Assam ডিটেনচন কেম্পত নাই এজনো বঙালী হিন্দু; প্ৰমাণ পালে পদত্যাগৰ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ April 25, 2026 Paromita অসমৰ ডিটেনচন চেণ্টাৰত বঙালী হিন্দুসকলক আৱদ্ধ কৰি ৰখাৰ বিষয়টোক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত চলি থকা বিতৰ্কৰ মাজতে শনিবাৰে এক বিস্ফোৰক মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনৰ কোনো এটা শিবিৰতে…
Assam কাৰাগাৰত ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰৰ গোচৰত জামিন লাভ অমৃতপাল সিঙৰ; ডিব্ৰুগড় আদালতত ভাৰ্চুৱেলী হাজিৰ April 24, 2026 Paromita জামিন লাভ কৰিলে কাৰাবন্দী সাংসদ অমৃতপাল সিঙে। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত থকা তেওঁৰ কোঠাৰ পৰা ইলেক্ট্ৰনিক সামগ্ৰী উদ্ধাৰ হোৱাৰ গোচৰত শুকুৰবাৰে ডিব্ৰুগড় আদালতে সাংসদগৰাকীক জামিন প্ৰদান কৰে। জিলাখনৰ ২১/২০২৪ নম্বৰৰ এই…
Assam বিজেপিত যোগদান ৰাঘৱ চাড্ডা সহ ৭ সাংসদৰ; আম আদমি পাৰ্টিত ভয়ংকৰ April 24, 2026 Paromita আম আদমি পাৰ্টি ত্যাগ কৰিলে সাংসদ ৰাঘৱ চাড্ডাই। দলীয় নেতৃত্বৰ সৈতে দীৰ্ঘদিন ধৰি চলি থকা সংঘাতৰ পাছত শুকুৰবাৰে ৰাজ্যসভাৰ সাতগৰাকী সাংসদৰ সৈতে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ৰাঘৱ চাড্ডাৰ…
Assam বিজে মছলা উদ্যোগৰ বাটকটীয়া, ‘বিকাজী’ৰ প্ৰতিষ্ঠাপক শিৱ ৰতন আগৰৱালাৰ দেহাৱসান April 24, 2026 Paromita ভাৰতীয় মছলা উদ্যোগৰ অন্যতম বলিষ্ঠ কাণ্ডাৰী তথা বিকাজী ফুডছ ইন্টাৰনেশ্যনেলৰ প্ৰতিষ্ঠাপক শিৱ ৰতন আগৰৱালাই বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে। প্ৰতিষ্ঠাকালৰে পৰা বিকাজীক পথ প্ৰদৰ্শন কৰি অহা আগৰৱালাৰ এই প্ৰস্থানে দেশৰ…
Assam ২৮ এপ্ৰিলত প্ৰকাশ পাব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল; ঘোষণা মুখ্যমন্ত্ৰীৰ April 23, 2026 Paromita ৰাজ্যৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। অহা ২৮ এপ্ৰিলত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী…
Assam অসমৰ বজাৰত আকৌ বৃদ্ধি পালে কণীৰ মূল্য; প্ৰতিখন ক্ৰেটত ৩০ টকালৈকে মূল্য বৃদ্ধি April 23, 2026 Paromita নিত্য-প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে ৰাজ্যৰ বজাৰত পুনৰ কণীৰ দৰ বৃদ্ধি পোৱা ঘটনাই জুৰুলা কৰিছে সাধাৰণ গ্ৰাহকক। গুৱাহাটীৰ জু-ৰোডৰ এগৰাকী ব্যৱসায়ীয়ে জনোৱা মতে, পূৰ্বে ১৭০ টকাত বিক্ৰী হোৱা প্ৰতিখন কণীৰ…
Assam অসমৰ সংবাদজগতৰ সুপৰিচিত নাম নিত্য বৰাৰ দেহাৱসান April 23, 2026 Paromita অসমৰ বৌদ্ধিক জগতত এক বিশাল শূন্যতাৰ সৃষ্টি কৰি ইহসংসাৰৰ পৰা চিৰবিদায় ল’লে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক নিত্য বৰাই। যোৱা প্ৰায় ছমাহ ধৰি উচ্চ ৰক্তচাপজনিত ৰোগত আক্ৰান্ত হৈ থকা ৮৩ বছৰীয়া…
Assam মিৰ্জাপুৰত ট্ৰাক আৰু বাহনৰ মাজত ভয়ংকৰ সংঘৰ্ষ; জীৱন্তে অগ্নিদগ্ধ হৈ ১১ জনৰ কৰুণ মৃত্যু April 23, 2026 Paromita ৰাজপথত ট্ৰাক আৰু কেইবাখনো বাহনৰ মাজৰ ভয়ংকৰ সংঘৰ্ষই নমাই আনিলে মৃত্যুৰ বিভীষিকা। উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত বুধবাৰে নিশা সংঘটিত এই মৰ্মান্তিক দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ ১১ গৰাকী লোকৰ মৃত্যু ঘটাৰ লগতে…
Assam জুবিন গাৰ্গ হত্যাৰ গোচৰত অভিযুক্তৰ বিৰুদ্ধে বিস্ফোৰক তথ্য; আদালতত শ্যামকানু মহন্তৰ মিথ্যাচাৰ প্ৰমাণ চৰকাৰী অধিবক্তাৰ April 23, 2026 Paromita প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰক কেন্দ্ৰ কৰি ফাষ্টট্ৰেক আদালতত চলি থকা শুনানিৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ তথ্য। বুধবাৰে গোচৰৰ মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ…
Assam নিউ বঙাইগাঁও ৰেল ষ্টেচনত আৰক্ষীৰ বৃহৎ অভিযান; কোটি টকাৰ সোণসহ এজন সৰবৰাহকাৰী আটক April 23, 2026 Paromita ৰেলযোগে চলি থকা অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বিৰুদ্ধে চলোৱা এক তীব্ৰ অভিযানত এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৰে’ল আৰক্ষীয়ে। নিউ বঙাইগাঁও ৰেল ষ্টেচনত মঙলবাৰে চলোৱা এক বিশেষ তালাচীত আৰক্ষীৰ…