Author: Paromita

চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব সাফল্য! ৯ মহীয়া শিশুৰ হাওঁফাওঁৰ পৰা আধুনিক পদ্ধতিৰে উলিওৱা হ’ল এল ই ডি বাল্ব

আধুনিক চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ব কৃতিত্বই অৱশেষত প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হ’ল এটি ৯ মহীয়া দেৱশিশুৰ। ঘৰৰ ভিতৰত খেলি থকাৰ সময়তে পৰিয়ালৰ অলক্ষিতে এটি অতি সৰু এল ই ডি বাল্ব মুখত…

মাত্ৰ ৫ টকাতে খাব পাৰিব মাছ-ভাতঃ বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ঘোষণা

মাত্ৰ ৫ টকাৰ ৰেহাই মূল্যত সপ্তাহত দুদিনকৈ মাছ-ভাত যোগান ধৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে পশ্চিম বংগ চৰকাৰে। ৰাজ্যখনৰ প্ৰায় ৪০০ খন নিৰ্দিষ্ট কেণ্টিনৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক এই খাদ্য যোগান…

কুঁৱা খননৰ সময়তে মাটি খহি মৃত্যু পাঁচজন শ্ৰমিকৰ; মধ্য প্ৰদেশৰ পান্নাত শোকাকুল পৰিৱেশ

কুঁৱা খননৰ সময়তে হঠাৎ খহি পৰা মাটিৰ তলত আৱদ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল ৫ জনকৈ শ্ৰমিকে। মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত মধ্য প্ৰদেশৰ পান্না জিলাৰ অজয়গড় ব্লকৰ অন্তৰ্গত বিহাৰপুৰৱা গাঁৱত…

বিলাসীপাৰা ৰেলৱে ষ্টেচনত নিৰ্মীয়মাণ পানীৰ টেংকি খহি দুজন শ্ৰমিকৰ মৃত্যু; আহত ৪

নিৰ্মাণকাৰ্য চলি থকাৰ সময়তে ৰেলৱে ষ্টেচনৰ প্ৰকাণ্ড পানীৰ টেংকি খহি কৰুণ মৃত্যুক সাৱটি লয় দুজন শ্ৰমিকে। ধুবুৰী জিলাৰ বিলাসীপাৰা ৰে’লৱে ষ্টেচনত সংঘটিত এই মৰ্মান্তিক ঘটনাত আন চাৰিজন শ্ৰমিকো গুৰুতৰভাৱে আহত…

বকৰি ঈদৰ পূৰ্বে গৰু কোৰবানী পৰিহাৰ কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পবিত্ৰ বকৰি ঈদৰ পূৰ্বে সাম্প্ৰদায়িক সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। অসম বিধানসভাৰ অধিৱেশনৰ তৃতীয় দিনা সদনত ভাষণ প্ৰদান কৰি তেওঁ এইবাৰ ঈদৰ সময়ত গৰু কোৰবানী…

মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

মূল‍্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ‍্যজুৰি আছুৰ প্ৰতিবাদৰাজ‍্যৰ প্ৰতিখন জিলা সদৰত এই প্ৰতিবাদপেট্ৰ’ল-ডিজেল-অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ দামবৃদ্ধিৰপেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত।ৰজাঘৰীয়াৰ বিৰুদ্ধে হুংকাৰ শীঘ্ৰে মূল্যবৃদ্ধি ৰোধ নকৰিলে আগন্তুক দিনত তীব্ৰ…

কামাখ্যা দৰ্শন ভূটানৰ প্ৰধানমন্ত্ৰীৰ

অসম ভ্রমণত অহা বন্ধুৰাষ্ট্ৰ ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে ৰ কামাখ্যা মন্দিৰ দৰ্শন। আজি পুৱাই নীলাচল পাহাৰাৰ বুকুত উপস্হিত হৈ মা কামাখ্যাৰ চৰণত পূজা অৰ্চনা কৰি আশীষ লয়।উল্লেখ্য যে সোমবাৰে ভূটানৰ…

নগাঁও আৰক্ষীৰ এনকাউণ্টাৰত নিহত মৰিকলং ডকাইতি কাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী

আৰক্ষীৰ গুলীত নিহত হ’ল নগাঁৱৰ মৰিকলঙত সংঘটিত হোৱা চাঞ্চল্যকৰ ডকাইতি আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত খাইৰুল আলী। মঙলবাৰে পুৱতি নিশা জিলাখনৰ ৰঙালু আৰক্ষী চকীৰ অন্তৰ্গত বৰকুণ্ডলি মিকিৰপাৰত সংঘটিত হয় এই এনকাউণ্টাৰৰ…

ইন্ধনৰ ভয়াবহ মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ উত্তাল প্ৰতিবাদ

ইন্ধনৰ ক্ৰমাগত মূল্যবৃদ্ধিয়ে এতিয়া অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক। মঙলবাৰে ইয়াৰ তীব্ৰ বিৰোধিতাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাই। পেট্ৰ’ল, ডিজেল তথা অত্যাৱশ্যকীয় সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিৰ প্ৰতিবাদত…

আকৌ মাধমাৰ! পেট্ৰ’ল-ডিজেলৰ পাছত এইবাৰ দেশজুৰি বৃদ্ধি পালে চি এন জিৰ মূল্য

ইন্ধনৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়ে এতিয়া দহিছে দেশৰ সৰ্বসাধাৰণ গ্ৰাহকক। পেট্ৰ’ল আৰু ডিজেলৰ জুইচাই দামৰ পাছত মঙলবাৰে ৰাজধানী দিল্লীত প্ৰতি কিলোগ্ৰাম পুনৰ ২ টকাকৈ বৃদ্ধি কৰা হ’ল চি এন জিৰ মূল্য। বিগত…