ অন্ত পৰিল জল্পনা-কল্পনা। কিয়নো ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলৰ দিন। সামাজিক মাধ্যমিক যোগে ফলাফল প্ৰকাশ পোৱাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।২৮…

ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক

ভোটাৰক নগদ ধন বিতৰণৰ অভিযোগত আটক বিজেপি বিধায়কজনক। বিজেপি প্ৰাৰ্থী ৰেখা পাত্ৰৰ হৈ ধন বিলোৱাৰ অভিযোগ নাথৰ বিৰুদ্ধে।পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰত ধন বিলোৱাৰ অভিযোগত আটক কৰে বিজেপি প্ৰাৰ্থীগৰাকীক।

মির্জাপুৰত ভয়ংকৰ দুৰ্ঘটনা

উত্তৰ প্ৰদেশৰ মির্জাপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনা।একেলগে দুর্ঘটনাগ্রস্ত কেইবাখনো বাহন।জীৱন্তে অগ্নিদগ্ধ হৈ বাহনত থকা ১১জনৰ লোকৰ মৃত্যু।দুর্ঘটনাৰ পাছতে ভস্মীভূত হয় কেইবাখনো বাহন ।

ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ

ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ। ভিডিঅ’ প্ৰকাশ কৰিলে ইৰানে। কেনেকৈ ইৰানে চলাইছিল অভিযান? মুখত ক’লা কাপোৰ মাৰি জাহাজত প্ৰৱেশ কৰিছিল ইৰানী সেনা। MSC ফ্রান্সকো আৰু এপামিনন্দেছ নামৰ…

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব

পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ২৩ এপ্ৰিল, ২০২৬ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ পাছত ২৯ এপ্ৰিল, ২০২৬ত হ’ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।ইয়াৰ মাজতে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত এছচিয়েশ্যন…

মধ্যপ্ৰদেশৰ ধাৰত বিধ্বংসী অগ্নিকাণ্ড

মধ্যপ্ৰদেশৰ ধাৰত বিধ্বংসী অগ্নিকাণ্ড।কেইবা ঘণ্টা ধৰি পিথামপুৰ ঔদ্যোগিক এলেকাত জ্বলে জুই।এক আৱৰ্জনা প্ৰকল্পত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।সৌভাগ্যক্ৰমে ৰক্ষা পৰে বহু লোকৰ প্ৰাণ ।প্ৰকল্পৰ কাষৰীয়া এলেকালৈও সম্প্ৰসাৰণ জুইৰ।

জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি

জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি। অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ আজি জামিন আবেদনৰ শুনানি। আজি আদালতে গ্ৰহণ কৰিব গোচৰৰ শুনানি।শ্যামকানু মহন্তৰ হৈ যুক্তি অসমৰ অধিবক্তাৰ।জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰা শ্যামকানু…

পহলগামত সংঘটিত জঘন্য ঘটনাৰ বুধবাৰে এটা বছৰ সম্পূৰ্ণ হ’ল

পহলগামত সংঘটিত জঘন্য ঘটনাৰ বুধবাৰে এটা বছৰ সম্পূৰ্ণ হ’ল ৷ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদীৰ সেই জঘন্য ঘটনাত নিহত লোকসকল শ্ৰদ্ধাৰে স্মৰণ কৰে ৷জন্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হোৱা লোকসকলক স্মৰণ…

মহানগৰীত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ সফলতা; বশিষ্ঠত হেৰ’ইন আৰু নগদ ধনসহ জালত ‘হনুমান’

ৰাজ্যজুৰি অব্যাহত থকা নিষিদ্ধ ড্ৰাগছৰ অবাধ বেহাৰ মাজতে এইবাৰ এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি বশিষ্ঠ আৰক্ষীৰ এটা দলে কালিবাৰী পথত এক বিশেষ…

বৰপথাৰত নৃশংসতা! ম’বাইলত গান শুনাক লৈ কিশোৰীক মৰিয়াই হত্যা চুবুৰীয়াৰ, দোষীক গ্ৰেপ্তাৰৰ দাবী

ম’বাইলত উচ্চস্বৰত গান শুনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সামান্য তৰ্কৰ পৰিণতিতে বৰপথাৰত সংঘটিত হ’ল এক জঘন্য হত্যাকাণ্ড। সৰুপথাৰ সমষ্টিৰ বৰপথাৰ থানাৰ অন্তৰ্গত খাৰুৱা গাঁৱত চুবুৰীয়াই এগৰাকী ১৯ বছৰীয়া যুৱতীক মৰিয়াই…