Author: Sonakshi Sarkar

“ৰাজ্যত ভয়ৰ বাতাৱৰণ” — সাধাৰণ ৰাইজ মুখ খুলিবলৈ ভয় কৰে বুলি মন্তব্য গৌৰৱ গগৈৰ

বৰ্তমানৰ চৰকাৰৰ শাসনকালত অসমৰ শিক্ষামূলক আৰু সামাজিক পৰিস্থিতি সঙ্কটত পৰিছে বুলি ক্ষোভ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তেওঁ অভিযোগ কৰিছে যে, সরকারৰ বিৰুদ্ধে কথাবাৰৰ পৰা ভীতিৰ সৃষ্টি হৈছে,…

ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন বায়ুসেনাৰ বিষয়া পূৰ্বেশ দুৰগকাৰৰ, শ্বহীদ হৈছিল কাৰ্বি আংলঙত

আকাশত নিজৰ কৰ্তব্য পালন কৰি থকা অৱস্থাতে প্ৰাণ আহুতি দিয়া এজন সাহসী বৈমানিকক আজি চকুলোৰে বিদায় জনালে সমগ্ৰ দেশবাসীয়ে। অসমৰ কাৰ্বি আংলং জিলাত সুখয়-৩০ এমকেআই যুঁজাৰু বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা…

২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত “আশীৰ্বাদ মাহ”ৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ

২০২৫-২৬ বিত্তীয় বৰ্ষ শেষ হ’বলৈ সন্মুখত মাত্ৰ এটা মাহ! ইফালে সন্মুখত যিহেতু অসম বিধানসভাৰ নিৰ্বাচন, সেয়েহে যানবাহনৰ চলাচল আৰু ব্যস্ততা যথেষ্ট বৃদ্ধি পাব। এই সময়চোৱাত ৰাজ্যৰ ৰাজপথত প্ৰতি মুহূৰ্ততে দুৰ্ঘটনামুক্ত…

ইৰানত আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ১৩৩২ জন নিহত

ৰাষ্ট্ৰসংঘত ইৰানৰ স্থায়ী প্ৰতিনিধি আমিৰ ছাইদ ইৰভানীয়ে উল্লেখ কৰিছে যে ২৮ ফেব্ৰুৱাৰীৰ পৰা দেশত আমেৰিকা-ইজৰাইলৰ আক্ৰমণত ১৩৩২ জন সাধাৰণ নাগৰিক নিহত হৈছে। শনিবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা…

দেশত নাটনি হোৱা নাই পেট্ৰ’ল-ডিজেলৰ; ইন্ধনৰ মজুত পৰ্যাপ্ত থকাৰ কথা স্পষ্ট অইলৰ

দেশত পেট্ৰ’ল আৰু ডিজেলৰ নাটনি হোৱা বুলি ছ’চিয়েল মিডিয়াত চলা চৰ্চাক সম্পূৰ্ণৰূপে নাকচ কৰিছে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যন লিমিটেডে। দেশত ইন্ধনৰ মজুত পৰ্যাপ্ত পৰিমাণে আছে আৰু যোগান ব্যৱস্থাত কোনো ধৰণৰ ব্যাঘাত…

সাংবাদিক হত্যাৰ গোচৰৰ পৰা দোষমুক্ত স্বয়ম্ভূ ভগৱান গুৰমিত ৰাম ৰহিমঃ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ ৰায়

২০০২ চনৰ সাংবাদিক হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ সাত বছৰৰ পাছত আজি ডেৰা সচ্চা সৌদাৰ মুৰব্বী গুৰমিত ৰাম ৰহিম সিঙক দোষমুক্ত ঘোষণা কৰিছে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে। শনিবাৰে মুখ্য…

যুদ্ধৰ উত্তেজনাপূৰ্ণ বাতৰি সম্প্ৰচাৰত লেকাম; দেশৰ সকলো নিউজ চেনেলৰ টিআৰপি ৪ সপ্তাহৰ বাবে বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধক লৈ একাংশ নিউজ চেনেলে চলাই থকা অতিৰঞ্জিত আৰু উত্তেজনাপূৰ্ণ বাতৰি পৰিৱেশনৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে…

মণিপুৰত পৃথক অভিযানত এনআৰএফএম আৰু ইউএনএলএফৰ ৩ সদস্য গ্ৰেপ্তাৰ, উদ্ধাৰ মাৰণাস্ত্ৰ

মণিপুৰত চলি থকা নিৰাপত্তাৰক্ষীৰ বিশেষ অভিযানত পৃথক পৃথক স্থানৰ পৰা নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠনৰ তিনিজন সক্ৰিয় সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। শুকুৰবাৰে চলোৱা এই অভিযানত এনআৰএফএম আৰু ইউএনএলএফৰ পামবে গোটৰ সদস্যক…

মন্দিৰ আৰু নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিনিয়োগ কৰিব ৪৩৩ কোটি টকাঃ মুখ্যমন্ত্ৰীৰ ঘোষণা

ৰাজ্যৰ মন্দিৰ আৰু নামঘৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৪৩৩ কোটি টকাৰ বিশাল বিনিয়োগৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে। শনিবাৰে সামাজিক মাধ্যম এক্সৰ জৰিয়তে এই তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।…

ৰন্ধন গেছৰ মূল্যত অস্বাভাৱিক বৃদ্ধি; ঘৰুৱা চিলিণ্ডাৰত বৃদ্ধি ৬০ টকা, বাণিজ্যিক চিলিণ্ডাৰত বাঢ়িল ১১৪.৫ টকা

আকাশলংঘী হৈছে ৰন্ধন গেছৰ মূল্য। আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ ঘৰুৱা চিলিণ্ডাৰত ৬০ টকা আৰু বাণিজ্যিক চিলিণ্ডাৰত ১১৪.৫ টকা বৃদ্ধি কৰিছে ইণ্ডিয়ান অইল কৰ্প’ৰেশ্যনে। ইয়াৰ ফলত ৰাজধানী দিল্লীত ১৪.২ কেজিৰ এটা…