Author: Tarali

কাৰ্বি আংলংত কৃষি, জলসিঞ্চন আঁচনিৰ পৰ্যালোচনা কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই; আন্তঃগাঁথনি পুঁজিৰ সম্পূৰ্ণ সদ্ব্যৱহাৰৰ আহ্বান

কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথম বাৰৰ বাবে ভ্ৰমণ কৰি বুধবাৰে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই তাৰালাংছোত এক বিস্তৃত পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। এই বৈঠকত কা এ এ চিৰ…

খোৰাঘাটত ONGC ৰ নতুন গেছ কেন্দ্ৰ আৰম্ভ: উত্তৰ-পূৱত শক্তিৰ উপলব্ধতা বৃদ্ধি

মঙলবাৰে অইল এণ্ড নেচাৰেল গেছ কৰ্প’ৰেচন লিমিটেড (ONGC) এ অসমৰ গোলাঘাট জিলাৰ খোৰাঘাট GGS-1 ত গেছ নিষ্কাষণৰ সুবিধা আৰম্ভ কৰিছে। ইয়াৰ ফলত উত্তৰ-পূৱৰ প্ৰাকৃতিক গেছৰ উপলব্ধতা বৃদ্ধি আৰু অঞ্চলটোৰ শক্তি…

অবৈধ প্ৰৱেশৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত বাংলাদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ

অবৈধভাৱে ভাৰতত প্ৰৱেশৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পাছত এজন বাংলাদেশী নাগৰিকক অসমৰ পৰা বহিষ্কাৰৰ নিৰ্দেশ দিছে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জিলা উপায়ুক্তই। ১৯৫০ চনৰ ইমিগ্ৰেণ্টচ্ (এক্সপালচন ফ্ৰম অসম) আইনৰ ২(খ) ধাৰাৰ…

অৰ্জুন বঁটা ২০২৫ ৰ বাবে নিৰ্বাচিত হ’ল মিজোৰামৰ লালৰেমছিয়ামি

১৮ আগষ্ট: ভাৰতীয় হকী তাৰকা লালৰেমছিয়ামি ক্ৰীড়া আৰু খেলত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অৰ্জুন বঁটা ২০২৫ ৰ বাবে নিৰ্বাচিত হোৱা ১৭ জন ক্ৰীড়াবিদৰ ভিতৰত অন্যতম। লালৰেমছিয়ামি ভাৰতৰ আটাইতকৈ সফল মহিলা হকী…

ইয়িংকিয়ঙত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি আৰু ভেণ্ডৰ মাৰ্কেট উদ্বোধন

অৰুণাচল প্ৰদেশৰ ইয়িংকিয়ঙত স্বচ্ছ ভাৰত অভিযানৰ অধীনত মেটেৰিয়েল ৰিকভাৰী ফেচিলিটি (MRF) উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ উপদেষ্টা আৰু বিধায়ক আলো লিবাঙে। এই অনুষ্ঠানত উপস্থিত থাকে উচ্চ ছিয়াং জিলাৰ উপায়ুক্ত তালো জেৰাং। এই…

শোক দিৱস’ পালন, ধেমাজি বিস্ফোৰণৰ বলি হোৱাসকলক স্মৰণ

২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ উদযাপনৰ সময়ত বিস্ফোৰণত প্ৰাণ হেৰুৱা সাধাৰণ নাগৰিকসকলক স্মৰণ কৰি দেওবাৰে অসম চৰকাৰে ‘শোক দিৱস’ পালন কৰে। দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত এই শোক অনুষ্ঠানত…

৮০ সংখ্যক স্বাধীনতা দিৱস: ২৫ জনক কৰ্মবীৰ পুৰস্কাৰ প্ৰদান, কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন এনএফআৰৰ

শনিবাৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস দেশপ্ৰেমৰ উৎসাহ-উদ্দীপনাৰে উদযাপন কৰে উত্তৰ-পূব সীমান্ত ৰেলৱে (এনএফআৰ)-এ। মালিগাঁওস্থিত এনএফআৰএছএ কমপ্লেক্সত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যসূচীত এনএফআৰৰ সাধাৰণ প্ৰবন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে জ্যেষ্ঠ ৰেল বিষয়া, কৰ্মচাৰী…

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত পুৰীৰ সাগৰ তীৰত সুদৰ্শন পাটনায়কৰ দেশপ্ৰেমৰ বলুকাশিল্প; ‘বৈচিত্ৰ্যৰ মাজত ঐক্য’ৰ বাৰ্তা

স্বাধীনতা দিৱসৰ উছাহৰ মাজতে দেশপ্ৰেম আৰু ৰাষ্ট্ৰীয় ঐক্যৰ বাৰ্তা বহন কৰা এক বিশেষ বলুকাশিল্পই দৃষ্টি আকৰ্ষণ কৰিছে দেশবাসীৰ। শুকুৰবাৰে পুৰীৰ সাগৰ পাৰত পদ্মশ্ৰী সন্মানেৰে সন্মানিত বলুকাশিল্পী সুদৰ্শন পাটনায়কে ভাৰতৰ ৮০সংখ্যক…

‘বৈষম্যমূলক’ শুদ্ধিকৰণ কাণ্ডৰ বিৰুদ্ধে গুৱাহাটীত কংগ্ৰেছৰ পদযাত্ৰা, আৰক্ষীৰ লগত সংঘাত

অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ (AICC) সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেইদিনমান আগতে উত্তৰাখণ্ডৰ হলদৱানীত এখন ৰাজহুৱা সভাত অংশ লোৱাৰ পিছত সেই সভাস্থলত BJP য়ে কথিতভাৱে গংগাজল ছটিয়াই “শুদ্ধিকৰণ” কৰাৰ “বৈষম্যমূলক আৰু নিন্দনীয়”…

গুৱাহাটীত ৩৯.৪ কোটি টকাৰ ড্ৰাগছ জব্দ, দুজন গ্ৰেপ্তাৰ

গুৱাহাটীত প্ৰায় ৩৯.৪ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে আৰু দুজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। গোপন সূত্ৰৰ…