Author: Sonakshi Sarkar

১৫ সংখ্যকবাৰৰ বাবে পোল ভল্টৰ বিশ্ব অভিলেখ ভংগ আৰ্মাণ্ড ডুপ্লাণ্টিছৰ

ছুইডেনৰ ষ্টাৰ প’ল ভল্টৰ আৰ্মাণ্ড ডুপ্লাণ্টিছে বৃহস্পতিবাৰে পুনৰ ইতিহাস ৰচনা কৰি ১৫ সংখ্যকবাৰৰ বাবে প’ল ভল্টৰ বিশ্ব অভিলেখ ভংগ কৰে। উপছালাত অনুষ্ঠিত প্ৰতিযোগিতাত ৬.৩১ মিটাৰত উল্লেখযোগ্য জাম্পৰে তেওঁ এক নতুন…

অসমত ৪৮ হাজাৰ কোটিৰ উন্নয়নমূলক প্ৰকল্প; নিৰ্বাচনৰ প্ৰাকক্ষণত আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বিধানসভা নিৰ্বাচনৰ ডংকা বজাবলৈ আজি পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণকালত তেওঁ কোকৰাঝাৰ, গুৱাহাটী আৰু শিলচৰত প্ৰায় ৪৮ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ…

গুৱাহাটীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কটাক্ষ — “কংগ্ৰেছৰ ৩০ প্ৰাৰ্থীৰ টিকট মই ঠিক কৰিম”

আকৌ বিৰোধী কংগ্ৰেছৰ ভিতৰচ’ৰাত নিজৰ প্ৰভাৱ প্ৰমাণ কৰাত উঠিপৰি লাগিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সমাগত অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ তেওঁৰ দাবী- কংগ্ৰেছৰ ৩০টা সমষ্টিৰ টিকটৰ সিদ্ধান্ত তেওঁ ল’ব। কোনে…

কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী-অসম ৰাইফলছৰ ৯৩,১৩৯টা পদ খালী

কেন্দ্ৰীয় চৰকাৰে বুধবাৰে সংসদত অৱগত কৰে যে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী আৰু অসম ৰাইফলছৰ মুঠ ৯৩,১৩৯টা পদ খালী হৈ আছে। এই তথ্য গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে লিখিত উত্তৰত দিছে।…

২৮ মাৰ্চত বেংগালুৰুত আৰ চি বি-ছানৰাইজাৰ্ছ হায়দৰাবাদৰ উদ্বোধনী মেচ

আই পি এল ২০২৬ৰ প্ৰথম ২০খন খেলৰ সূচী বুধবাৰে প্ৰকাশ কৰে। অহা ২৮ মাৰ্চত ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি) আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছ আৰ এইচ)ৰ মাজত অনুষ্ঠিত…

ৰাইজৰ দলৰ সৈতে মিত্ৰতাৰ প্ৰচেষ্টা বিফল কংগ্ৰেছৰ; নিৰ্বাচনৰ পূৰ্বে থমকি ৰ’ল আসন বুজাবুজিৰ আলোচনা

ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ দলৰ সৈতে নিৰ্বাচনী মিত্ৰতাৰ প্ৰচেষ্টাত যতি পেলালে ভাৰতীয় জাতীয় কংগ্ৰেছে। এপিচিচিৰ সভাপতি গৌৰৱ গগৈয়ে আজি এক বিবৃতিত সদৰী কৰে যে এক বলিষ্ঠ বিৰোধী মৰ্চা…

১৩ বছৰ ধৰি কোমাাত থকা হৰিশ ৰাণাক মৃত্যুৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ; কেন্দ্ৰক নিষ্ক্ৰিয় ইচ্ছামৃত্যুৰ আইন প্ৰণয়নৰ আহ্বান

এক মৰ্মান্তিক দুৰ্ঘটনাৰ পাছত বিগত ১৩ বছৰে অৰ্ধচেতন অৱস্থাত পৰি থকা ৩১ বছৰীয়া হৰিশ ৰাণাক অৱশেষত মৃত্যুৰ অনুমতি দিলে উচ্চতম ন্যায়ালয়ে। পিতৃ-মাতৃৰ আৱেদনৰ ভিত্তিত সঁহাৰি জনাই আজি শীৰ্ষ আদালতে হৰিশৰ…

ৰঞ্জী ট্ৰফী চেম্পিয়ন জম্মু-কাশ্মীৰ; বিচিচিআইৰ পৰা ৫ কোটি টকাৰ পুৰস্কাৰ

জন্মু-কাশ্মীৰ ক্ৰিকেট দলটি প্রথমবাৰৰ বাবে ৰঞ্জী ট্ৰফী দখল কৰাৰ ইতিহাস সৃষ্টি কৰিছে। এই বিজয় উপলক্ষে জম্মু-কাশ্মীর ক্ৰিকেট সন্থাই মঙলবাৰে নিশা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানেৰে দলটোক সন্মানিত কৰিছিল। অনুষ্ঠানটি জিজিএম চায়েন্স কলেজ…

আমেৰিকাত স্থাপন নতুন তেল শোধনাগাৰ; ৫০ বছৰৰ পিছত বৃহৎ পদক্ষেপ, অংশীদাৰ ৰিলায়েন্স

আমেৰিকাত ৫০ বছৰৰ বিৰতিৰ পাছত নতুন তেল শোধনাগাৰ নিৰ্মাণৰ ঘোষণা কৰিলে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। টেক্সাছত স্থাপন হ’বলগীয়া এই ৩’শ বিলিয়ন ডলাৰৰ ঐতিহাসিক প্রকল্পত ভাৰতৰ ৰিলায়েন্স ইণ্ডাস্ট্ৰীজ অংশীদাৰ হৈছে। এই প্ৰকল্পটো…

পাকিস্তানলৈ গোপন তথ্য যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ নৌসেনাৰ জোৱান

ভাৰতীয় নৌসেনাৰ জোৱান আদৰ্শ কুমাৰ নামৰ এজন ৰেংজাৰ সদস্য চোৰাংচোৱাগিৰিৰ অভিযোগত আটক হোৱাৰ খবৰ মুকলোৱা হৈছে। অধিক তথ্য অনুসৰি, তেওঁ পাকিস্তানৰ গোপন চোৰাংচোৱা সংস্থা আইএসআইৰ সৈতে মিতিৰালি কৰি ভাৰতৰ সৰু…