Author: Sonakshi Sarkar

সাংবাদিকৰ কেমেৰাত বন্দী মেঘালয় সীমান্তবৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলত বিলুপ্তপ্ৰায় প্ৰজাতিৰ ভালুকৰ বিচৰণৰ দৃশ্য

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ গভীৰ অৰণ্যত শেহতীয়াকৈ বিলুপ্তিপ্ৰায় প্ৰজাতিৰ কলা ৰঙৰ ভালুকৰ বিচৰণ কৰি থকা দৃশ্য কেমেৰাত বন্দী কৰিবলৈ সক্ষম হৈছে জ্যেষ্ঠ সাংবাদিক তথা পৰিবেশকৰ্মী জোন…

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ২০২৬ উদযাপন; বিশিষ্ট নাৰী আৰু সফল মহিলা কৰ্মীক সন্মান প্ৰদান

এচিয়ান ইনষ্টিটিউট অৱ নাৰ্চিং এডুকেচনৰ (AINE) সহযোগত আজি জি এন আৰ চি হাস্পতালৰ দিছপুৰৰ প্ৰেক্ষাগৃহত এক অনুপ্ৰেৰণাদায়ক কাৰ্যসূচীৰে ‘আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ২০২৬’ উদযাপন কৰে । এই অনুষ্ঠানত বিশিষ্ট অতিথি, স্বাস্থ্যসেৱা…

পাহাৰীয়া জিলাখন ডিফুত এতিয়াৰে পৰা ৰ’ব ৰাজধানী এক্সপ্ৰেছ

ডিফু আৰু কাৰ্বি আংলং জিলাৰ ৰে’ল যাত্ৰীসকলৰ বাবে এটি আনন্দৰ খবৰ হৈছে, যিহেতু জনপ্ৰিয় ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছ ৰে’লৰ বাবে ডিফু ৰে’ল ষ্টেচনত নতুন আস্থান মুকলি কৰা হৈছে। এই সিদ্ধান্তে…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী

কৰ্তব্যৰত অৱস্থাত গঁড়ৰ আক্ৰমণত এক বনকৰ্মী, তুলাৰাম গগৈ, আগৰ দিনৰ পৰা টহল দিয়া সময়ত গুৰুতৰভাৱে আহত হৈছে। চেনেল উদ্যানৰ কহঁৰা বনাঞ্চলৰ নৰমৰা বন শিবিৰ এলেকাত ঘটে এই ঘটনা। গঁড়ৰ আক্ৰমণত…

দিল্লীত উত্তৰ-পূবৰ যুৱতীৰ সৈতে অসদাচৰণ; কঠোৰ ব্যৱস্থা দাবী কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে

দেশৰ ৰাজধানীত উত্তৰ-পূবৰ যুৱতীৰে সংঘটিত আপত্তিজনক ঘটনাক লৈ গৰজি উঠিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী! দিল্লীৰ মাজমজিয়াত মণিপুৰ আৰু অসমৰ দুই নাগৰিকৰ ওপৰত চলা বৰ্বৰ নিৰ্যাতনৰ ঘটনাই এতিয়া জোকাৰি গৈছে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল। ৰাষ্ট্ৰীয়…

গেৰুৱা বসন পিন্ধি গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ ৰাতুল কলিতা, কংগ্ৰেছত চাঞ্চল্য

অৱশেষত কংগ্ৰেছৰ হাত এৰি পদুমৰ শিবিৰত আশ্ৰয় ল’লে নলবাৰীৰ যুৱ নেতা ৰাতুল কলিতাই। টিকটৰ পৰা বঞ্চিত হৈ শনিবাৰে দলত্যাগ কৰা প্ৰাক্তন মুখপাত্ৰগৰাকীয়ে দেওবাৰে নলবাৰী জিলা বিজেপি কাৰ্যালয়ত আনুষ্ঠানিকভাৱে গেৰুৱা বসন…

দিল্লীত পুনৰ বৰ্ণবৈষম্যৰ চিকাৰ উত্তৰ-পূবৰ দুই যুৱতী; উদ্যানত ফুৰিবলৈ গৈ দুৰ্বৃত্তৰ আক্ৰমণৰ বলি

আকৌ দেশৰ অন্য প্ৰান্তত বৰ্ণবৈষম্যৰ চিকাৰ হ’ল উত্তৰ-পূবৰ নাগৰিক! ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত এগৰাকী মণিপুৰী যুৱতী আৰু এগৰাকী তৃতীয় লিংগৰ ব্যক্তিক এদল দুৰ্বৃত্তই অতি জঘন্যভাৱে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ দেশতে তীব্ৰ…

কলাসমন্বয়ৰ আয়োজনে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ সৈতে বসন্তবিলাস উদযাপন

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে গুৱাহাটীৰ আদাবাৰীস্থিত অটল উদ্যানে ‘কলাসমন্বয়’-ৰ উদ্যোগত অনুষ্ঠিত এক অনুষ্ঠানত আলোচনা, গীত, কবিতা আৰু নৃত্যৰ মাজেৰে নাৰীত্বৰ প্ৰতি সন্মান আৰু বসন্তৰ আগমনৰ আহ্বান ধ্বনিত হয়। অনুষ্ঠানত মুখ্য…

ধিঙক লৈ অঁৰিয়াঅঁৰি! কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাত যতি, গৌৰৱ-ৰকিবুলৰ বিৰুদ্ধে সৰৱ অখিল

অৱশেষত মিত্ৰতা ভংগ হ’ল কংগ্ৰেছ আৰু ৰাইজৰ দলৰ। এটা সমষ্টিক কেন্দ্ৰ কৰি দুই দলৰ মাজত সৃষ্টি হোৱা সংঘাতৰ বাবেই অৱশেষত মিত্ৰতাত যতি পৰাৰ কথা ঘোষণা কৰিলে অখিল গগৈয়ে। ২০২৬ চনৰ…

ধাৰাবাহিক দ্বিতীয়বাৰলৈ বিশ্ব চেম্পিয়ন ভাৰত, পুনৰ ইতিহাস ৰচনা

ভারতে টি-20 বিশ্বকাপৰ মেগা ফাইনেলত নিউজিলেণ্ডক ৯৬ ৰানৰ বৃহৎ ব্যবধানত পৰাস্ত কৰি ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে বিশ্ব চেম্পিয়নৰ খিতাপ জয় কৰাৰ লগে লগে দেশজুৰি এক অভূতপূৰ্ব উৎসৱৰ পৰিৱেশ সৃষ্টি হৈছে। ৰাজপথত…