Assam সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু চাৰি বছৰীয়া কণমানিৰ April 23, 2026 Paromita ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এটি চাৰি বছৰীয়া দেৱশিশুৱে। চৰাইদেউ জিলাৰ সোণাৰিত মঙলবাৰে নিশা সংঘটিত এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ শোক আৰু আতংকৰ সৃষ্টি কৰিছে। সোণাৰি…
Assam মৰ্মান্তিক! মাত্ৰ ৩০ বছৰ বয়সতে হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ April 22, 2026 Paromita লাখ লাখ অনুৰাগীক চকুলোৰে ওপচাই বিনোদন জগতৰ পৰা চিৰবিদায় ল’লে হাৰিয়ানভী গীত আৰু নৃত্যৰ অন্যতম পৰিচিত মুখ দিব্যাংকা চিৰোহীয়ে। মঙলবাৰে নিশা গাজিয়াবাদৰ নিজা বাসগৃহত পৰিয়ালৰ সৈতে সময় কটাই থকা অৱস্থাতে…
Assam পহৰাদাৰীৰ চকুত ধূলি দি দেৱাল পাৰ হৈ পলায়ন হত্যাকাৰী কয়দীৰ; ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ গ্ৰেপ্তাৰ April 22, 2026 Paromita কাৰাগাৰৰ অভেদ্য সুৰক্ষা বেষ্টনীক বৃদ্ধাংগুষ্ঠ দেখুৱাই এটা দুৰ্ধৰ্ষ অপৰাধীয়ে মুকলি আকাশৰ তললৈ ওলাই অহা ঘটনাই সমগ্ৰ কুৰুং কুমে জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কলৰিয়াং উপ-কাৰাগাৰৰ পৰা নিশাৰ সুযোগ লৈ কৌশলেৰে…
Assam পেহেলগামৰ বৈছাৰণত তেজৰ চেকুৰাৰ এবছৰ! সন্ত্ৰাসবাদীৰ আক্ৰমণত দিশহাৰা কাশ্মীৰৰ পৰ্যটন খণ্ড April 22, 2026 Paromita প্ৰকৃতিৰ ৰম্যভূমি কাশ্মীৰৰ পেহেলগামৰ বুকুৰে বৈ যোৱা তেজৰ ধাৰাই আজিও স্তব্ধ কৰি ৰাখিছে উপত্যকাটোৰ পৰ্যটন উদ্যোগ। যোৱা বছৰৰ ২২ এপ্ৰিলত পাকিস্তানী সন্ত্ৰাসবাদীয়ে বৈছাৰণ উপত্যকাত চলোৱা নাৰকীয় হত্যাকাণ্ডৰ এবছৰ সম্পূৰ্ণ হোৱাৰ…
Assam ৰাজ্যত ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী! গুৱাহাটীত ভংগ হ’ল ২২ বছৰীয়া বৃষ্টিপাতৰ অভিলেখ April 21, 2026 Paromita দেশৰ আন প্ৰান্তত উৎকট গৰমে জনসাধাৰণক জ্বলা-ক’লা খুৱাই থকাৰ বিপৰীতে অসমত ধাৰাসাৰ বৰষুণে সৃষ্টি কৰিছে এক ভিন্ন পৰিস্থিতি। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সমগ্ৰ ৰাজ্যতে আগন্তুক দুদিনৰ বাবে জাৰি…
Assam সংগীত মহাতাৰকাৰ মৃত্যুৰ ৰহস্য; শ্যামকানুৰ পাছত এইবাৰ জামিন বিচাৰি আদালতৰ দাৰস্থ অভিযুক্ত সিদ্ধাৰ্থ শৰ্মা April 21, 2026 Paromita অসমৰ সংগীত জগতৰ মহীৰূপ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চাঞ্চল্যৰ হত্যাকাণ্ডৰ গোচৰত এতিয়া সৃষ্টি হৈছে এক নতুন পৰিস্থিতিৰ। এই সমগ্ৰ ঘটনাৰ অন্যতম অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই সোমবাৰে এখন বিশেষ ফাষ্ট ট্ৰেক আদালতত…
Assam চৰকাৰী মঞ্চত ৰাজনৈতিক প্ৰচাৰ! নিৰ্বাচন আয়োগত মোদীৰ বিৰুদ্ধে ৭০০ বিশিষ্ট নাগৰিকৰ অভিযোগ April 21, 2026 Paromita নিৰ্বাচনী যুঁজৰ মাজতে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে একত্ৰিত হৈছে দেশৰ ৭০০ গৰাকী বিশিষ্ট নাগৰিক। ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণৰ নামত বিৰোধী পক্ষক ৰাজনৈতিক আক্ৰমণ কৰি নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ…
Assam মহানগৰীৰ বতাহঘুলিত ভূমিস্খলন April 21, 2026 Paromita মহানগৰী পাঞ্জাবাৰীৰ বতাহঘুলিত ভূমিস্খলনৰ ঘটনা।ভূমি স্খলনৰ ফলত খহিল এঘৰ লোকৰ গাৰ্ড ৱাল ।দেওবাৰৰ নিশাৰ বৰষুণ পাছত মহানগৰীৰ ভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ লগতে খহনীয়াৰ সৃষ্টি হৈছে ।পাঞ্জাবাৰীৰ বতাহঘুলিৰ ৰঙা টিলা অঞ্চলৰ…
Assam অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান; ২০ জনক দোষী সাব্যস্ত আদালতৰ, ২৫ জনক দোষমুক্ত ঘোষণা April 21, 2026 Paromita অৱশেষত প্ৰদান কৰা হ’ল ৰাজ্য কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ চূ়ড়ান্ত ৰায়দান। কাৰ্বি আংলঙৰ ডকমকাত ছয় বছৰ পূৰ্বে সংঘটিত হোৱা সেই নৃশংস গণপ্ৰহাৰৰ ঘটনাই আজিও জোকাৰি যায় প্ৰতিজন অসমীয়াৰ বিবেক। সোমবাৰে নগাঁও…
Assam ৰাহুল গান্ধীৰ নাগৰিকত্বৰ গোচৰত নতুন মোৰ; লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ অব্যাহতি April 21, 2026 Paromita লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ দ্বৈত নাগৰিকত্বৰ বিতৰ্কই এতিয়া এক বিশেষ নাট্যৰূপ ধাৰণ কৰিছে। এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠৰ ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীয়ে সোমবাৰে এই স্পৰ্শকাতৰ গোচৰৰ পৰা নিজকে আঁতৰাই ৰখাৰ…