Category: Business

আমেৰিকাত স্থাপন নতুন তেল শোধনাগাৰ; ৫০ বছৰৰ পিছত বৃহৎ পদক্ষেপ, অংশীদাৰ ৰিলায়েন্স

আমেৰিকাত ৫০ বছৰৰ বিৰতিৰ পাছত নতুন তেল শোধনাগাৰ নিৰ্মাণৰ ঘোষণা কৰিলে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। টেক্সাছত স্থাপন হ’বলগীয়া এই ৩’শ বিলিয়ন ডলাৰৰ ঐতিহাসিক প্রকল্পত ভাৰতৰ ৰিলায়েন্স ইণ্ডাস্ট্ৰীজ অংশীদাৰ হৈছে। এই প্ৰকল্পটো…

পাকিস্তানলৈ গোপন তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ নৌসেনাৰ জোৱান

ভাৰতীয় নৌসেনাৰ জোৱান আদৰ্শ কুমাৰ নামৰ এজন ৰেংজাৰ সদস্য চোৰাংচোৱাগিৰিৰ অভিযোগত আটক হোৱাৰ খবৰ মুকলোৱা হৈছে। অধিক তথ্য অনুসৰি, তেওঁ পাকিস্তানৰ গোপন চোৰাংচোৱা সংস্থা আইএসআইৰ সৈতে মিতিৰালি কৰি ভাৰতৰ সৰু…

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ পৰা আঁতৰিল ফখৰুদ্দিন আলী আহমেদৰ নাম; চৰকাৰী বন্ধৰ তালিকাত অন্তৰ্ভুক্ত হ’ল আলি-আয়ে-লৃগাং

বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ নামকৰণক লৈ মঙলবাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে। বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ক এতিয়াৰে পৰা ‘বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়’ নামেৰে জনা…

ৰন্ধন গেছ সংকট: সুৰক্ষাৰ স্বাৰ্থত চৰকাৰৰ কঠোৰ আইন কার্যকৰী

পশ্চিম এছিয়াৰ উত্তপ্ত পৰিস্থিতিৰ ফলত ৰন্ধন গেছৰ সংকট দেশজুৰি প্ৰকাৰ কৰে। ভাৰত চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন বলবৎ কৰি ঘৰুৱা গ্ৰাহকসকলৰ বাবে গেছ যোগান সুনিশ্চিত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে আৰু খাৰুৱা…

আদানি ফাউণ্ডেচনৰ সহযোগত অম্বুজা চিমেণ্টে উমৰাংছ’ৰ গ্ৰাম্য যুৱক-যুৱতীৰ মাজত প্ৰসাৰ ঘটাইছে ক্ৰীড়াৰ বিকাশৰ

বিশ্বজুৰি নৱম বৃহত্তম ভৱন সামগ্ৰী সেৱা প্ৰদানকাৰী তথা বৈচিত্ৰ্যপূৰ্ণ আদানী পৰ্টফলিঅ’ৰ অংশ অম্বুজা চিমেণ্টে আদানী ফাউণ্ডেচনৰ সৈতে ডিমা হাছাও জিলাৰ উমৰাংছ’ৰ গ্ৰাম্য যুৱক-যুৱতীসকলক ক্ৰীড়া প্ৰতিভাক তুলি ধৰিবলৈ আৰু সামগ্ৰিক উন্নয়নক…

গুৱাহাটীত বন্ধন মিউচুৱেল ফাণ্ডৰ নতুন শাখা কাৰ্যালয় মুকলি

বিনিয়োগকাৰী আৰু মিউচুৱেল ফাণ্ড ডিষ্ট্ৰিবিউটৰ (এমএফডি)ক ভালদৰে সেৱা আগবঢ়োৱাত সহায়ক হোৱাকৈ গুৱাহাটীত বন্ধন এএমচি লিমিটেডে নতুন শাখা কাৰ্যালয় মুকলি কৰিছে। নতুন শাখা কাৰ্যালয়টোৰ ঠিকনা হৈছে প্ৰথম মহলা, গণপতি এনক্লেভ, বৰা…

কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে

নলবাৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অশোক শৰ্মাক আটক কৰিছে আৰক্ষীয়ে । সোমবাৰে নিশা প্ৰায় ১২:৪৫ বজাত নলবাৰী সদৰ থানাৰ আৰক্ষীয়ে তেওঁক আটক কৰে । মঙলবাৰে দিনৰভাগত আটক কৰা ১২…

৯ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা AIUDFৰ

ৰাজ্যৰ ৰাজনীতিৰ আন এক গুৰুত্বপূৰ্ণ দল হৈছে এ আই ইউ ডি এফ । বদৰুদ্দিন আজমল নেতৃত্বাধীন দলটোৱে ৰাজ্যৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । সেয়ে এই দলটোৰ ওপৰত সকলোৰে…

গুড়ৰ উপকাৰী গুণৰ বিষয়ে জানেনে

গুড় স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী, যি শৰীৰত আইৰন, মেগনেছিয়াম আৰু পটাছিয়ামৰ যোগান ধৰে। ই হজম শক্তি বৃদ্ধি কৰে, ৰক্তহীনতা দূৰ কৰে আৰু ইমিউনিটি বা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ইয়াৰ…

ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ একাউণ্টত সোমাল ৰাজকোষৰ ৩৬০০ কোটি টকা

নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে ৷ নিৰ্বাচনৰ পূৰ্বে মঙলবাৰে ৰাজ্য চৰকাৰে চমক সৃষ্টিৰে এক অভিলেখ ৰচনা কৰিলে ৷ একেদিনাই আৰু প্ৰায় একে সময়তে ৰাজ্যৰ ৪০ লাখ অৰুণোদয় হিতাধিকাৰীৰ…