আকৌ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশ্বৰ আনবোৰ ৰাষ্ট্ৰৰ লগতে ভাৰতৰ বাবেও এয়া এক চিন্তাৰ বিষয়।আমেৰিকা আৰু ইৰাণৰ মাজত পুনৰ আৰম্ভ হৈছে যুদ্ধ। যাৰ ফলত সমগ্ৰ বিশ্বই ইন্ধনৰ নাটনিৰ সমুখীন হোৱাৰ আশংকাই দেখা দিছে। এফালে আমেৰিকাই ষ্ট্ৰেইট অৱ হৰমুজত নাকাবন্দী লগাইছে, আনফালে, ইৰাণৰ ইছলামিক ৰেভলিউশ্যনেৰি গাৰ্ড কৰ্পছ চমুকৈ IRGC-য়ে কৈছে যে- যেতিয়ালৈকে হৰমুজ প্ৰণালীত আমেৰিকাৰ কাৰ্যকলাপবোৰ চলি থাকিব, তেতিয়ালৈকে ইয়াৰ পৰা এটোপালো তেল বা গেছৰ ৰপ্তানি কৰা নহ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *