Business অসমত প্ৰাক-মৌচুমী বৰষুণৰ তাণ্ডৱ; ধাৰাসাৰ বৃষ্টিপাতত কৃষিখণ্ডৰ ব্যাপক ক্ষতিসাধনৰ আশংকা April 22, 2026 Sonakshi Sarkar অসমত ধাৰাবাহিকভাৱে হৈ থকা অত্যধিক প্ৰাক-মৌচুমী বৰষুণে ৰাজ্যৰ কৃষিখণ্ডলৈ কঢ়িয়াই আনিছে এক চৰম বিপৰ্যয়। মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষজ্ঞসকলে বৰষুণ আৰু আৰ্দ্ৰতাৰ বাবে বিভিন্ন প্ৰান্তত শাক-পাচলি আৰু মাকৈ খেতিৰ ব্যাপক…
Business পপী খেতিৰ পৰা কৃষকক মুক্ত কৰাৰ মানৱীয় প্ৰচেষ্টা; চুৰাচান্দপুৰত বিকল্প জীৱিকাৰ বাবে ‘হিনচি’ আঁচনিৰ শুভাৰম্ভ April 22, 2026 Sonakshi Sarkar মণিপুৰত নিষিদ্ধ পপী খেতিৰ পৰম্পৰাগত কৱলৰ পৰা কৃষকক উদ্ধাৰ কৰি এক সুস্থ অৰ্থনীতি গঢ়াৰ বিশেষ তৎপৰতা চলাইছে আৰক্ষীয়ে। ৰাজ্যখনত চলি থকা নিচাজাতীয় দ্ৰব্য বিৰোধী কঠোৰ এনফ’ৰ্চমেণ্টৰ মাজতে এতিয়া পোহৰলৈ আহিছে…
Business ছানৰাইজ মচলাই সফলতাৰে চাৰি দিনৰ সাংস্কৃতিক উদযাপন কৃষ্টিৰ মিলন সেতু- ব্ৰিজ অৱ কালচাৰেল ইউনিটি সমাপন কৰিলে April 21, 2026 Business Bureau ছানৰাইজ স্পাইচেছে ৰঙালী বিহুত চাৰিদিনীয়া সাংস্কৃতিক উদযাপন ‘কৃষ্টিৰ মিলন সেতু – সাংস্কৃতিক ঐক্যৰ সেতু’ ৰূপে পালন কৰি অসমৰ বৈচিত্ৰ্যময় জনজাতীয় নৃত্য পৰম্পৰাক এখন মঞ্চত উপস্থাপন কৰে। ১৪ এপ্ৰিলৰ পৰা ১৭…
Business গোৱাত উজ্বলিল অসম; ৰাষ্ট্ৰীয় ছেইলিং চেম্পিয়নশ্বিপত ৰূপৰ পদক নিশামণি বৰাৰ April 21, 2026 Sonakshi Sarkar ৰাষ্ট্ৰীয় ক্ৰীড়া জগতত পুনৰবাৰ গৌৰৱ কঢ়িয়াই আনিলে অসমৰ জীয়ৰী নিশামণি বৰাই। গোৱাত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ সৰ্বভাৰতীয় নেচনেল ছেইলিং চেম্পিয়নশ্বিপত নিশামণিয়ে অৰ্জন কৰে ৰূপৰ পদক। যোৱা ১৩ এপ্ৰিলৰ পৰা ১৭…
Business বংগত ৰাইজে বিচাৰে পৰিবর্তন: সন্ত্ৰাস-দুৰ্নীতিৰ অভিযোগ তুলিলে হিমন্ত বিশ্ব শৰ্মাই April 21, 2026 Sonakshi Sarkar পশ্চিমবংগত এতিয়া যুদ্ধংদেহী ৰূপত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে ৰাজ্যখনৰ তামলুকত এক নিৰ্বাচনী জনসভাত অংশ লৈ বিজেপি নেতাগৰাকীয়ে মমতা বেনাৰ্জীৰ চৰকাৰক…
Business বিতৰ্কিত মন্তব্যৰ পিছতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দুৱাৰত পৱন খেৰাৰ জামিন আবেদন April 21, 2026 Sonakshi Sarkar মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কৰা বিস্ফোৰক মন্তব্যই এতিয়া চৰম বিপাঙত পেলাইছে নিখিল ভাৰত কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাক। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ একাধিক বিদেশী পাছপ’ৰ্ট আৰু বিদেশত গোপন সম্পত্তি থকা বুলি…
Business স্মাৰ্ট চিটী গুৱাহাটীত কৃত্ৰিম বানৰ তাণ্ডৱ; জনসাধাৰণৰ সহযোগিতা বিচাৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আহ্বান April 21, 2026 Sonakshi Sarkar এজাক বৰষুণতে মহাসাগৰত পৰিণত হ’ল স্মাৰ্ট চিটী গুৱাহাটী। মহানগৰীৰ চুকে-কোণে সৃষ্টি হোৱা ভয়াৱহ কৃত্ৰিম বানত স্তব্ধ হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা। এই দুৰ্বিষহ পৰিস্থিতিৰ পাছতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনসাধাৰণৰ সহযোগিতা…
Business সান্ধ্য আইন ভংগৰ অভিযোগত ইম্ফলত ১৯ জন আটক; কঠোৰ অভিযান মণিপুৰ আৰক্ষীৰ April 21, 2026 Sonakshi Sarkar সান্ধ্য আইন উলংঘন কৰি ৰাজহুৱা সম্পত্তিৰ হানি কৰাৰ অভিযোগত মণিপুৰ আৰক্ষীয়ে ১৯ জন ব্যক্তিক আটক কৰিছে। ১৯ এপ্ৰিলত বৃহত্তৰ ইম্ফল অঞ্চলৰ বিভিন্ন স্থানত চলোৱা এক বিশেষ অভিযানত আৰক্ষীয়ে এই লোকসকলক…
Business মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুল, গুৱাহাটীয়ে এআই-নেতৃত্বাধীন শৈক্ষিক গ্ৰেডিঙৰ বাবে স্মাৰ্টটেলৰ সৈতে অংশীদাৰিত্ব April 20, 2026 Business Bureau অসমৰ আগশাৰীৰ আৱাসিক প্ৰতিষ্ঠান মাইলছ ব্ৰনছন ৰেচিডেন্সিয়েল স্কুল (এমবিআৰএছ) আৰু এছিয়াৰ প্ৰথমটো এ আই চালিত গ্ৰেডিং প্ৰতিষ্ঠান স্মাৰ্টেলে উচ্চ গ্ৰেডত এআই কেন্দ্ৰিক মূল্যায়নৰ বাবে অংশীদাৰিত্বৰ নবীকৰণ আৰু সম্প্ৰসাৰণ কৰিছে। যোৱা…
Business অসমৰ জীৱন্ত পৰম্পৰাক উদযাপন কৰি ৰঙালী বিহু সংগীত শ্ৰদ্ধাঞ্জলি উন্মোচন কৰিলে ছানৰাইজ স্পাইচেছে April 20, 2026 Business Bureau আইটিচি লিমিটেডৰ ছানৰাইজ স্পাইচেছে অসমৰ পৰম্পৰা, খাদ্য আৰু উৎসৱমুখৰ মনোভাৱক উদযাপন কৰা বিশেষ মিউজিক ভিডিঅ’ৰ জৰিয়তে অসমীয়াৰ গভীৰ সাংস্কৃতিক সংযোগক শক্তিশালী কৰি ৰঙালী বিহু বিশেষ গীত মুকলি কৰিছে। নিভাঁজ অসমীয়া…