Business ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন July 18, 2026 Dipshikha ওৰাং ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন। উদ্যানখনত কৰ্তব্যৰত অৱস্থাতে নিজৰ চাৰ্ভিচ ৰাইফলৰ পৰা ওলোৱা গুলীত গুৰুতৰভাৱে আহত হয় এজন বনকর্মী। আহত বনকৰ্মীজনক বিপিন ডেকা বুলি চিনাক্ত কৰা হৈছে।ঘটনাৰ পাছত…
Business ভৱিষ্যতৰ পৰিবহণ ব্যৱস্থাক আগুৱাই নিবলৈ এমজি-এ মুকলি কৰিলে ভাৰতৰ প্ৰথম মাল্টি-এনইভি প্লেটফৰ্ম July 17, 2026 Business Bureau জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ দীৰ্ঘম্যাদী বৈদ্যুতিক পৰিবহণ ৰণনীতিক অধিক শক্তিশালী কৰি এমজি এডাপ্ট মুকলি কৰিছে। এই এডাপ্ট হৈছে ভাৰতৰ প্ৰথমটো মাল্টি নিউ এনাৰ্জী ভেহিকল (এনইভি) প্লেটফৰ্ম, যাক এক বুদ্ধিদীপ্ত…
Business অম্বুবাচী মেলাত জনসংযোগ কাৰ্যসূচীৰে উত্তৰ-পূৰ্বাঞ্চলত নিজৰ স্থিতি অধিক শক্তিশালী কৰিলে ছানৰাইজ পিয়ৰে July 16, 2026 Business Bureau আইটিচি লিমিটেড-ৰ অন্তৰ্ভুক্ত মচলা ব্ৰেণ্ড‘ছানৰাইজ পিয়ৰ-এ গুৱাহাটীৰ কামাখ্যা মন্দিৰত আয়োজিত অম্বুবাচী মেলা ২০২৬ৰ সময়ত নিজৰ ধ্বজাবাহী কাৰ্যসূচী শুদ্ধোৎসৱ আয়োজন কৰে। ২১ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত এই ৬ দিনীয়া সামাজিক…
Business জালুকবাৰী আৰু পলাশবাৰী সমষ্টিৰ জনজাতীয় বেষ্টনীৰ চাৰে সাত শতাধিক গাঁৱক জি এম ডি এত অন্তৰ্ভুক্তিৰ বিৰোধিতা নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ দক্ষিণ কামৰূপ জিলা কমিটিৰ July 16, 2026 Sonakshi Sarkar গুৱাহাটী মহানগৰীৰ পশ্চিম প্ৰান্তৰ ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদ আৰু জনজাতীয় আৱেষ্টনী আৰু খণ্ডৰ জালুকবাৰী বিধানসভা সমষ্টিৰ আজাৰা ৰাজহ চক্ৰ আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ৰাণী…
Business বিশ্বকাপৰ ছেমিফাইনেল-ফাইনেলৰ নিশা ৩.৩০ বজালৈ খোলা থাকিব গুৱাহাটীৰ ৰেষ্টুৰেণ্ট; বিশেষ অনুমতি অসম চৰকাৰৰ July 16, 2026 Paromita ফুটবল বিশ্বকাপৰ জ্বৰত আক্ৰান্ত সমগ্ৰ বিশ্ব। ইখনৰ পিছত সিখন ৰোমাঞ্চকৰ মেচে উত্তেজনা বঢ়াই তোলাৰ পাছত এতিয়া আহি পৰিছে বহুল প্ৰতীক্ষিত ছেমিফাইনেল আৰু ফাইনেলৰ সময়। এনে পৰিপ্ৰেক্ষিতত গুৱাহাটীৰ ফুটবল অনুৰাগীসকলৰ বাবে…
Business ‘পেৰা ট্ৰেক চাইক্লিং’ ইভেণ্টৰ ‘Women’s C5’ বিভাগত ভাৰতক প্ৰতিনিধিত্ব কৰিব লীছাই July 15, 2026 Dipshikha অসমৰ ক্ৰীড়া জগতলৈ কঢ়িয়াই আনিলে এক সু-খবৰ। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হ’বলগীয়া Commonwealth Games 2026 ৰ বাবে নিৰ্বাচিত হৈছে অসমৰ প্ৰতিভাৱান পেৰা-চাইক্লিষ্ট লীছা দাস । মাত্ৰ ১৬ বছৰ বয়সতে লীছাই সমগ্ৰ…
Business পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা July 15, 2026 Dipshikha আকৌ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশ্বৰ আনবোৰ ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বাবেও এয়া এক চিন্তাৰ বিষয়।আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আৰম্ভ হৈছে যুদ্ধ। যাৰ ফলত সমগ্ৰ বিশ্বই ইন্ধনৰ…
Business মৃত্যু হ’ব নেকি সোনম ৱাংচুকৰ ? July 15, 2026 Dipshikha প্ৰশ্নকাকত ফাদিল আৰু শিক্ষা খণ্ডত অন্যান্য দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত সমাজকৰ্মী সোনম ৱাংচুকে আমৰণ অনশনত বহি আছে । এই অনশনে ইতিমধ্যে ১৮ দিনত ভৰি দিছে আৰু…
Business অসমতো ফিফা বিশ্বকাপৰ লহৰ July 15, 2026 Dipshikha অসমতো ফিফা বিশ্বকাপৰ লহৰ দেখিবলৈ পোৱা গৈছে ৷ জনসাধাৰণৰ উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে এক বিশেষ ঘোষণা কৰে ৷পোষ্টটোত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ফুটবলে মানুহক একত্ৰিত কৰে, আৰু আমি বিচাৰো…
Business হাইপভল্ট-আৰৰ আত্মপ্ৰকাশেৰে কীৱেৰ প্ৰিমিয়াম ইভি বাহন বিকাশৰ লক্ষ্য নিৰ্ধাৰণ July 15, 2026 Business Bureau কীৱে ইণ্ডিয়া-ই শনিবাৰে নতুন হাইপভল্ট-আৰ মুকলি কৰি ইলেট্ৰিক পৰিবহন পৰ্টফলিঅ’ৰ সম্প্ৰসাৰণ কৰিছে। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে ভাৰতৰ প্ৰিমিয়াম প্ৰদৰ্শন ইলেট্ৰিক স্কুটাৰ খণ্ডত খোজ থ’লে। স্কুটাৰখনৰ প্ৰাৰম্ভিক এক্স-শ্ব’ৰুম মূল্য ১.৯৯ লাখ টকা…