Assam Education চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী হ্ৰাসৰ দাবী নাকচ: শিক্ষামন্ত্ৰীৰ মতে ডাটা সংশোধনৰ বাবেই হ্ৰাস July 7, 2026 Tarali বিদ্যালয়ত বিগত দুবছৰত অসমত ২,১২,৭৬৮ গৰাকী আৰু ২০২১-২ ৰ পৰা ২০২৪-২৫ চনলৈ ২৫,৬৭,৭৯৩ গৰাকী ছাত্ৰ-ছাত্ৰী কমিছে বুলি ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে কৰা অভিযোগ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নাকচ কৰিছে।…
News উখৰুলত জংগীৰ অতৰ্কিত আক্ৰমণ, নিহত ২ অসম ৰাইফলছৰ জোৱান July 6, 2026 Tarali সোমবাৰে দুপৰীয়া মণিপুৰৰ উখৰুল জিলাত সন্দেহযুক্ত জংগীয়ে অসম ৰাইফলছৰ এটা টহল দলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলোৱাত ২ জন অসম ৰাইফলছৰ জোৱান নিহত আৰু কেইবাজনো আহত হয়। প্ৰতিৰক্ষা সূত্ৰ মতে, উখৰুল…
Latest নিৰৱ মোদীৰ প্ৰত্যৰ্পণৰ পথ প্ৰশস্ত; ইউৰোপীয় আদালততো শেষ আইনী যুঁজত পৰাজয় July 6, 2026 Tarali ভাৰতলৈ প্ৰত্যৰ্পণৰ ক্ষেত্ৰত প্ৰায় সকলো আইনী বাধা আঁতৰিল পলাতক হীৰা ব্যৱসায়ী নিৰৱ মোদীৰ। ইউৰোপীয় মানৱ অধিকাৰ আদালততো শেষ আইনী যুঁজত পৰাজিত হোৱাৰ পিছত এতিয়া তেওঁক ভাৰতলৈ প্ৰত্যৰ্পণৰ প্ৰক্ৰিয়া অধিক দ্ৰুত…
Assam জুন ২০২৬ ত ১৫% জিএছটি বৃদ্ধিৰে ৰাষ্ট্ৰীয় গড় অতিক্ৰম কৰিলে অসমে July 5, 2026 Tarali যোৱা বছৰ একে সময়ৰ তুলনাত জুন মাহত অসমে ১৫ শতাংশ জিএছটি সংগ্ৰহ বৃদ্ধি প্ৰত্যক্ষ কৰিছে বুলি শনিবাৰে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনায়। জুন মাহত জিএছটি সংগ্ৰহ ১,৪৩৭ কোটি টকালৈ বৃদ্ধি পাইছে,…
Latest News ২০২৬ চনৰ ১৩-২০ জুলাইত পাছিঘাটত অনুষ্ঠিত হ’ব “কৃষি ৪.০” প্ৰশিক্ষণৰ চতুৰ্থ বেচ July 5, 2026 Tarali চেণ্ট্ৰেল এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি (ইম্ফল)ৰ অধীনস্থ পাছিঘাট কৃষি মহাবিদ্যালয়ৰ 5G প্ৰশিক্ষণ আৰু উদ্ভাৱন প্ৰয়োগশালাত শনিবাৰে “কৃষি ৪.০ প্ৰযুক্তি: ভৱিষ্যতৰ খেতিৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ কৃষি দক্ষতা গঢ়ি তোলা” বিষয়ক দক্ষতা উন্নয়ন প্ৰশিক্ষণ…
Assam “সাহস আৰু অনুগত্যৰ জীৱন”: পেট্ৰল হাতী জয়মালাক কাজিৰঙাই শ্ৰদ্ধাঞ্জলি জনালে July 5, 2026 Tarali আজি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নিজৰ কিংবদন্তি মহিলা পেট্ৰল হাতী জয়মালাক অশ্ৰুসিক্ত বিদায় জনালে।“আজি কাজিৰঙাই নিজৰ অন্যতম সাহসী ৰক্ষকৰ প্ৰতি মূৰ নত কৰিছে। জয়মালা কেৱল এটা পেট্ৰল হাতী নাছিল, তাই আছিল…
Latest News ইউএপিএৰ অধীনত ২৩ জনক সন্ত্ৰাসবাদী ঘোষণা কেন্দ্ৰৰ; তালিকাত পাকিস্তানভিত্তিক একাধিক কুখ্যাত সন্ত্ৰাসবাদী July 4, 2026 Tarali পাকিস্তানত বহি ভাৰতবিৰোধী সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই থকা ২৩ জনক সন্ত্ৰাসবাদী ঘোষণা কৰিলে কেন্দ্ৰই। অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে শনিবাৰে প্ৰকাশ…
Crime News ৰাজা ৰাঘুৱানশী হত্যাকাণ্ডঃ উচ্চতম ন্যায়ালয়ে পত্নীৰ জামিনত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰাৰ পিছত পৰিয়ালে পুনৰ CBI তদন্তৰ দাবী জনালে July 4, 2026 Tarali ইন্দোৰ ব্যৱসায়ী ৰাজা ৰাঘুৱানশীৰ হত্যাকাণ্ডৰ তদন্তৰ বাবে পৰিয়ালে পুনৰ কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো CBIৰ জৰিয়তে তদন্তৰ দাবী জনাইছে। তেওঁলোকে অভিযোগ কৰিছে যে মেঘালয় আৰক্ষীৰ তদন্তত থকা ত্ৰুটিৰ বাবেই মূল অভিযুক্ত, অৰ্থাৎ…
News অৰুণাচলৰ বিজ্ঞানীয়ে স্থানীয় ডেকাং/ডিকা গছৰ পৰা প্ৰাকৃতিক হেণ্ডৱাছ আৱিষ্কাৰ কৰিলে July 4, 2026 Tarali আৰুণাচল প্ৰদেশে দেখুৱাইছে যে জৈৱ বৈচিত্ৰ্য আৰু জনজাতীয় জ্ঞানে কেনেকৈ বহনক্ষম উদ্ভাৱনৰ পথ মুকলি কৰিব পাৰে। পূৱ চিয়াং জিলাৰ পাছিঘাটস্থিত জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞানৰ সহকাৰী অধ্যাপক ড° টেমিন পয়ুম…
Latest ৰেলপথক টাৰ্গেট কৰিছে স্মাগলাৰে: আগৰতলাত ৮১টা ড্ৰামত লুকুৱাই ৰখা কফ চিৰাপ জব্দ July 4, 2026 Tarali এক বৃহৎ নিচা বিৰোধী অভিযানত ত্ৰিপুৰা আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে চৰকাৰী ৰেলৱে আৰক্ষী (GRP)ৰ সহযোগত ২ জুলাইৰ নিশা আগৰতলা ৰেলৱে ষ্টেচনত দেওঘৰ এক্সপ্ৰেছৰ পাৰ্চেল ভেনৰ পৰা ২.৫ কোটি টকাতকৈও অধিক মূল্যৰ…