Author: Sonakshi Sarkar

ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন

কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চি আৰ পি এফ দিৱসটো গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ নং চি আৰ পি এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ১৯ মাৰ্চত অতি উলহ-মালহেৰে উদ্‌যাপন কৰা…

জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলা খেলিব ভাৰতে

ডিফেণ্ডিং বিশ্ব চেম্পিয়ন ভাৰতে অহা ২৬ আৰু ২৮ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন টি-২০ মেচ খেলিব বুলি শনিবাৰে বিচিচিআইয়ে প্ৰকাশ কৰে। দুয়োখন মেচ বেলফাষ্টত অনুষ্ঠিত হ’ব, য’ত ভাৰতীয় দলটোৱে ২০০৭ চনৰ…

কাটাৰৰ লাফান গেছক্ষেত্ৰত আক্ৰমণৰ ফলত বিশ্বত হ্ৰাস পাব ১৭ শতাংশ এল এন জি ৰপ্তানি

কাটাৰৰ ৰাছ লাফান এল এন জি ক্ষেত্ৰত ইৰানৰ আক্ৰমণৰ প্ৰভাৱ ইতিমধ্যে বৃহৎ বুলি বিবেচিত হৈছে। কিয়নো এই প্লাণ্টটোৰ ওপৰতে কাটাৰৰ অৰ্থনীতি নিৰ্ভৰ কৰি আছে। যিটোৰ দ্বাৰা আজি কাটাৰ চহকী দেশৰ…

অগপৰ প্ৰাৰ্থী তালিকাত সংখ্যালঘুৰ জোৰ; ১৩ গৰাকী মুছলমান প্ৰাৰ্থীক স্থান

অসম গণ পৰিষদ (অগপ) ২৬ জনীয়া চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে, য’ত ১৩ গৰাকী সংখ্যালঘু প্ৰাৰ্থী অন্তর্ভুক্ত। এই ঘোষণা আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে কৰা হৈছে, আৰু দলটোৰ এই নতুন কৌশলটি…

প্ৰমীলা ৰাণী বঞ্চিত; হাগ্ৰামা মহিলাৰীৰ ১১ জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা

বিপিএফ যুক্তপ্ৰজাতিসংঘৰ মুখ্য প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে, য’ত ১১ জন প্ৰাৰ্থী অন্তর্ভুক্ত হৈছে। এন ডি এৰ অংশীদাৰ হিচাপে ১৫ খন আসনৰ ভিতৰত ১১ খন লাভ…

প্ৰাৰ্থী তালিকা প্ৰকাশৰ পিছত উত্তাল পৰিস্থিতি; দিছপুৰত অতুল বৰা–জয়ন্ত দাসৰ বিদ্ৰোহ

সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ভাৰতীয় জনতা পাৰ্টীয়ে অসম বিধানসভা নিৰ্বাচনৰ বাবে ৮৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা এই তালিকা প্ৰকাশ পোৱাৰ লগে লগে এতিয়া দলটোৰ ভিতৰচ’ৰাত…

ৰাইজৰ দল–কংগ্ৰেছৰ মাজত বুজাপৰা চূড়ান্ত; ১১ খন আসনত মিত্ৰজোঁটৰ সমীকৰণ স্থিৰ

অৱশেষত শেষ মোহৰ পৰিল ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতাত। আগন্তুক ২০২৬ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাইজৰ দলক ১১ খন আসন এৰি দিবলৈ মান্তি হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ। অখিল গগৈ আৰু…

নিৰ্বাচনী ৰণত শক্তিশালী মুখামুখি; আজি মনোনয়ন দাখিল কৰিব হিমন্ত বিশ্ব শৰ্মা আৰু দেৱব্ৰত শইকীয়া

ৰাজ্যত বিধানসভা নিৰ্বাচনৰ গৰম বতাহ বলি থকাৰ মাজতে আজিৰে পৰা আৰম্ভ হৈছে হাই-প্ৰফাইল প্ৰাৰ্থীসকলৰ মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া। জালুকবাৰী সমষ্টিৰ পৰা ষষ্ঠবাৰৰ বাবে জয়ী হোৱাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি…

আইপিএলৰ উদ্বোধনী মেচত ছানৰাইজাৰ্ছ হায়দৰাবাদক নেতৃত্ব দিব ঈশান কিষানে

ছানৰাইজাৰ্ছ হায়দৰাবাদে আই পি এল ২০২৬ৰ উদ্বোধনী মেচসমূহৰ অন্তৱৰ্তীকালীন অধিনায়ক হিচাপে ভাৰতৰ উইকেটকীপাৰ বেটছমেন ঈশান কিষানক নিযুক্তি দিয়ে আৰু অভিষেক শৰ্মাক উপ-অধিনায়ক হিচাপে দায়িত্ব দিয়ে। এই সিদ্ধান্ত এইবাবে লোৱা হৈছে…

টি-২০ বলিং ৰেংকিঙত পুনৰ পঞ্চম স্থানত যশপ্ৰীত বুমৰাহ

ভাৰতীয় বেগী বলাৰ যশপ্ৰীত বুমৰাহ টি-২০ বলাৰৰ ৰেংকিঙত পুনৰ পঞ্চম স্থান দখল কৰিছে। এখনো মেচ খেলি নোপোৱাকৈয়ে তেওঁ শীৰ্ষ পাঁচ স্থানত স্থান লাভ কৰে। কাৰণ টি-২০ বিশ্বকাপৰ পিছত দক্ষিণ আফ্ৰিকা…