Business বিৰোধী শিবিৰত বিভাজনৰ সংকেত? অখিল গগৈৰ পোষ্টক লৈ চৰ্চা March 7, 2026 Sonakshi Sarkar আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী দলসমূহৰ মিত্ৰতাৰ কুচকাৱাজৰ মাজতে সৃষ্টি হৈছে এক ৰহস্যময় পৰিস্থিতিৰ। শুকুৰবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ছ’চিয়েল মিডিয়াত ‘সৰ্বশেষ চেষ্টাও ব্যৰ্থ’ বুলি কৰা এটা চুটি পোষ্টে…
Business মধ্যপ্ৰাচ্যৰ যুদ্ধ পৰিস্থিতিৰ মাজতে নতুন দিল্লীলৈ সকাহ; ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে বিশেষ ৰেহাই আমেৰিকাৰ March 6, 2026 Sonakshi Sarkar উপসাগৰীয় অঞ্চলত সৃষ্টি হোৱা তীব্ৰ উত্তেজনাৰ মাজতে ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাছিয়াৰ তেল ক্ৰয়ৰ ক্ষেত্ৰত ৩০ দিনৰ বাবে বিশেষ ৰেহাইৰ অনুমতি প্ৰদান কৰিছে আমেৰিকাই। হৰমুজ প্ৰণালীৰ মাজেৰে হোৱা…
Business ইউটিউবাৰ অনুৰাগ ডোভালৰ বিস্ফোৰক দাবী, পৰিয়ালক লক্ষ্য কৰি ভিডিঅ’যোগে কড়া সতর্কবাণী March 6, 2026 Sonakshi Sarkar ‘বিগ বছ ১৭’ৰ প্ৰাক্তন প্ৰতিযোগী তথা জনপ্ৰিয় ইউটিউবাৰ অনুৰাগ ডোভালৰ এটা শেহতীয়া ভিডিঅ’ই এতিয়া ইন্টাৰনেটত তীব্ৰ খলকনিৰ সৃষ্টি কৰিছে। ‘দ্য ৰিয়েল ষ্ট’ৰী অফ মাই লাইফ’ নামেৰে প্ৰায় ২ ঘণ্টা জোৰা…
Business টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত; ৰোমাঞ্চকৰ ছেমি ফাইনেলত ইংলেণ্ডক বিদায় দি খিতাপৰ দৌৰত সূৰ্য বাহিনী March 6, 2026 Sonakshi Sarkar ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেলত ৭ ৰাণৰ এক শ্বাসৰুদ্ধকৰ জয় সাব্যস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতে। মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত এই খেলখনত জয়লাভ কৰাৰ লগে লগে ভাৰতীয়…
Business বিধানসভা নিৰ্বাচনৰ পূৰ্বে পশ্চিমবংগৰ ৰাজ্যপালৰ পদত্যাগ; অতিৰিক্ত দায়িত্ব লাভ আৰ এন ৰবিৰ March 6, 2026 Sonakshi Sarkar পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ ডংকা বাজিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাতে ৰাজ্যপাল চি ভি আনন্দ বসুৱে নিজৰ পদৰ পৰা পদত্যাগ কৰে। বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত এক আকস্মিক ঘোষণাৰ জৰিয়তে…
Business ব্ৰহ্মপুত্ৰৰ বুকুত পোনপ্ৰথমবাৰলৈ নৈপৰীয়া লাইটহাউচ; ৮৪ কোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন সৰ্বানন্দ সোণোৱালৰ March 6, 2026 Sonakshi Sarkar দেশৰ আভ্যন্তৰীণ জলপৰিবহণৰ ইতিহাসত এক নতুন মাত্ৰা যোগ কৰি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত চাৰিটাকৈ নৈপৰীয়া লাইটহাউচ নিৰ্মাণৰ বাবে বৃহস্পতিবাৰে আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গুৱাহাটীৰ…
Political নিৰ্বাচনৰ পূৰ্বে প্ৰশাসনত ব্যাপক ৰদবদল; ১৫ গৰাকী জ্যেষ্ঠ বিষয়াক নতুন দায়িত্ব অৰ্পণ ৰাজ্য চৰকাৰৰ March 6, 2026 Sonakshi Sarkar আগন্তুক বিধানসভা নিৰ্বাচনৰ ক্ষণ চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ প্ৰশাসনিক যন্ত্ৰত এক ব্যাপক ৰদবদল ঘটাইছে অসম চৰকাৰে। বুধবাৰে পাৰ্ছনেল বিভাগৰ সচিব মনিতা বৰগোহাঁইয়ে জাৰি কৰা এক নিৰ্দেশ মৰ্মে মুঠ…
Assam ৰাজ্যসভা নিৰ্বাচনত বিজেপি-এ আই ইউ ডি এফৰ গোপন মিত্ৰতা; হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ March 6, 2026 Sonakshi Sarkar আগন্তুক ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসকীয় বিজেপিৰ বিৰুদ্ধে এ আই ইউ ডি এফৰ পৰা সমৰ্থন বিচৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই…
Assam আকাশত ভয়ংকৰ অগ্নিকাণ্ড: কাৰ্বি আংলঙত খহি পৰিল বায়ুসেনাৰ বিমান, নিহত দুই পাইলট March 6, 2026 Sonakshi Sarkar নিয়মীয়া প্ৰশিক্ষণৰ বাবে যোৰহাটৰ পৰা উৰা মৰা এখন যুঁজাৰু বিমান হঠাৎ আকাশৰ পৰা খহি পৰাত কৰুণ মৃত্যুক সাৱটি লয় দুগৰাকী পাইলটে। বৃহস্পতিবাৰে সন্ধিয়া কাৰ্বি আংলঙত সুখয়-৩০ এম কে আই নামৰ…
Assam এফালে দিল্লী, মুম্বাই, বেংগালুৰু , চেন্নাই , কলকাতাত নামঘৰ নিৰ্মাণৰ তৎপৰতা অসম চৰকাৰৰ March 5, 2026 Sonakshi Sarkar মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এন ডি এ মিত্ৰজোটৰ চৰকাৰে ২০২১ চনত অসমৰ শাসনভাৰ লোৱাৰ পাছতেই অসমৰ বাহিৰত বসবাস কৰি থকা অসমীয়া লোকসকলৰ পৰম্পৰাগত ৰীতি – নীতি, কৃষ্টি –…