মধ্যপ্ৰদেশৰ ধাৰত বিধ্বংসী অগ্নিকাণ্ড।কেইবা ঘণ্টা ধৰি পিথামপুৰ ঔদ্যোগিক এলেকাত জ্বলে জুই।এক আৱৰ্জনা প্ৰকল্পত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।সৌভাগ্যক্ৰমে ৰক্ষা পৰে বহু লোকৰ প্ৰাণ ।প্ৰকল্পৰ কাষৰীয়া এলেকালৈও সম্প্ৰসাৰণ জুইৰ। Share this:FacebookX Related Post navigation জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তৰ জামিন আবেদনৰ শুনানি পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব