Assam জামিন বিচাৰি পুনৰ আদালতত আবেদন জুবিন গাৰ্গ গোচৰৰ মুখ্য অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ May 26, 2026 Paromita অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মঙলবাৰে আদালতত দাখিল কৰে জামিনৰ আবেদন। ৰাজ্যৰ এখন বিশেষ ফাষ্ট ট্ৰেক আদালতে এই গোচৰৰ অভিযুক্তসকলৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা…
Assam অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক অভিলেখ; প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পালে মাতৃ মৃত্যুৰ হাৰ May 26, 2026 Paromita ৰাজ্যৰ স্বাস্থ্যখণ্ডত এক অভূতপূৰ্ব ঐতিহাসিক মাইলৰ খুঁটি স্পৰ্শ কৰি অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় গড়তকৈ হ্ৰাস পাইছে মাতৃ মৃত্যুৰ হাৰ। জনসাধাৰণৰ সুৰক্ষিত স্বাস্থ্য সেৱা সুনিশ্চিত কৰাৰ দিশত লাভ কৰা এই বৃহৎ…
Assam ইমান আবেগিকভাৱে নল’বঃ ‘ককৰোচ’ মন্তব্যক লৈ দাখিল কৰা আবেদনৰ শুনানিত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ স্থিতি May 25, 2026 Paromita ন্যায়পালিকাক বদনাম কৰিবলৈ অনলাইনত চলি থকা বিভিন্ন বিতৰ্কিত চৰ্চাক লৈ কোনেও অতিমাত্ৰা স্পৰ্শকাতৰ বা আবেগিক হোৱাৰ প্ৰয়োজন নাই। ভাৰতৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বাধীন বিচাৰপীঠে সোমবাৰে এক গোচৰৰ শুনানিত ভাগ…
Assam আৰ বি আইৰ টকাৰ বাকচৰ পৰা লুণ্ঠন ৮.৭ কোটি টকা! আহমেদাবাদত বেংক অব বৰোদাৰ বিষয়া গ্ৰেপ্তাৰ May 25, 2026 Paromita গুজৰাটৰ আহমেদাবাদত ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰ বি আইৰ এটি টকাৰ বাকচৰ পৰা ৮.৭ কোটি টকা সৰকাই লৈ যোৱাৰ এক চাঞ্চল্য্যকৰ গোচৰত অৱশেষত গ্ৰেপ্তাৰ কৰা হৈছে এটা চৰকাৰী বেংকৰ বিষয়াক।…
Assam অভিন্ন দেৱানী বিধি বিধেয়কক লৈ উত্তপ্ত বিধানসভা; শাসক-বিৰোধীৰ মাজত তীব্ৰ ৰাজনৈতিক বাদানুবাদ May 25, 2026 Paromita অসম বিধানসভাৰ চলিত বিশেষ অধিৱেশনত বহু চৰ্চিত অভিন্ন দেৱানী বিধি চমুকৈ ইউচিচি বিধেয়ক উত্থাপন কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনৈতিক মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। সোমবাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই মুখ্যমন্ত্ৰী…
Assam ৰাহুল গান্ধীয়ে জনতাৰ আস্থা হেৰুৱাইছেঃ প্ৰাক্তন কংগ্ৰেছী আৰু বৰ্তমানৰ বিজেপি বিধায়ক ভূপেন বৰাৰ মন্তব্য May 22, 2026 Paromita লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কৰা শেহতীয়া মন্তব্যক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ। এই প্ৰসংগত শুকুৰবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ নেতাজনক কঠোৰ ভাষাৰে…
Assam দিল্লী সংঘৰ্ষ গোচৰ; উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ উচ্চতম ন্যায়ালয়ৰ May 22, 2026 Paromita ২০২০ চনৰ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ গোচৰত অভিযুক্ত উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন শুকুৰবাৰে এক বৃহৎ বিচাৰপীঠলৈ প্ৰেৰণ কৰে উচ্চতম ন্যায়ালয়ে। সন্ত্ৰাসবাদ বিৰোধী আইন ‘ইউএপিএ’ৰ অধীনত গ্ৰেপ্তাৰ হোৱা জে…
Assam এচি এছ বিষয়াৰ ঘৰত টকাৰ উজান May 22, 2026 Paromita মাটি ক্ৰয়ৰ আপত্তিবিহীন প্ৰমাণপত্ৰৰ নামত উৎকোচ লৈ গ্ৰেপ্তাৰ উচ্চ পদস্থ চৰকাৰী বিষয়া লাচিত কুমাৰ দাস। গুৱাহাটীৰ ৰূপনগৰস্থিত ভূমিলেখ্য সঞ্চালকালয়ৰ অতিৰিক্ত ভূমিলেখ্য অধিকর্তা হিচাপে কৰ্মৰত এইগৰাকী দুর্নীতিপৰায়ণ বিষয়াই এগৰাকী আবেদনকাৰীৰ পৰা…
Assam মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ প্ৰতিবাদ May 22, 2026 Paromita অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্র সন্থা (আছু)ৰ ৰাজ্যজুৰি প্ৰতিবাদ । আছুৰ আহ্বান মৰ্মে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো মূল্যবৃদ্ধি বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত আহে । এই প্ৰতিবাদত প্ৰায়…
Assam ঈদত গো-বধৰ চৰকাৰী বাধা অস্বীকাৰ; কোৰবানী কৰাৰ মুকলি হুংকাৰ বিধায়ক হুমায়ুন কবিৰৰ May 22, 2026 Paromita গৰু কোৰবানী দিয়া হ’বই আৰু এই ক্ষেত্ৰত কোনো ধৰণৰ আপত্তি গ্ৰহণ কৰা নহ’ব। – আগন্তুক ঈদৰ পূৰ্বে পশ্চিমবংগ চৰকাৰে জাৰি কৰা পশুবধ সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনাক পোনপটীয়াভাৱে প্ৰত্যাহ্বান জনাই বৃহস্পতিবাৰে এই…