Author: Paromita

বংগৰ ফুটবল প্ৰেমক প্ৰভাৱিক কৰিবলৈ মোদীৰ অভিনৱ কৌশল! গেংটকত দুভৰিৰ যাদু প্ৰদৰ্শন প্ৰধানমন্ত্ৰীৰ

পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছতে এইবাৰ ব্যতিক্ৰমী ৰূপত দেখা গ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ছিকিম ৰাজ্য গঠনৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ উপলক্ষে ৰাজ্যখনৰ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে গেংটকৰ এখন…

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূ়ড়ান্ত বৰ্ষৰ ফলাফল; ছাত্ৰক চেৰ পেলাই সাফল্য ছাত্ৰীৰ

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত আজি পুৱা ১০:৩০ বজাৰ লগে লগে অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ডে মুকলি কৰিলে উচ্চতৰ মাধ্যমিকৰ ফলাফল। পৰীক্ষাৰ্থীসকলে এতিয়া পৰিষদৰ আনুষ্ঠানিক…

ধুবুৰীত ৰহস্যজনকভাৱে নিৰুদ্দেশ তিনি স্কুলীয়া ছাত্ৰী; চিন্তিত পৰিয়ালৰ আৰক্ষীক এজাহাৰ

স্কুললৈ বুলি ওলাই যোৱা তিনিগৰাকী কিশোৰীৰ ৰহস্যজনক অন্তৰ্ধানে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰীৰ ফকীৰগঞ্জত। জিলাখনৰ বালাটাৰী গাঁৱৰ পৰা পোহৰলৈ অহা এই ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে ছাত্ৰীকেইগৰাকীৰ পৰিয়ালক। সোমবাৰে পুৱা…

কাংপোকপিত টায়াৰৰ কাৰখানা জ্বলাই দিয়াৰ চেষ্টা; মণিপুৰ আৰক্ষীৰ জালত তিনি দুৰ্বৃত্ত

মণিপুৰৰ কাংপোকপি জিলাৰ দাইলি গাঁৱত এটা টায়াৰৰ কাৰখানা জ্বলাই দিয়াৰ অপচেষ্টা চলোৱা তিনিজন দুৰ্বৃত্তক সোমবাৰে গ্ৰেপ্তাৰ কৰে মণিপুৰ আৰক্ষীয়ে। কাংপোকপি আৰক্ষী থানাত ৰুজু হোৱা এখন এজাহাৰৰ ভিত্তিত চলোৱা তদন্তৰ পাছতেই…

এটা বান্দৰ ধৰিলে লাভ কৰিব নগদ ৬০০ টকাৰ পুৰস্কাৰ; মহাৰাষ্ট্ৰত বান্দৰ-মানুহৰ সংঘাত ৰুধিবলৈ নতুন পদক্ষেপ চৰকাৰৰ

মানুহ আৰু বান্দৰৰ মাজত ক্ৰমান্বয়ে বৃদ্ধি পোৱা সংঘাত হ্ৰাস কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰে আৰম্ভ কৰিছে এক বিশেষ অভিযান। লোকালয়ত প্ৰৱেশ কৰা বান্দৰসমূহক সুৰক্ষিতভাৱে ধৰি পুনৰ বনাঞ্চলত মুকলি কৰি দিলে প্ৰতিটো বান্দৰৰ…

মুম্বাইত খাদ্যত বিষক্ৰিয়াৰ কালৰূপ; বিৰিয়ানী আৰু তৰমুজ খোৱাৰ পাছতে মৃত্যু একে পৰিয়ালৰ ৪ সদস্যৰ

নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছত তৰমুজ খোৱাটোৱেই কাল হ’ল মুম্বাইৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ বাবে। মহানগৰীখনৰ পাইধুনী অঞ্চলত সংঘটিত এই সন্দেহজনক খাদ্যত বিষক্ৰিয়াৰ ঘটনাত ৪০ বছৰীয়া স্বামী, ৩৫ বছৰীয়া পত্নী আৰু…

বিজেপিৰ মজিয়াৰ পৰাই আম আদমী পাৰ্টিৰ বিৰুদ্ধে সোচ্চাৰ ৰাঘৱ চাড্ডা; দলটোৰ কৰ্মসংস্কৃতিক ‘বিষাক্ত’ আখ্যা

গেৰুৱা শিবিৰত যোগদান কৰাৰ পাছতেই পোনপ্ৰথমবাৰৰ বাবে নিজৰ পূৰ্বৰ দল আম আদমী পাৰ্টিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰিছে ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই। দলটোৰ আভ্যন্তৰীণ পৰিৱেশ বৰ্তমান অত্যন্ত বিষাক্ত হৈ পৰা…

প্ৰচণ্ড গৰমৰ পৰা ৰক্ষা পাবলৈ পকেটত ৰাখক পিঁয়াজঃ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ পৰামৰ্শ

উত্তৰ ভাৰতত অব্যাহত থকা প্ৰচণ্ড গৰমৰ মাজতে দেওবাৰে এক ব্যতিক্ৰমী পৰম্পৰাগত বিধান আগবঢ়াই চৰ্চালৈ আহে কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া। মধ্যপ্ৰদেশৰ শিৱপুৰী জিলাৰ পিছোৰত এটা নতুন তহচিল ভৱন উদ্বোধন কৰি…

প্ৰচণ্ড গৰমৰ পৰা সকাহ; আগন্তুক ২৪ ঘণ্টাত ৰাজ্যজুৰি বৰষুণৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ

ব’হাগৰ উমাল বতৰৰ মাজতে ৰাজ্যজুৰি অব্যাহত থকা বৰষুণৰ প্ৰকোপে হ্ৰাস কৰি ৰাখিছে তাপমাত্ৰা। চ’তৰ শেষৰ পৰাই হোৱা ধাৰাসাৰ বৃষ্টিপাতৰ ফলত স্বাভাৱিকতকৈ বহু পৰিমাণে কমিছে গৰমৰ প্ৰকোপ। দেওবাৰে বৰঝাৰস্থিত আঞ্চলিক বতৰ…

নাগালেণ্ডত আলফা (স্বা) ৰ তিনি কেডাৰ গ্ৰেপ্তাৰ; অৰুণাচলত এন এচ চি এন (আই এম)ৰ শীৰ্ষ নেতাৰ আত্মসমৰ্পণ

নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত নিৰাপত্তাৰক্ষীৰ পৃথক অভিযানত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন) আৰু এন এচ চি এন (আইএম)ৰ বিৰুদ্ধে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনা। শুকুৰবাৰে নিশা…