Author: Sonakshi Sarkar

যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলত ১৫৩ ডলাৰলৈ বৃদ্ধি তেলৰ মূল্য

আমেৰিকা আৰু ইজৰাইলে ইৰানৰ ওপৰত আক্ৰমণ চলাই যুদ্ধ সূচনা কৰা আজি ১৮ দিন হল। এই যুদ্ধৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। তেলৰ মূল্য প্ৰতি বেৰেলত…

আফগানিস্তানত ৰক্তাক্ত দুৰ্ঘটনা; পাকিস্তানৰ বিমান আক্ৰমণত শতাধিক মৃত্যুৰ আশংকা

প্ৰাচ্যৰ দুই চুবুৰীয়া দেশ, আফগানিস্তান আৰু পাকিস্তানৰ মাজত সংঘাতৰ ফলত এক ভয়াবহ মানৱীয় সংকট সৃষ্টি হৈছে। আফগানিস্তানৰ রাজধানী কাবুলত পাকিস্তানি বিমান বায়ুসেনাৰ আক্ৰমণত কমেও ৪০০ জন লোক নিহত আৰু ২৫০…

ইটানগৰত নিৰ্মীয়মাণ দেৱাল খহি চাৰিজন শ্ৰমিকৰ মৃত্যু; ধাৰাসাৰ বৰষুণৰ ফলত সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনা

ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনে অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰখনত কাঢ়ি নিলে চাৰিজনকৈ শ্ৰমিকৰ প্ৰাণ। সোমবাৰে বিয়লি প্ৰায় ৪ বজাত ইটানগৰৰ নীতি বিহাৰত এটা নিৰ্মীয়মাণ স্থানত দেৱাল খহি পৰাৰ ফলত…

পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলা দখল বাংলাদেশৰ

তৃতীয়খন এদিনীয়া খেলত পাকিস্তানক ১১ ৰানত পৰাস্ত কৰি তিনিখন খেলৰ শৃংখলা ২-১ত জয়লাভ কৰে বাংলাদেশে। ঢাকাৰ শ্বেৰ-ই-বাংলা ৰাষ্ট্ৰীয় ষ্টেডিয়ামত তানজিদ হাছান তামিমে এক সুন্দৰ শতক অৰ্জন কৰি ৫০ অভাৰত ৫…

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ছৰফৰাজ আহমেদৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিছে পাকিস্তানৰ প্ৰাক্তন অধিনায়ক ছৰফৰাজ আহমেদে। প্ৰায় দুটা দশকৰ কেৰিয়াৰত ৬,১৬৪ ৰান সংগ্ৰহ কৰিছিল আৰু তেওঁৰ অধিনায়কত্বত ২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পাকিস্তানে…

পুঞ্চৰ লাইন অৱ কণ্ট্ৰ’লত কৰ্তব্যৰত সেনা জোৱানৰ কৰুণ মৃত্যু; হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুৰ সন্দেহ

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ লাইন অৱ কণ্ট্ৰ’লত (এল অ’ চি) কৰ্তব্য পালন কৰি থকা অৱস্থাতে এগৰাকী ভাৰতীয় সেনা জোৱানৰ মৃত্যু ঘটে। সোমবাৰে সেনাৰ সূত্ৰই জনোৱা অনুসৰি, নায়ক তিলক সিং নামৰ জোৱানগৰাকীৰ…

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জৰ্জৰিত কংগ্ৰেছ; দলত্যাগৰ হুংকাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ

বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ পাছতেই এতিয়া তীব্ৰ অন্তঃকন্দলত জৰ্জৰিত হৈ পৰিছে বিৰোধী কংগ্ৰেছ দল। বিশেষকৈ লাহৰীঘাট সমষ্টিৰ প্ৰাৰ্থিত্বক লৈ সৃষ্টি হোৱা সংঘাতৰ পৰিপ্ৰেক্ষিতত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এতিয়া দলত্যাগৰ ভাবুকি…

ৰন্ধন গেছৰ নাটনিক লৈ প্ৰধানমন্ত্ৰীৰ মিমিক্ৰী কৰাটোৱেই অপৰাধ! শিক্ষক সাকেত পুৰোহিতক নিলম্বন

এটা ধেমেলীয়া ভিডিঅ’ই এতিয়া কাল হৈ পৰিছে মধ্যপ্ৰদেশৰ এজন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ শৈলী অনুকৰণ বা মিমিক্ৰী কৰাৰ অপৰাধত চৰকাৰে নিশাৰ ভিতৰতে নিলম্বন কৰিলে সাকেত…

কটকৰ চিকিৎসা মহাবিদ্যালয়ত ভয়াৱহ অগ্নিকাণ্ড; ১০ জন ৰোগীৰ কৰুণ মৃত্যু

ওড়িশাৰ কটকস্থিত এছ চি বি চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত দেওবাৰে নিশা এক শোকাৱহ অগ্নিকাণ্ড সংঘটিত হয়। নিশা প্ৰায় ২.৩০ বজাত চিকিৎসালয়খনৰ প্ৰথম মহলাত থকা জৰুৰীকালীন সেৱাৰ আই চি ইউ কক্ষত…

বিজেপি চৰকাৰ আহিলে দুই লাখ চৰকাৰী চাকৰিঃ খানাপাৰাৰ পৰা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰসঙ্গত নবীন প্ৰজন্মৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰে যে পুনৰ বিজেপি চৰকাৰ গঠন হ’লে দুই লাখ যুৱক-যুৱতীলৈ চৰকাৰী চাকৰি প্ৰদান…