ভাৰতলৈ আহি থকা ২ খন জাহাজত কব্জা ইৰানৰ। ভিডিঅ’ প্ৰকাশ কৰিলে ইৰানে। কেনেকৈ ইৰানে চলাইছিল অভিযান? মুখত ক’লা কাপোৰ মাৰি জাহাজত প্ৰৱেশ কৰিছিল ইৰানী সেনা। MSC ফ্রান্সকো আৰু এপামিনন্দেছ নামৰ জাহাজ দুখন কব্জা কৰে ইৰানে। অনুমতি অবিহনে জাহাজকেইখনে হৰমুজ অতিক্ৰম কৰাৰ অভিযোগ। জাহাজ দুখন ৰখাবলৈ নির্দেশ দিছিল IRGC-এ। এই নির্দেশ অমান্য কৰাৰ বাবে গুলীচালনা কৰেIRGC-এ । Share this:FacebookX Related Post navigation পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব মির্জাপুৰত ভয়ংকৰ দুৰ্ঘটনা